VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আচাৰৰো আছে পুষ্টিকৰ গুণ, কিন্তু ঘৰত বনোৱা নে দোকানৰ পৰা ক্ৰয় কৰা আচাৰ খালে উপকৃত হ’ব আপুনি ?

voicedesk by voicedesk
May 11, 2024
in জীৱন
আচাৰৰো আছে পুষ্টিকৰ গুণ, কিন্তু ঘৰত বনোৱা নে দোকানৰ পৰা ক্ৰয় কৰা আচাৰ খালে উপকৃত হ’ব আপুনি ?
0
SHARES
117
VIEWS
Share on FacebookShare on Twitter

 

দাইল-ভাত, শাক-পাচলি-ৰুটি বা আলুৰ পৰঠা – প্লেটত যি খাদ্য নাথাকক কিয়, অলপ আচাৰৰ লগত থাকিলে খাবলৈ অধিক সোৱাদযুক্ত হয় ৷ প্ৰত্য়েকৰ ঘৰৰ ৰান্ধনীশালত থাকে আচাৰৰ বটল ৷ কেবল সোৱাদ বৃদ্ধিৰ এক খাদ্য সমগ্ৰীয়েই নহয়, আচাৰৰ আছে পুষ্টিকৰ গুণ ৷ পুষ্টিবিদসকলে কয়, কেৱল সোৱাদেই নহয়, প্ৰতিদিনে মধ্যমীয়া পৰিমাণৰ আচাৰ খোৱাৰ ফলত শৰীৰৰ বাবে বহু উপকাৰ হয়।

 

বিভিন্ন মছলা, তেল, ভিনেগাৰৰ লগত শাক-পাচলি, ফল-মূল বা মাংস মিহলাই আচাৰ প্ৰস্তুত কৰা হয়। অৱশ্যে কেৱল আমাৰ দেশতে নহয় বিদেশতো আচাৰ খোৱাৰ নিয়ম আছে ৷

বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতিদিনে মধ্যমীয়া পৰিমাণৰ আচাৰ খালে অন্ত্ৰ আৰু গেষ্ট্ৰাইটিছৰ স্বাস্থ্য উন্নত হয়। যিহেতু এই খাদ্যবোৰত প্ৰ’বায়’টিক বেক্টেৰিয়া থাকে, গতিকে ইহঁতে আন্ত্ৰিক অংশত ভাল আৰু বেয়া বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। বহু  আচাৰত ভিনেগাৰ ব্যৱহাৰ কৰা হয় ৷। সেইটোৰ ওপৰতো কেইবাটাও অধ্যয়ন কৰা হৈছে। দেখা গৈছে যে এই ভিনেগাৰে তেজত ইনচুলিন হৰম’নৰ কাৰ্য্যক্ষমতা সঠিক ব্যৱস্থাপনাতো সহায় কৰে।

 

আচাৰ খোৱাৰ উপকাৰ কি কি?

 

১) যিকোনো মজি যোৱা খাদ্যত প্ৰ’বায়’টিক থাকে। আচাৰো সেই প্ৰকাৰৰ খাদ্য। আচাৰত থকা ভাল বেক্টেৰিয়াই অন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ উপৰিও পাচনতন্ত্ৰৰ সমস্যাও নিয়ন্ত্ৰণ কৰে।

২) আচাৰত কেলৰি কম থাকে। কিন্তু সহজে হজম হোৱা আঁহৰ পৰিমাণ বেছি। গতিকে আচাৰে ওজন নিয়ন্ত্ৰণত সহায় কৰে। আঁহযুক্ত খাদ্যই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰে।

৩)আচাৰে আন খাদ্যৰ পৰাও পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰে। ভিটামিন কে, পটাছিয়াম আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই খাদ্যই শাৰীৰিক কাৰ্য্যতো সহায় কৰে।

 

দোকানৰ পৰা কিনা আচাৰ শৰীৰৰ বাবে ভাল নেকি?

 

এটা শব্দত বেয়া বুলি ক’ব নোৱাৰি। একেবাৰে নিৰাপদ বুলি ক’ব নোৱাৰি। দোকানৰ পৰা কিনা আচাৰত অত্যধিক নিমখ আৰু ৰাসায়নিক পদাৰ্থ থাকিব পাৰে। এনেধৰণৰ আচাৰ-ব্যৱহাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। কিন্তু ঘৰতে বনোৱা আচাৰ খালে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

Previous Post

নাৰেংগীত বাতৰি কাকতৰ এজেন্সীত কৰ্মৰত পিতৃ পুত্ৰই ৩ টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

Next Post

ছৌদি আৰব এৰিব ৰোনাল্ডোৱে! চেম্পিয়নছ লীগ খেলাৰ আগ্ৰহেৰে বন্ধুৰ ক্লাবত যোগদান কৰিবলৈ যো-জা চি আৰ-৭ ৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ছৌদি আৰব এৰিব ৰোনাল্ডোৱে!  চেম্পিয়নছ লীগ খেলাৰ আগ্ৰহেৰে বন্ধুৰ ক্লাবত যোগদান কৰিবলৈ যো-জা চি আৰ-৭ ৰ

ছৌদি আৰব এৰিব ৰোনাল্ডোৱে! চেম্পিয়নছ লীগ খেলাৰ আগ্ৰহেৰে বন্ধুৰ ক্লাবত যোগদান কৰিবলৈ যো-জা চি আৰ-৭ ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7