VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তীব্ৰ গৰমত ছালৰ জ্বলন হৈছে নেকি ? গৰমৰ দিনত ৭টা প্ৰতিকাৰেৰে লওঁক ছালৰ যতন

voicedesk by voicedesk
April 18, 2023
in জীৱন
তীব্ৰ গৰমত ছালৰ জ্বলন হৈছে নেকি ? গৰমৰ দিনত ৭টা প্ৰতিকাৰেৰে লওঁক ছালৰ যতন

Spa Salon: Young Beautiful Woman Having Different Facial Treatment. Please, view my other pictures of this series below:

0
SHARES
41
VIEWS
Share on FacebookShare on Twitter

এপ্ৰিল মাহতে ৰাজ্যত উর্ধমুখী হৈছে পাৰাস্তম্ভ  ৷ প্ৰচণ্ড ৰ’দে দহিছে ৰাজ্যবাসীক ৷ এই সময়ত বাহিৰলৈ ওলাই গ’লে ছালৰ অৱস্থা শোচনীয় হৈ পৰে ৷  ৰ’দৰ বিভিন্ন ক্ষতিকাৰক ৰশ্মিৰ প্ৰভাৱত ছালত ফোহা, ৰঙা পৰা, বিষ অনুভৱ কৰাটো স্বাভাৱিক। ৰ’দত পোৰা ছালত ক’লা দাগবোৰো সহজে নাযায় ৷ আনকি ছালৰ কৰ্কট ৰোগৰ অন্যতম কাৰণ হ’ল এই ৰশ্মি । কিন্তু ৰ’দৰ ভয়ত ঘৰত বহি থাকিলেও জীৱন নচলে ৷ চিকিৎসকে কয় যে কিছু সাৱধানতা মানি চলিলে ছালখন সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ৰক্ষা কৰিব পাৰি।

 

ছালখন ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ কি কৰিব?

১)প্ৰয়োজন নহ’লে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত ঘৰৰ পৰা ওলাই নাযাব।

২)পাতল ৰঙৰ, পাতল কপাহী কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক।

৩)বাহিৰলৈ যাওঁতে ছাতি, টুপী আৰু ছানগ্লাছ পিন্ধিবলৈ নাপাহৰিব।

৪)বাহিৰলৈ নগ’লেও ছানস্ক্ৰীণ লগাব। ছালৰ প্ৰকাৰ আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছানস্ক্ৰীণ ব্যৱহাৰ কৰক যাতে সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা হাত সাৰিব পাৰে। ৩ৰ পৰা ৪ ঘণ্টাৰ মূৰে মূৰে মুখখন ধুই পুনৰ ছানস্ক্ৰীণ লগাব।

৫) পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। ইয়াৰ লগত নেমুৰ ৰস, ডাবৰ পানী, ইলেক্ট্ৰ’লাইট মিহলোৱা পানী খালে ভাল ৷

৬) গৰমত ছালৰ জ্বলনহোৱা অংশত বৰফ ঘঁহিব পাৰে। কিন্তু ছালত পোনে পোনে বৰফ ঘঁহিব নালাগে। বৰফৰ বেগ ব্যৱহাৰ কৰিব পাৰিলে ভাল।

৭) বিশেষ ৰাসায়নিক ক্ৰীম লগোৱাৰ পিছত বা ছালৰ যিকোনো চিকিৎসাৰ পিছত ৰ’দত ওলাই নাযাব। ৰাসায়নিক পদাৰ্থই সূৰ্য্যৰ লগত বিক্ৰিয়া কৰি ছালৰ যথেষ্ট ক্ষতি কৰে। ছাল পোৰাৰ সম্ভাৱনা বাঢ়ি যায়।

Previous Post

চুবুৰীয়া বাংলাদেশত কমিছে মানুহৰ গড় আয়ুস! কিমান বছৰ হ্ৰাস পালে গড় আয়ুস ?

Next Post

শৰীৰ শীতল কৰি ৰাখিবলৈ তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ? তৰমুজৰ গুটিত আছে সুস্বাস্থ্যৰ মন্ত্ৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
শৰীৰ শীতল কৰি ৰাখিবলৈ তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ? তৰমুজৰ গুটিত আছে সুস্বাস্থ্যৰ মন্ত্ৰ

শৰীৰ শীতল কৰি ৰাখিবলৈ তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ? তৰমুজৰ গুটিত আছে সুস্বাস্থ্যৰ মন্ত্ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7