VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, নিয়মিতভাৱে গা ধূলে আপুনি হৈ থাকিব সুস্থ !!

voicedesk by voicedesk
July 30, 2024
in জীৱন
কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাই নহয়, নিয়মিতভাৱে গা ধূলে আপুনি হৈ থাকিব সুস্থ !!
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

উংকট গৰমত বাহিৰৰ পৰা আহিলে গাটো ধুলেহে সকাহ অনুভৱ কৰিব পাৰি ৷ কিন্তু গা ধোৱাটো কেৱল গৰমৰ পৰা সকাহ পোৱাৰ বাবে নহয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা ইয়াৰ লগত জড়িত। বহু লোকে হয়তো নাজানে যে গা ধোৱাৰ লগত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে। নিয়মিতভাৱে গা ধুলে কেইবাবিধো ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি?

 

১) কুহুমীয়া পানীত গা ধুলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। নিয়মীয়াকৈ গা ধোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ‘জাৰ্নেল অৱ ফিজিঅ’লজি’ত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি গৰম পানীত গা ধুলে শৰীৰত নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি পায়। যিয়ে ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰখাত সহায় কৰে।

 

২) মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে গৰম পানীত গা ধুবলৈ পৰামৰ্শ দিয়ে। স্নায়ুৰ উত্তেজনা শান্ত কৰাৰ পৰা আৰম্ভ কৰি মানসিক চাপৰ হৰম’ন মুক্ত হয় গা ধূলে ৷ নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি গা ধোৱাৰ ফলত হতাশাৰ পৰা উপশম পোৱা যায়।

 

৩) ‘জাৰ্নেল অৱ ডাৰ্মেট’লজিকেল ছায়েন্স’ত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি কুহুমীয়া পানীত গা ধুলে ছালৰ আৰ্দ্ৰতা স্তৰ স্বাভাৱিকভাৱে বজাই ৰাখিব পাৰি। শুকান ছাল বা একজিমাৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে গা ধোৱা উচিত।

Previous Post

ছলমানৰ বাবে প্ৰাণ ওভতাই পাইছিল কণমানিয়ে, অস্থিমজ্জা দান কৰি ভাইজানৰ অভিলেখ

Next Post

নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ শপতগ্ৰহণ, অসম এৰিলে গুলাব চান্দ কাটাৰিয়াই

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ শপতগ্ৰহণ, অসম এৰিলে গুলাব চান্দ কাটাৰিয়াই

নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ শপতগ্ৰহণ, অসম এৰিলে গুলাব চান্দ কাটাৰিয়াই

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7