VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰথমবাৰৰ বাবে ট্ৰেকিং কৰিবলৈ পৰিকল্পনা কৰিছে নেকি? বিপদত নপৰিবলৈ কি কি সামগ্ৰী লগত ৰাখিব !!

voicedesk by voicedesk
January 12, 2023
in জীৱন
প্ৰথমবাৰৰ বাবে ট্ৰেকিং কৰিবলৈ পৰিকল্পনা কৰিছে নেকি? বিপদত নপৰিবলৈ কি কি সামগ্ৰী লগত ৰাখিব !!
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

দুঃসাহসিক ক্ৰীড়াপ্ৰেমীৰ মাজত একক ভ্ৰমণ অতি জনপ্ৰিয়। বহুতৰে দুর্গম পথত ট্ৰেকিং কৰাৰ চখ আছে ৷ বহুতে ট্ৰেকিং ভাল পায়। কিন্তু ট্ৰেকিং আৰম্ভ কৰাৰ আগতে কি কি লগত লৈ যাব লাগিব সেয়াও এক সুকীয়া চিন্তা ৷

গতিকে ট্ৰেকিং কৰাৰ আগতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা মনত ৰাখি বেগটো এপদ এপদ সামগ্ৰী ৰাখিব লাগে ৷  বেগটো যাতে  গধুৰ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে ৷  গতিকে এই বেগ পেকিং কৰোতে সচেতন হওক।

১) আপুনি যাবলগীয়া  স্থানডোখৰৰ ঠাণ্ডা অনুসৰি এটা হ’ল’ফিল জেকেট লগত লৈ যাব । তিনি-চাৰিটা সম্পূৰ্ণ হাতৰ চাৰ্ট বা টি-চাৰ্ট  লগত ৰাখক । কেইবাটাও পকেট থকা কাৰ্গো পেণ্টো আপোনাৰ বেগত ৰাখক ৷  মোজা, গ্লভছ, টুপী ল’বলৈ নাপাহৰিব। কেইবাযোৰ অর্ন্তবাস লগত লওঁক ৷

২) সচৰাচৰ গা ধোৱাৰ পৰিস্থিতি ট্ৰেকিঙৰ সময়ত নাথাকে ৷  গতিকে হাত আৰু মুখ পৰিষ্কাৰ কৰিবলৈ টিছু, ক্ৰীম, কপাহ আদি লওক। লগতে বডি স্প্ৰেও লগত ৰাখক। ছানস্ক্ৰীণ আৰু ছানগ্লাছ ল’বলৈ নাপাহৰিব  ৷ কেতিয়াবা পাহাৰত বৰষুণ বা বৰফ পৰে গতিকে ছাতি এটা লৈ ফুৰিব।

৩) এডাল লাঠি লগত ৰাখিব । যদি নাই তেন্তে ফল্ডিং ষ্টিক কিনিব। মেডিচিন পেকত ন’জেল ড্ৰ’প, অ’ আৰ এছ,, জ্বৰৰ বাবে প্ৰয়োজনীয় ঔষধৰ লগতে নিজৰ প্ৰেছক্ৰিপচন মতে দৰৱ ৰাখিব ৷ ভাল ক্ৰেপ বেণ্ডেজ, ডিঙিৰ টুপি লগত লৈ যাব ৷ লগত বিষৰ বাম বা স্প্ৰে ল’বলৈ নাপাহৰিব ৷ডায়েৰীত উপযোগী ফোন নম্বৰ লিখি থওক। লগত নিজৰ পৰিচয় পত্ৰ লৈ যাব। যিকোনো পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব।

 

Previous Post

শিশুক কফচিৰাপ খুৱাওতে সাৱধান হওঁক!!উজবেকিস্তানত ১৯টা শিশুৰ মৃত্যুৰ পাছতে নিষিদ্ধ কৰা হ’ল ভাৰতত প্ৰস্তুত কৰা দুটা কাহৰ চিৰাপ

Next Post

পকৱা শব্দৰ অৰ্থ হ’ল ৰন্ধা আৰু ৱাত  মানে হ’ল  সৰু সৰু টুকুৰা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পকৱা শব্দৰ অৰ্থ হ’ল ৰন্ধা আৰু ৱাত  মানে হ’ল  সৰু সৰু টুকুৰা

পকৱা শব্দৰ অৰ্থ হ’ল ৰন্ধা আৰু ৱাত  মানে হ’ল  সৰু সৰু টুকুৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7