VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জিঅ’ৰ গ্ৰাহকৰ বাবে আকৰ্ষণীয় উপহাৰঃ ৰিচাৰ্জৰ সৈতে লাভ কৰক বিনামূলীয়া অ’টিটি প্লেটফৰ্ম সেৱা

voicedesk by voicedesk
September 1, 2021
in জীৱন
জিঅ’ৰ গ্ৰাহকৰ বাবে আকৰ্ষণীয় উপহাৰঃ ৰিচাৰ্জৰ সৈতে লাভ কৰক বিনামূলীয়া অ’টিটি প্লেটফৰ্ম সেৱা
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স জিঅ’ই তেখেতসকলৰ সেৱা মুকলি কৰাৰ পিছৰ পৰাই বিভিন্ন আকৰ্ষণীয় আঁচনিৰে গ্ৰাহকসকলক আকৃষ্ট কৰি আহিছে।

দেশৰ সৰ্ববৃহৎ টেলিকম প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ’ই এইবাৰ গ্ৰাহকসকলৰ বাবে এক নতুন পৰিসৰৰ প্ৰি পেইড আঁচনি মুকলি কৰিছে। ৩১ আগষ্টত কৰা ঘোষণা অনুসৰি গ্ৰাহকসকলে এই আঁচনিৰ সৈতে ডিজনী প্লাছ হটষ্টাৰৰ বিনামূলীয়া সদস্য পদ লাভ কৰিব আৰু কোনো বাধা অবিহনে তেওঁলোকে ইয়াৰ পৰিসেৱাসমূহ উপভোগ কৰিব পাৰিব।

ৰিলায়েন্স জিঅ’ কোম্পানীয়ে প্ৰিপেইড ব্যৱহাৰকাৰী আৰু জিঅ’ ফোন গ্ৰাহকৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ লগতে জিঅ’ৰ পোষ্টপেইড ব্যৱহাৰকাৰীসকলক আকৰ্ষিত কৰিবলৈ হাই স্পীড ডাটা আৰু লগতে অ’টিটি প্লেটফৰ্ম সেৱা বিনামূলীয়াকৈ আগবঢ়াইছে ।

ৰিলায়েন্স জিঅ’ৰ ২৮ দিনীয়া ৪৯৯ টকাৰ প্ৰি পেইড প্লেনে দৈনিক ৩ জিবি ডাটা প্ৰদান কৰে আৰু এই আঁচনিৰ অধীনত গ্ৰাহকে বিনামূলীয়া ফোন আৰু মেচেজৰ সুবিধা লাভ কৰে। আনহাতে ৬৬৬ টকাৰ ৫৬ দিনৰ আঁচনিত প্ৰতিদিনে ২ জিবি ডাটা বিনামূলীয়াকৈ লাভ কৰিব। 

একেদৰে গ্ৰাহকসকলে ৮৪ দিনৰ ৮৮৮ টকাৰ আঁচনিৰ অধীনত বিনামূলীয়া ফোন আৰু মেচেজৰ লগতে দৈনিক ২ জিবি ডাটা লাভ কৰিব। আনহাতে বছেৰেকীয়া আঁচনিৰ জৰিয়তে গ্ৰাহকে ২৫৯৯ টকাতে উক্ত সকলো সুবিধা লাভ কৰিব।

ডাটা এড-অন আঁচনিত যাৰ পৰা ৫৪৯ টকাৰ বিনিময়ত উপভোক্তাই ১.৫ জিবি ডাটা লাভ কৰিব আৰু এই সেৱা ৫৬ দিনৰ বাবে বৈধ হ’ব। অৱশ্যে ইয়াত বিনামূলীয়া মেচেজ আৰু ফোন অন্তৰ্ভুক্ত নহ’ব।

উল্লেখযোগ্য যে গ্ৰাহকসকলে ১ ছেপ্তেম্বৰৰ পৰা গ্ৰহণ কৰা জিঅ’ৰ আঁচনিৰ সৈতে ডিজনী প্লাছ হটষ্টাৰ উপভোগৰ সুবিধা লাভ কৰিব পাৰিব।

Previous Post

উৰন্ত অৱস্থাত হৃদৰোগত আক্ৰান্ত হোৱা বাংলাদেশৰ পাইলটৰ ভাৰতত মৃত্যু

Next Post

কেচা কঠালৰ গুড়িয়ে মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰেঃজানিবলৈ পঢ়ক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কেচা কঠালৰ গুড়িয়ে মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰেঃজানিবলৈ পঢ়ক

কেচা কঠালৰ গুড়িয়ে মধুমেহ ৰোগ কেনেকৈ নিয়ন্ত্ৰণ কৰেঃজানিবলৈ পঢ়ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7