VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশত এদিনতে বৃদ্ধি পালে ১২ হাজাৰ ক‘ভিড ৰোগী, ৫৬২ জনৰ মৃত্যু

voicedesk by voicedesk
August 5, 2021
in জীৱন, মুখ্য সংবাদ, সমাজ
দেশত এদিনতে বৃদ্ধি পালে ১২ হাজাৰ ক‘ভিড ৰোগী, ৫৬২ জনৰ মৃত্যু
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি ক’ভিডৰ দ্বিতীয় ঢৌ কিছু হ্ৰাস পাইছে যদিও ভাৰতবৰ্ষত কালি দিনটোৰ ভিতৰত আক্ৰান্তৰ সংখ্যা  ১২ হাজাৰ বৃদ্ধি পাইছে। অৰ্থাৎ দেশত কালি দিনটোৰ ভিতৰত ৪২,৬২৫ জন নতুনকৈ আক্ৰান্তৰ চিনাক্ত হোৱাৰ লগতে ৫৬২ জনৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ইয়াৰ এদিন পূৰ্বে দেশত নতুনকৈ আক্ৰান্তৰ সংখ্যা আছিল ৩০,৫৪৯ জন।সেই অনুসৰি এদিনত প্ৰায় ১২ হাজাৰ ক‘ভিড আক্ৰান্ত বৃদ্ধি পালে।আনহাতে বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা পূৰ্বতকৈ ৫,৩৯৫ জন বৃদ্ধি পাই ৪,১০,৩৫৩ জন হৈছেগৈ।

তাৰবিপৰীতে কালিৰ দিনটোত মুঠ ৩৬,৬৬৮ জন লোকে আৰোগ্য লাভ কৰিছে।এই সকলো ধৰি দেশত মুঠ আৰোগ্যৰ সংখ্যা হৈছেগৈ ৩,০৯,৩৩,০২২ জন।

ইফালে কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা দেশৰ ভিতৰত কেৰেলাত সৰ্বাধিক পোৱা গৈছে।অৰ্থাৎ শীৰ্ষস্থানত থকা কেৰেলাত কালিৰ দিনটোত ২৩,৬৭৬ জন কৰ‘না ৰোগী ধৰা পৰিছে। ইয়াৰপিছতে মহাৰাষ্ট্ৰত ৬,০০৫ জন,তামিলনাডুত ১,৯০৮ জন,কৰ্নাটকত ১,৬৭৪ জন আৰু অন্ধ্ৰপ্ৰদেশতো ১,৯০৮ জন কৰ‘না সংক্ৰমণ ধৰা পৰিছে।

যোৱা ২৪ ঘন্টাত দেশত মৃত্যু হোৱা ৫৬২ জন আক্ৰান্তৰ ভিতৰত কেৰেলাত সৰ্বাধিক ১৪৮ জন মৃত্যু হোৱাৰ পিছতেই মহাৰষ্ট্ৰত ১১৭ জন কৰ‘না ৰোগীৰ মৃত্যু হৈছে।

অন্যহাতে যোৱা ২৪ ঘন্টাত দেশত ৬২,৫৩,৭৪১ পালি কৰ‘না প্ৰতিষেধক প্ৰদান কৰা হৈছে।অৰ্থাৎ দেশত কালিলৈকে মুঠ ৪৮,৫২,৮৬,৫৭০ জনক ক‘ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

Previous Post

মুখ্যমন্ত্ৰীৰ নেতৃত্বত কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহঃ নগৰ অঞ্চলত ফ্লেট ক্ৰয় বা বিক্ৰী কৰিবৰ বাবে অনুমতি ল’ব নালাগে জিলা প্ৰশাসনৰ

Next Post

টকিঅ’ অলিম্পিকত অঘটনঃভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াক কামুৰিলে নুৰ ইছলামে

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
টকিঅ’ অলিম্পিকত অঘটনঃভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াক কামুৰিলে নুৰ ইছলামে

টকিঅ’ অলিম্পিকত অঘটনঃভাৰতীয় মল্লযুঁজাৰু ৰবি কুমাৰ দহিয়াক কামুৰিলে নুৰ ইছলামে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7