VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৪ জুলাইৰ পৰা ৭ জুলাইলৈ ‘পু এন ফ’ ৱাইল্ড’ৰ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন

voicedesk by voicedesk
June 15, 2024
in জীৱন
৪ জুলাইৰ পৰা ৭ জুলাইলৈ  ‘পু এন ফ’ ৱাইল্ড’ৰ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো ‘পিয়’ৰ এনভাইৰণমেণ্ট ফৰ ৱাইল্ডলাইফ’ চমুকৈ ‘পু এন ফ’  ৱাইল্ড’ৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখা, মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতি, মহিলা কোষ ঢকুৱাখনা শাখাৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবছৰো অহা ৪ জুলাইৰ পৰা ৭ জুলাইলৈ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হৈছে।

পৰিৱেশ বিষয়টো কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয় । পৰিৱেশ বিষয়টো জানিবলৈ, বুজিবলৈ হ’লে আমি ইয়াৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰিব লাগিব লগতে পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশৰ মাজত নিজেই থাকি সম‌য় অতিবাহিত কৰিব লাগিব ।

বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে নাইবা নিজৰ সন্তানৰ বিষয়ে অভিভাৱক সকলে কোৱা শুনা যায় যে আজিকালি ইন্টাৰনেট,ম’বাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে ক’ৰবাত নহয় ক’ৰবাত একাত্ম হ’ব পৰা নাই যেন অনুভৱ হয়।

সেয়েহে নৱ-প্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে পৰিৱেশ বিষয়ক কথাবোৰ ওচৰৰ পৰা অনুভৱ কৰিবলৈ আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলক আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়ি দিবৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো আয়োজন কৰা হৈছে এই আৱাসিক প্ৰকৃত শিবিৰ ।

এই শিবিৰত অসমৰ বিভিন্ন ঠাইৰ বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থাকি মত বিনিময় কৰিব । য’ত থাকিব পৰিৱেশ সজাগতা, ট্ৰেকিঙৰ আদি পাঠ, বিশ্বাস-অন্ধবিশ্বাস আৰু নতুন বাটেৰে জীৱনমুখী এক যাত্ৰা ( মহিলা আৰু বিজ্ঞান), বন্যপ্ৰাণী উদ্ধাৰ আৰু চিকিৎসা, পক্ষী নিৰীক্ষণ, যাদু আৰু বিজ্ঞান, নদী আৰু মানুহ, পৰ্বত-পাহাৰ আৰু মোৰ স্বাস্থ্য, বিহু গীতত পৰিৱেশ আৰু বিজ্ঞান, লোক সংস্কৃতিৰ সুৰীয়া গোন্ধ, জৰুৰীকালীন সময়ত ল’ব লগা সাৱধানতা আৰু তাৎক্ষণিক চিকিৎসা, পৰিৱেশৰ প্ৰতি কৃতজ্ঞতা, পৰিৱেশ তন্ত্ৰৰ অধ্যয়ন আদিকে ধৰি বহুতো আলোচ্য বিষয়বস্তু ।

নতুন প্ৰজন্মক পৰিৱেশৰ সৈতে একাত্ম হৈ যদি এক সুন্দৰ সময় উদযাপন কৰিবলৈ দিব বিচাৰিছে বা ধুনীয়া পৃথিৱী খনৰ সৈতে চিনাকি কৰাই দিবলৈ বিচাৰিছে তেন্তে অভিভাৱক সকলে নিজৰ সন্তানক পঠিয়াব পাৰে এই আৱাসিক প্ৰকৃতি শিবিৰলৈ ।

সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰে –  8822021933, 6000573345, 8812097716  ম’বাইল নম্বৰত ।

Previous Post

যুদ্ধবিৰতি ঘোষণা কৰিবলৈ ইউক্ৰেইনক চর্ত বান্ধি দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

Next Post

সাহিত্য অকাডেমিৰ ঘোষণাঃনয়নজ্যোতি শর্মালৈ যুৱ আৰু ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য পুৰস্কাৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সাহিত্য অকাডেমিৰ ঘোষণাঃনয়নজ্যোতি শর্মালৈ যুৱ আৰু ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য পুৰস্কাৰ

সাহিত্য অকাডেমিৰ ঘোষণাঃনয়নজ্যোতি শর্মালৈ যুৱ আৰু ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য পুৰস্কাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7