VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰ’দে পোৰা দাগ, বলিৰেখা বা শুকান ছালৰ সমস্যা সহজে দূৰে কৰিব পাৰে আমে , কেনেকৈ প্ৰস্তুত কৰিব ফেচপেক ?

voicedesk by voicedesk
July 1, 2024
in জীৱন
ৰ’দে পোৰা দাগ, বলিৰেখা বা শুকান ছালৰ সমস্যা সহজে দূৰে কৰিব পাৰে আমে , কেনেকৈ প্ৰস্তুত কৰিব ফেচপেক ?
0
SHARES
50
VIEWS
Share on FacebookShare on Twitter

এতিয়া আমৰ বতৰ ৷ পকা আমৰ পুষ্টিগুণৰ বিষয়ে প্ৰায় সকলোৱে জানে। আমত বিটা-কেৰটিন, পটাছিয়াম, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু এন্টিঅক্সিডেন্ট থাকে। কিন্তু বহুতে নাজানে, পকা আম মুখত লগালে কি লাভ হয়।

 

পকা আম ছালত লগালে কি কি লাভ হয়?

১) ছালখন ভিতৰৰ পৰা জিলিকি উঠে।

২)ছালৰ মসৃণতা বজাই ৰখা হয়।

৩) ছালত বয়সৰ লক্ষণ সোনকালে দেখা নাযায়।

৪) বলিৰেখা, ক’লা দাগ, দাগৰ সমস্যা দূৰ হয়। আনকি, আম লগালে সোনকালে আতৰ হয় ৰ’দে পোৰা দাগ ৷

৫)ছালৰ নিজৰ তেল বা চেবাম নিঃসৰণ নিয়ন্ত্ৰণ কৰে।

৬) আমে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে।

৭) ছালৰ মৃত কোষবোৰ আঁতৰোৱাতো সহায় কৰে।

 

পকা আম কেনেকৈ মুখত লগাব?

 

১) পকা আম আৰু বেচনৰ ফেচ মাস্ক

সৰু বাটি এটাত পকা আম  লওক। তাৰ লগত এক চামুচ বেচন মিহলাই লওক। ইচ্ছা কৰিলে অলপ মৌ মিহলাই দিব পাৰে। ভালদৰে মিহলাই মুখত লগাব। পাতলীয়াকৈ পাঁচ মিনিট মালিচ কৰিব পাৰে। এই মিশ্ৰণটোৱে এক্সফোলিয়েটৰৰ কাম কৰিব। ইয়াৰ পিছত ২০ৰ পৰা ২৫ মিনিট ৰাখি পানীৰে ধুই পেলাওক।

 

২) পকা আম আৰু আলমণ্ড ফেচ মাস্ক

পকা আমৰ বাকলি আৰু ৫-৬ টা তিয়াই থোৱা আলমণ্ডৰ মিক্সাৰত পেষ্ট বনাওক। তাৰ লগত অলপ মৌ মিহলাই লওক। ইয়াৰ পিছত মুখ আৰু ডিঙিত লগাব। পোন্ধৰ মিনিট ৰাখি ধুই পেলাওক।

 

৩) পকা আম আৰু মুলতানি মাটিৰ ফেচ মাস্ক

সৰু বাটি এটাত এচামুচ মুলতানি মাটি আৰু পকা আমৰ  ভালদৰে মিহলাই লওক। ইচ্ছা কৰিলে অলপ টেঙা দৈ মিহলাই দিব পাৰে। এই মিশ্ৰণটো পোন্ধৰ মিনিট মুখত ৰাখিব। তাৰ পিছত পানীৰে ধুই পেলাওক।

 

 

Previous Post

ভাৰতীয় দলৰ নতুন প্ৰশিক্ষকে কেতিয়া দায়িত্ব ল’ব ? ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কৰিলে অৱগত

Next Post

হাৰিকেন বেৰিল, বিশ্বকাপ জয়ৰ পাছতো দেশলৈ ওভতিব পৰা নাই ৰোহিত বাহিনী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
হাৰিকেন বেৰিল, বিশ্বকাপ জয়ৰ পাছতো দেশলৈ ওভতিব পৰা নাই ৰোহিত বাহিনী

হাৰিকেন বেৰিল, বিশ্বকাপ জয়ৰ পাছতো দেশলৈ ওভতিব পৰা নাই ৰোহিত বাহিনী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7