VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দাঁত আৰু দাঁতৰ আলু কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি , দাঁতৰ ৰোগ হ’লে কি কৰিব তাৰ কিছু উপায়

voicedesk by voicedesk
November 17, 2021
in জীৱন
দাঁত আৰু দাঁতৰ আলু কেনেকৈ সুস্থ  কৰি ৰাখিব পাৰি , দাঁতৰ ৰোগ হ’লে কি কৰিব  তাৰ কিছু উপায়
0
SHARES
1.6k
VIEWS
Share on FacebookShare on Twitter

 

মানুহৰ মুখ গহ্ববৰৰ এক প্ৰধান অংগ হ’ল দাঁত৷ দাঁতে  কেৱল খাদ্য চোবোৱাই নহয়  মুখৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ লগতে কন্ঠস্বৰো শুৱলা কৰে৷

শিশুৰ জন্মৰ ছমাহৰ পৰা গজিবলৈ ধৰা গাখীৰ খোৱা দাঁত হ’ল অস্থায়ী দাঁত  ৷স্থায়ী দাঁত গজাৰ আগতে এই অস্থায়ী দাঁতবোৰ সৰিবলৈ ধৰে আৰু প্ৰায় ছবছৰৰ পৰা  স্থায়ী দাঁতবোৰ  গজিবলৈ আৰম্ভ কৰে৷  মানুহৰ মুখ গহ্বৰত স্থায়ী দাঁতৰ সংখ্যা হ’ল ৩২টা৷

দাঁত আৰু দাঁতৰ আলু কেনেকৈ সুস্থ  কৰি ৰাখিব পাৰি

  • দাঁত সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে৷কোনো বস্তু খোৱাৰ আগত আৰু

পিছত দাঁত সদায় পৰিষ্কাৰকৈ ধুব লাগে৷ দিনটোত কেইবাবাৰো নিমখ পানীৰে মুখ কুলকুলিয়াব লাগে৷

  • মিহি নিমখৰ লগত সৰিয়হ তেল মিশ্ৰণ কৰি দাঁত মাজিলে দাঁতৰ ফাকত থকা বিজানু নাশ হয় আৰু পৰিষ্কাৰ হয়৷ নিমখ তেলেৰে দাঁত মজাৰ পিছত মুখখন ভালকৈ ধুব লাগে৷
  • শিশুৰ দাঁত ওলোৱাৰ পিছতেই দাঁত পৰিষ্কাৰকৈ মাজিব লাগে ৷ শিশুসকলক নিয়মিত দাঁত মজাৰ অভ্যাস কৰাব লাগে আৰু নিয়মিত ভাৱে দাঁত মাজিছেনে নাই সেয়া অভিভাৱকে লক্ষ ৰাখিব লাগে৷
  • শিশুক মিঠা জাতীয় বস্তু কমকৈ খুৱাব লাগে আৰু খুৱালেও মুখ ভালকৈ ধুৱাব লাগে৷ মিঠা বস্তুৱে দাঁত সোনকালে নষ্ট কৰে৷
  • মহানিমৰ ঠাৰি,সৌৰা গছৰ ঠাৰি,তেজমুই ডাল,ভেৰেণা গছৰ ঠাৰি আদিৰ এটা মূৰ থেঁতেলিয়াই দাঁতোন হিচাপে ব্যৱহাৰ কৰিলে দাঁত বীজাণুমুক্ত হয়৷
  • বকুল গছৰ ঠাৰিৰে নিয়মিত ভাৱে দাঁত মাজিলে বা বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ আলু উখহা ,আলুৰ পৰা পূঁজ ওলোৱা আদিৰ পৰা উপশম পোৱা যায়৷
  • দাঁতৰ গুৰি মজবুত হ’বৰ বাবে মাজে মাজে দাঁতেৰে টান বস্তু চোবাই খাব লাগে৷
  • দাঁতৰ কাৰণে ফ্ল’ৰাইড লাগে যদিও অতিমাত্ৰা ফ্ল’ৰাইডে দাঁত নষ্ট কৰে৷
  • দাঁতৰ কাৰণে কেলছিয়াম বৰ দৰকাৰী৷ আমলখি,শিলিখা,সুমথিৰা ,নেমুটেঙা,মধুৰি,গাজ ওলোৱা বুটমাহ,মগুমাহ,,বিলাহী,বেঙেনা,ৰঙালাউৰ কোমল পাত আৰু ঠাৰি আৰু পকা বেল আদি খাব লাগে ৷
  • কেলছিয়াম যুক্ত খাদ্য আৰু শাক-পাচলি আৰু ফলমূল নিয়মিত খোৱাৰ অভ্যাস কৰিলে দাঁত আৰু দাঁতৰ আলু  ভালে থাকে ৷

 

দাঁতৰ বিষত ব্যৱহাৰ কৰিব পৰা কেইবিধমান বনৌষধি

 

  • ভীমকলৰ পাতৰ মাজত কেঁচা ঠাৰি এডাল বা কুমলীয়া এচাৰি এডাল জুইত অলপ সেঁকি যিমান সময় পাৰি সিমান সময় বিষোৱা দাঁতেৰে কামূৰি ধৰিলে  দাঁতৰ বিষ নাইকিয়া হয়৷
  • পাঁচটা লং নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নোহোৱা হয়৷
  • জালুকৰ গুড়ি ,পিপলিৰ গুড়ি ,,শুকান আদাৰ গুড়ি,লঙৰ গুড়ি,শুহনি বনৰ গুড়ি,তেজমুই গছৰ ছালৰ গুড়ি আদি সমান পৰিমাণে মিশ্ৰণ কৰি দাঁতৰ গুড়িত সানিলে  দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়৷ দাঁতৰ বিষ হ’লে টান আৰু মিঠা বস্তু  খাব নালাগে ৷
Previous Post

বাইডেনক সকীয়নী জি জিনপিঙৰ

Next Post

অবৈধ ভাৱে দখল কৰি থকা জম্মু-কাশ্মীৰ এৰি দিবলৈ কোনে কলে পাকিস্তানক?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অবৈধ ভাৱে দখল কৰি থকা জম্মু-কাশ্মীৰ এৰি দিবলৈ কোনে কলে পাকিস্তানক?

অবৈধ ভাৱে দখল কৰি থকা জম্মু-কাশ্মীৰ এৰি দিবলৈ কোনে কলে পাকিস্তানক?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7