VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুৱা চকু মেলিয়েই প্ৰথমে ফোনটো চায় নেকি ? মন আৰু শৰীৰৰ বাবে এই অভ্যাস কিমান ক্ষতিকাৰক?

voicedesk by voicedesk
June 14, 2024
in জীৱন
পুৱা চকু মেলিয়েই প্ৰথমে ফোনটো চায় নেকি ? মন আৰু শৰীৰৰ বাবে এই অভ্যাস কিমান ক্ষতিকাৰক?
0
SHARES
65
VIEWS
Share on FacebookShare on Twitter

পুৱা চকু মেলি বহুতে প্ৰথম মোবাইল ডাটা অন কৰা। আৰু সেইটো কৰাৰ লগে লগে হোৱাটছএপ, অফিচৰ মেইল, ছ’চিয়েল মিডিয়াৰ নোটিফিকেচন এটা এটাকৈ আহিবলৈ আৰম্ভ কৰে। সকলোবোৰ পৰীক্ষা কৰিবলৈ গৈ পুৱাটো জটিলতাৰে আৰম্ভ হয়। পুৱাই এই কামবোৰ কৰি আপুনি আত্মতুষ্টি অনুভৱ কৰিব পাৰে। কিন্তু অজানিতে ই গোটেই দিনটোৰ কামত ব্যাঘাত জন্মায়। লগতে চকুৰ ক্ষতি কৰে ৷ জীৱনটোও প্ৰভাৱিত হয়।

১) পুৱা চকু নোধোৱাকৈ ফোন ৰিচিভ কৰিব নালাগে। ফোনটোৰ পৰা অহা নীলা পোহৰ আপোনাৰ চকুৰ বাবে অতি ক্ষতিকাৰক। মোবাইলৰ পৰা নিৰ্গত ৰশ্মিয়ে চকুত গুৰুতৰ প্ৰভাৱ পেলায়। গোটেই দিনটো মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে।

 

২)চকুৰ সমস্যাৰ লগে লগে কামতো ব্যাঘাত জন্মে। যদি আপুনি ৰাতিপুৱা সাৰ পাই দিনটোৰ বাবে আপোনাৰ কৰিবলগীয়া কামৰ তালিকাৰ কথা চিন্তা কৰে, বা ছ’চিয়েল মিডিয়াত আপোনাৰ চৌপাশৰ মানুহৰ কাম-কাজৰ বিষয়ে খবৰ ৰাখিবলৈ আৰ তেন্তে ই আপোনাৰ মানসিক স্থিতি অৱনমিত কৰে । এই খবৰবোৰে আপোনাৰ অস্থিৰতা বৃদ্ধি কৰে। কোনো কামত মনোযোগ দিব নোৱাৰা হৈ পৰিব ৷

 

৩) পুৱা মোবাইলৰ পৰা পোৱা  বাতৰিয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আৰু যদি ৰাতিপুৱাটো অত্যধিক মানসিক চাপেৰে আৰম্ভ হয়, তেন্তে সেই চিন্তাই গোটেই দিনটো আপোনাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰিব পাৰে ৷

Previous Post

উইম্বলডনত নেখেলে নাডালে,নাম প্ৰত্যাহাৰ কৰিলে নাম

Next Post

যুদ্ধবিধ্বস্ত গাজাৰ ৮ হাজাৰ শিশু পুষ্টিহীনতাত আক্ৰান্ত , উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
যুদ্ধবিধ্বস্ত গাজাৰ ৮ হাজাৰ শিশু পুষ্টিহীনতাত আক্ৰান্ত , উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

যুদ্ধবিধ্বস্ত গাজাৰ ৮ হাজাৰ শিশু পুষ্টিহীনতাত আক্ৰান্ত , উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7