VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰমৰ দিনত ছালখন অনুজ্জ্বল যেন লাগে নেকি? পানীত কি মিহলাই প্ৰস্তুত কৰা বৰফৰ টুকুৰাই আপোনাক কৰি তুলিব ধুনীয়া

voicedesk by voicedesk
April 23, 2024
in জীৱন
গৰমৰ দিনত ছালখন অনুজ্জ্বল যেন লাগে নেকি? পানীত কি মিহলাই প্ৰস্তুত কৰা বৰফৰ টুকুৰাই আপোনাক কৰি তুলিব ধুনীয়া
0
SHARES
190
VIEWS
Share on FacebookShare on Twitter

তীব্ৰ গৰমৰ পৰাই ছালৰ সমস্যা আৰম্ভ হয় । ছালৰ ৰং সলনি হৈ গৈ আছে! কিন্তু এই সময়ত ছালৰ যত্ন নকৰিলে অসুবিধা হয়। দামী প্ৰসাধন সামগ্ৰী নহয়, কেৱল বৰফৰ টুকুৰাই ছালৰ বহু সমস্যা সমাধান কৰিব পাৰে। অনুজ্জ্বল ছাল, ব্ৰণৰ সমস্যা, যিকোনো ধৰণৰ প্ৰদাহ, আনকি চকুৰ তলৰ ক’লা বৃত্ত আঁতৰোৱাৰ বাবে  বৰফ অতি উত্তম! কিন্তু কেৱল বৰফেই নহয়, পানীত কেইবাটাও উপাদান মিহলাই দিলে আপুনি অধিক উপকৃত হ’ব ৷

 

১) তুলসীৰ পাত কিছু পিহি পানীত সিজাই লব। এইবাৰ ইয়াৰ লগত ২ চামুচ এলোভেৰা জেল লৈ পানীত ভালদৰে মিহলাই লওক। এই মিশ্ৰণেৰে বৰফ বনাওক। এলোভেৰাই ছালৰ পৰা অতিৰিক্ত তেল শোষণ কৰি ব্ৰণৰ সমস্যা দূৰ কৰে। তুলসী পাতেও ছাল ঠাণ্ডা কৰে। এই মিশ্ৰণে টেন আঁতৰোৱাতো সহায় কৰে।

 

২) তিঁয়হ এটা মিক্সাৰত ভালদৰে পিহি ল’ব ৷ এইবাৰ মিশ্ৰণটোত নেমুৰ ৰস কেইটোপালমান দি ফ্ৰীজত থৈ দিব। এই দুয়োটা উপাদানতে প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যিয়ে ছালৰ ভিতৰৰ পৰা উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে। মুখত বৰফ ঘঁহিলে সেই ঠাইলৈ তেজৰ সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত ব্ৰণ আৰু ৰঙা পৰা কমি যায়।

 

৩) পানী অলপ লৈ তাত কেশৰ দ্ৰৱীভূত কৰক। দুচামুচ গোলাপ জলৰ লগত ভালদৰে মিহলাই লওক। এই মিশ্ৰণটো বৰফৰ সৈতে মুখত লগাওক। ছালৰ টেন সমস্যা, ব্ৰণৰ সমস্যা, ক’লা দাগ – এই সকলোবোৰ এই কৌশলেৰে আঁতৰাই পেলাব পাৰিব ৷

Previous Post

ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত স্নাতকোত্তৰ চাকৰিৰ সুযোগ

Next Post

উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ বাবে দর্পন পর্টেল মুকলি

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ বাবে দর্পন পর্টেল মুকলি

উচ্চতৰ মাধ্যমিকৰ নামভৰ্তিৰ বাবে দর্পন পর্টেল মুকলি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7