১) জোনাকী পৰুৱাৰ দেহত উৎপন্ন হোৱা লুচিফেৰিণ নামৰ ৰাসায়নিক জৈৱবিধৰ বাবেহে ই পোহৰ দিবলৈ সক্ষম।
২)। ৰাষ্ট্ৰীয় সংগীত “জন গন মন” ৰ ইংৰাজী নাম হ’ল The Mirning Song of India.
৩) ৰোমৰ সম্ৰাট কনণ্টাইনে ৩১২ খ্ৰীষ্টাব্দত আইন প্ৰণয়ন কৰি দেওবাৰৰ দিনটোক বন্ধৰ দিন হিচাপে পালন কৰিবলৈ নিৰ্দেশ দিছিল।
৪) তেজপিয়াৰ শৰীৰতকৈ জিভাখন দীঘল।
৫) পিঁয়াজ হৈছে পৃথিৱীত আটাইতকৈ বেছি ব্যৱহৃত হোৱা পাচলি।
৬) বান্দৰৰ শৰীৰটো আৰু নেজদাল নিয়ন্ত্ৰণৰ বাবে দুটা পৃথক মগজু থাকে।
৭) পৃথিৱীত ব্যৱহৃত হৈ থকা পতাকাবোৰৰ ভিতৰত ডেনমাৰ্কৰ পতাকাখনেই আটাইতকৈ পুৰণি।
৮) ইউৰেনাছ গ্ৰহটোক পোনতে ৰজা তৃতীয় জৰ্জৰ নামানুসৰি জৰ্জিয়ান গ্ৰহ বোলা হৈছিল।
৯) মাটিত আটাইতকৈ বেছি পৰিমানে থকা ধাতুবিধৰ নাম এলুমিনিয়াম।
১০) বায়ুত আটাইতকৈ বেছি পৰিমানে থকা গেছ বিধ হ’ল নাইট্ৰ’জেন।