VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শৰীৰৰ পৰা প্ৰদূষক আঁতৰাবলৈ সেৱন কৰক গুড়ৰ ডিটক্স পানীয়!

voicedesk by voicedesk
July 13, 2024
in জীৱন
শৰীৰৰ পৰা প্ৰদূষক আঁতৰাবলৈ সেৱন কৰক গুড়ৰ ডিটক্স পানীয়!
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

বতৰ পৰিৱর্তনৰ লগে লগে  চৰ্দি আৰু কাহৰ দৰে ৰোগৰ সংক্ৰমণ ঘটে । পুষ্টিবিদসকলে কয় যে এই সমস্যা প্ৰতিৰোধৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো প্ৰয়োজনীয়। গুড় মিহলোৱা পানীয়ে ভিতৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

 

সঁচাকৈয়ে শৰীৰৰ ভাগৰ দূৰ কৰিবলৈ গুড়ৰ পানীৰ তুলনা নাই। এই পানীয়ই শৰীৰ শীতল কৰি ৰাখে। গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ বহুতে এই পানীয়ৰ ওপৰত নিৰ্ভৰ কৰে। গুড়ৰ পানীয়ে পেট সুস্থ কৰি ৰাখে । অৱশ্যে খালী পেটত গুড়ৰ পানী খোৱাটো অধিক লাভজনক।  গুড় গৰম পানীৰ লগত মিহলাই খালে অধিক সুফল পোৱা যায় ৷

 

ৰাতিপুৱা খালী পেটত গুড়ৰ পানী খালে কি হ’ব?

 

১) গুড় প্ৰাকৃতিক কাৰ্বহাইড্ৰেট আৰু গ্লুক’জৰ উৎস। দিনটোৰ আৰম্ভণিতে এনে পানীয় খালে সহজে ভাগৰুৱা নহয়। অত্যন্ত গৰমত শাৰীৰিক পৰিশ্ৰম কৰাৰ পিছতো আপুনি ভাগৰি নপৰে ৷

২) এই পানীয় হজম শক্তি উন্নত কৰাৰ বাবে উপকাৰী। গুড়ৰ পানীয়ে পাচন এনজাইমৰ নিঃসৰণ বৃদ্ধি কৰে। ফলত খাদ্য সোনকালে হজম হয়। এই পানীয়ই কোষ্ঠকাঠিন্য নিৰাময়তো সহায় কৰে।

৩) এই পানীয়ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে। গুড়ৰ পৰা তৈয়াৰী এই পানীয়ই যকৃতৰ পৰা জমা হোৱা অশুদ্ধি আঁতৰোৱাত সহায় কৰে আৰু লগতে তেজ বিশুদ্ধ কৰে।

৪) গুড়ৰ পানীয়ে ইনচুলিন আৰু কৰ্টিছল হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। এই দুটা হৰম’নে  তেজৰ উচ্চ শর্কৰা পৰিৱৰ্তনৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে।

৫)ঋতু পৰিবৰ্তনৰ বাবে বিভিন্ন ৰোগ হয়। ইয়াক প্ৰতিৰোধ কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো প্ৰয়োজনীয়। গুড়ত বিভিন্ন খনিজ পদাৰ্থ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ভিটামিন থাকে। যিয়ে ভিতৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

 

Previous Post

শৰীৰ- মন সতেজ কৰি ৰাখিব বিচাৰে নেকি? গা ধোৱা পানীত ৩টা উপাদান মিহলাই অপুনিও হ’ব পাৰে উপকৃত ?

Next Post

১২ বছৰৰ পাছত স্পেইন পুনৰ দখল কৰিলে ইউৰোৰ চেম্পিয়নৰ খিতাপ, পৰাস্ত ইংলেণ্ড

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
১২ বছৰৰ পাছত স্পেইন পুনৰ দখল কৰিলে ইউৰোৰ চেম্পিয়নৰ খিতাপ, পৰাস্ত ইংলেণ্ড

১২ বছৰৰ পাছত স্পেইন পুনৰ দখল কৰিলে ইউৰোৰ চেম্পিয়নৰ খিতাপ, পৰাস্ত ইংলেণ্ড

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7