VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৪০ বছৰৰ পাছত সাৱধান হওঁক ? বৃদ্ধ বয়সত সুস্থ হৈ থাকিবলৈ পুৰুষসকলে কেনেদৰে ল’ব লাগে নিজৰ যত্ন?

voicedesk by voicedesk
February 24, 2023
in জীৱন
৪০ বছৰৰ পাছত সাৱধান হওঁক ? বৃদ্ধ বয়সত সুস্থ হৈ থাকিবলৈ পুৰুষসকলে কেনেদৰে ল’ব লাগে  নিজৰ যত্ন?
0
SHARES
58
VIEWS
Share on FacebookShare on Twitter

পেছাদাৰী হেঁচা, পৰিয়ালৰ দায়িত্ব, সময়মতে খাদ্য গ্ৰহণ নকৰা – যদি নিয়মিতভাৱে এই অনিয়মবোৰ চলি থাকে তেন্তে এটা নিৰ্দিষ্ট বয়সৰ পিছত বিভিন্ন ৰোগে শৰীৰত থিতাপি ল’বলৈ আৰম্ভ কৰে। গতিকে পুৰুষ-মহিলা উভয়ে নিজৰ শৰীৰৰ অতিৰিক্ত যত্ন লোৱা উচিত। মহিলাসকলে নিজৰ যত্ন লোৱাৰ বিপৰীতে পুৰুষে প্ৰায়ে নিজৰ স্বাস্থ্যক অৱহেলা কৰে। সেইটোৱে বিপদ বৃদ্ধি কৰে। আগতীয়াকৈ সাৱধান হ’লে বহু বিপদৰ পৰা হাত সাৰিব পাৰি।কেনেদৰে  পুৰুষসকলে ল’ব নিজৰ যত্ন ?

১)আঁহযুক্ত খাদ্যই ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি হজম শক্তি উন্নত কৰাৰ ক্ষেত্ৰতো আঁহ অতি ফলপ্ৰসূ। আঁহযুক্ত খাদ্য যেনে মচুৰ দাইল, শাক-পাচলি, বাদাম, শুকান ফল, বীন, ওটছ ৪০ বছৰ বয়সৰ পিছত দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ।

২) উচ্চ ৰক্তচাপৰ আশংকাৰ পৰা হাত সাৰিবলৈ কম পৰিমাণৰ ছডিয়ামযুক্ত খাদ্য বেছিকৈ খাব লাগে। কল আৰু কচুৰ উপৰিও কেইবাবিধো শাক-পাচলি আৰু ফল-মূলত ছডিয়ামৰ পৰিমাণ কম। এনে খাদ্যই শৰীৰত পটাছিয়ামৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

৩) ধূমপান কৰাৰ অভ্যাস আছে নেকি? যদি আছে, তেন্তে সেই অভ্যাস এতিয়াই সলনি কৰক। ই কেৱল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, এই অভ্যাসৰ বাবে শৰীৰত বহু ৰোগৰ সৃষ্টি কৰে।

৪) কামৰ মাজত সময় নাথাকিলে দিনটোত কমেও আধা ঘণ্টা খোজ কাঢ়িব লাগে। যদি আপুনি শাৰীৰিক ব্যায়াম কৰে  তেন্তে বহু ৰোগৰ পৰা মুক্তি পাব পাৰে।

 

Previous Post

বাৰ্তা পঠোৱাৰ পিছতো ‘সম্পাদনা’ কৰিব পাৰিব! হোৱাটছএপত উপলব্ধ হ’ব নতুন বৈশিষ্ট্য ?

Next Post

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আজি সম্পূর্ণ কৰিলে এবছৰঃ ৰূপালী পর্দাৰ নায়ক জেলেনেস্কি কিদৰে বহিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ আসনত ?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আজি সম্পূর্ণ কৰিলে এবছৰঃ ৰূপালী পর্দাৰ নায়ক জেলেনেস্কি কিদৰে বহিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ আসনত ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই আজি সম্পূর্ণ কৰিলে এবছৰঃ ৰূপালী পর্দাৰ নায়ক জেলেনেস্কি কিদৰে বহিছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ আসনত ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7