VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গৰ্ভাৱস্থাত ঘিউ খোৱা উচিত নে অনুচিত ? বিশেষজ্ঞ সকলে কি কয় জানো আহক

voicedesk by voicedesk
February 2, 2023
in জীৱন
আমি গৰ্ভ ভাড়ালৈ দিব পাৰিমনে?
0
SHARES
120
VIEWS
Share on FacebookShare on Twitter

ঘিউ বহুতৰ বাবে প্ৰিয়। কেতিয়াবা একো খাব মন নগ’লে অকল ঘিউ -ভাত খাই তৃপ্তি লাভ কৰিব পাৰি। ঘিউ স্বাস্থ্য গুণ সম্পন্ন উপাদানেৰে ভৰপূৰ যদিও গৰ্ভাৱস্থাত ঘিউ খোৱা উচিত নে অনুচিত ? জাঁনো আহকচোন–

১) ঘিউ খোৱাৰ বহুত উপকাৰীতা আছে কিন্তু অধিক পৰিমাণে ঘিউ খালে শৰীৰৰ ওজন বৃদ্ধি হ’ব পাৰে। তাৰোপৰি কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। গতিকে এই বিষয়ে সচেতনতা থকাটো জৰুৰী।
২) গৰ্ভৱতী মহিলাৰ শেষৰ তিনিমাহত প্ৰতিদিনে অন্তত ২০০ অতিৰিক্ত কেলৰীৰ প্ৰয়োজন হয়। এই সময়ত ঘিউৰ নিচিনা পুষ্টিকৰ খাদ্যৰ অতি প্ৰয়োজন হৈ পৰে। গতিকে এই কেইমাহত ঘিউ খোৱা মাক আৰু শিশু দুয়োৰে কাৰণে উপকাৰী।
৩) নিঃসন্দেহে স্বাস্থ্য গুণ সম্পন্ন ঘিউয়ে মাতৃ গৰ্ভত থকা সন্তানক হৃষ্ট-পুষ্ট কৰি তোলাত সহায় কৰে। খাবলৈ সোৱাদ হোৱাৰ লগতে এনাৰ্জি আৰু স্বাস্থ্যৰ খেয়াল ৰখাৰ ক্ষেত্ৰতো ঘিউয়ে সহায় কৰে।
৪) গৰ্ভৱতী মহিলাৰ শৰীৰ বৰ বেছি সংবেদনশীল হৈ থাকে। শৰীৰ ভালে ৰাখিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ গৰ্ভৱতী মহিলাই ঘিউ খোৱা উচিত।
৫) গৰ্ভ অৱস্থাত অতি বেছি ঘিউ খালে কিছুমান পাৰ্শ প্ৰতিক্ৰিয়াই দেখা দিব পাৰে। কলেষ্টেৰল বৃদ্ধি হৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
৬) বিশেষজ্ঞ সকলৰ মতে , গৰ্ভৱতী মহিলাই দিনে অন্তত্ব ১ -৩ টেবিল চামুচ ঘিউ খাব লাগে। অৱশ্যে এই ক্ষেত্ৰত ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।
৭) ভাতৰ লগত ঘিউ সানি বা পৰোঠাত ঘিউ সানি খাব পাৰি বা যি কোনো ৰান্ধা আঞ্জাত ঘিউ দি খাব পাৰি কিন্তু ঘিউৰ পৰিমাণৰ ওপৰত মনোযোগ ৰাখিব লাগিব।
৮) গৰ্ভাৱস্থাত স্বাস্থ্য সন্মত খাদ্য খোৱাৰ লগতে সামান্য যোগ-ব্যায়াম কৰি নিজকে ব্যস্ত ৰাখিব লাগে। ইয়াৰ ফলত গৰ্ভৱতী মাক আৰু সন্তান দুয়ো জনে সুস্থ থাকিব পাৰে।

Previous Post

চছল ৰাজহুৱা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7