VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি সদায় সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৯টা সৰু সৰু কথা

voicedesk by voicedesk
November 30, 2021
in জীৱন
আপুনি সদায় সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৯টা সৰু সৰু কথা
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

১/আহাৰ তেতিয়া হে গ্ৰহণ কৰক‌ যেতিয়া আপোনাৰ সঁচাকৈয়ে ভোক‌ লাগে‌। ভোক‌ নলগাকৈ আহাৰ খালে সি সহজে হজম নহ’ব‌ও পাৰে।

 

২/ ম’বাইল, টিভি,লেপটপ সকলো বোৰ আতৰত থৈ এটুকুৰা শান্তিপূৰ্ণ ‌ ঠাইত বহি  আহাৰ গ্ৰহণ কৰক।

 

৩/আমাৰ সকলোৰে শৰীৰৰ গঠন বেলেগ বেলেগ । সেয়ে আপোনাৰ শৰীৰটোক যিমান প্ৰয়োজন নিতৌ ‌ সিমান আহাৰহে গ্ৰহণ কৰক।

 

৪/পৰাপক্ষত ভাল দৰে ৰন্ধা আহাৰ হে গ্ৰহণ কৰক।ফ্ৰীজৰ পৰা উলিয়াই কোনো বস্তু গৰম নকৰাকৈ নাখাব। কাৰণ ফ্ৰীজত থোৱা খাদ্য সহজে হজম নহয় আৰু এই খাদ্যই আমাৰ শৰীৰৰ প্ৰচুৰ ক্ষতি সাধন‌ কৰে‌।

 

৫/সদায় স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব লাগে।পৰা পক্ষত  শুকান আহাৰৰ পৰিৱৰ্তে সামান্য তেলীয়া বা ৰসাল আহাৰ গ্ৰহণ কৰিব লাগে,যি আহাৰ হজম কৰাত সহায় কৰে।

 

৬/ অপথ্য খাব নালাগে , অৰ্থাৎ অমিল খাদ্য যেনে‌- গাখীৰ আৰু ফলমূল, গাখীৰ আৰু মাছ ইত্যাদি।ই আমাৰ শৰীৰত বিপৰীত‌ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

 

৭/আহাৰ গ্ৰহণ কৰোঁতে আমাৰ পঞ্চ ইন্দ্ৰিয়‌ সক্ৰিয় হৈ থাকিব লাগে।নাকেৰে সুঘ্ৰাণ,জিভাৰে সোৱাদ, কাণেৰে আহাৰ চোবোৱাৰ শব্দ আদি সকলো বোৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত অনুভৱ কৰিব লাগে তাৰ ফলত আমাৰ সমগ্ৰ শৰীৰ সক্ৰিয় হৈ থাকে।

 

৮/কেতিয়াও খৰধৰকৈ আহাৰ খাব নালাগে।ধৈৰ্য্য সহকাৰে লাহে লাহে ভালকৈ চোবাই হে আহাৰ খাব লাগে।অন্যথা আহাৰ ভালকৈ হজম নহয় আৰু তাৰ ফলত শৰীৰত যিকোনো ৰোগ হ’ব পাৰে।

 

৯/আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত নিয়মানুবৰ্তিতা  মানি চলিব লাগে। আহাৰ খোৱাৰ সময় সদায় একেই হ’ব লাগে। অনিয়মিত খাদ্যাভ্যাসেও মানুহক ৰুগীয়া কৰে।

 

এই ৯টা নিয়ম মানি চলিলে আপুনি‌ সদায় এজন স্বাস্থ্যবান মানুহ হৈ থাকিব পাৰিব আৰু নিশ্চয়কৈ আপোনাৰ  জীৱন আপুনি বিচৰাৰ ধৰণে উদযাপন কৰিব পাৰিব ।

Previous Post

ঘৰতে পাব ক’ভিড ভেকচিন, চৰকাৰে লৈছে এই কার্যসূচী

Next Post

আচৰিত কথাবোৰ আপুনি বাৰু জানেনে?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
আচৰিত কথাবোৰ আপুনি বাৰু জানেনে?

আচৰিত কথাবোৰ আপুনি বাৰু জানেনে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7