VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জেঠিৰ উৎপাতত অসহ্য হৈছে নেকি ? এই কাম কৰিলে জেঠি ঘৰলৈ কেতিয়াও নাহে

voicedesk by voicedesk
November 10, 2022
in জীৱন
জেঠিৰ উৎপাতত অসহ্য হৈছে নেকি ? এই কাম কৰিলে জেঠি ঘৰলৈ কেতিয়াও নাহে
0
SHARES
224
VIEWS
Share on FacebookShare on Twitter

ঘৰৰ চাৰিওফালে জেঠি ঘূৰি ফুৰা দেখা যায়। বিশেষকৈ ঘৰৰ বেৰত জেঠি বগাই ফুৰা দেখা যায়। হঠাতে গাত পৰি যায় বুলি যেনেকৈ ভয় লাগি থাকে ঠিক তেনেকৈ এই প্ৰাণীবিধে বেমাৰৰ বীজানু কঢ়িয়াই লৈ ফুৰে। পাকঘৰত যেতিয়া জেঠিক পিতপিতাই ফুৰি থকা দেখা পাওঁ তেতিয়া আমি আতংকিত হৈ পঁৰো। এই সৰীসৃপ বিধক কেনেকৈ আঁতৰাব পাৰি জানো আহকচোন—-
১) নহৰু :- নহৰু আৰু পিঁয়াজৰ তীব্ৰ গোন্ধ জেঠিয়ে সহ্য কৰিব নোৱাৰে। বিশেষকৈ নহৰুৰ গন্ধ পালে জেঠিয়ে তাৰ ওচৰে পাজৰে নাহে। গতিকে কেইকোহামান নহৰু থেতেলিয়াই পানীৰ লগত মিলাই ল’ব লাগে। নহৰু মিহলোৱা পানী জেঠি অহা-যোৱা কৰা ৰাষ্টাত বা জেঠি ঘূৰি ফুৰা ঠাইবোৰত স্প্ৰে কৰিলে জেঠিৰ উৎপাত কমে।
২) ন্যপথলিন :- বিভিন্ন পোক- পৰুৱাৰ পৰা ৰক্ষা পাবলৈ বহুতে কাপোৰৰ আলমাৰিত ন্যপথলিন থৈ দিয়ে। ন্যপথলিনৰ গোন্ধত জেঠি পলাই যায়। সেইবাবে ঘৰৰ চুকে -কোণে ন্যপথলিন থৈ দিলে জেঠি সেইফালেদি আৰু অহা-যোৱা নকৰে।
৩) কৰ্পূৰ :- কৰ্পূৰৰ গোন্ধও জেঠিয়ে সহ্য কৰিব নোৱাৰে। জেঠি বেছিকৈ থকা ঠাইবোৰত বা চুক-কোণ বোৰত কৰ্পূৰ থৈ দিব লাগে। এনে কৰিলে জেঠি তাৰ পৰা আঁতৰি যায়।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত গ্ৰামসেৱক চৰিফত আলীৰ আকস্মিক বিয়োগ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত গ্ৰামসেৱক চৰিফত আলীৰ আকস্মিক বিয়োগ

কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত গ্ৰামসেৱক চৰিফত আলীৰ আকস্মিক বিয়োগ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7