VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আকাশলংঘী হৈছে ৰন্ধন গেছৰ দাম , খৰচ কম কৰিবলৈ কেনেকৈ গেছ ৰাহি কৰিব পাৰি?

voicedesk by voicedesk
March 2, 2023
in জীৱন
আকাশলংঘী হৈছে ৰন্ধন গেছৰ দাম , খৰচ কম কৰিবলৈ কেনেকৈ গেছ ৰাহি কৰিব পাৰি?
0
SHARES
82
VIEWS
Share on FacebookShare on Twitter

আকাশলংঘী হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। মঙলবাৰে মাজনিশা পুনৰ ৰন্ধন গেছৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে । ইয়াৰ পূৰ্বে যোৱা বছৰৰ জুলাই মাহত শেষবাৰৰ বাবে গেছৰ মূল্য বৃদ্ধি কৰা হৈছিল। যাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ লোকসকল ৷ ৰাতিপুৱাৰ টিফিনৰ পৰা আৰম্ভ কৰি সন্ধিয়াৰ জলপানলৈকে সকলো ঘৰতে প্ৰস্তুত কৰা হয় । ফলত মাহ শেষ হোৱাৰ আগতেই গেছ শেষ হৈ যায় । গেছৰ দাম যি হাৰত বৃদ্ধি পাইছে, সেই হাৰত মাহত দুবাৰকৈ গেছ কিনাটো সঁচাকৈয়ে  বহুতৰে বাবে এটা সমস্যা। গতিকে ৰন্ধন গেছ ৰাহি কৰাটো গুৰুত্বপূৰ্ণ। সেইটো আপুনি কেইটামান সহজ উপায়েৰে কৰিব পাৰে। ইয়াৰ  কিছুমান কৌশল ইয়াত উল্লেখ কৰা হ’ল।

 

১) পাইপ, ৰেগুলেটৰ বা বাৰ্নাৰত ফুটা আছে নেকি  নিয়মিতভাৱে পৰীক্ষা কৰক। যদি সৰু ফুটা এটাও থাকে  তেন্তে সেয়া বিপদজনক। সেই ফুটাৰে গেছ ওলাই যাব। তাৰ লগতে আন বিপদৰ ভয়ো আছে। গতিকে ৰন্ধা-বঢ়া কৰোতে গেছৰ গোন্ধ পালে এৰাই চলিব নালাগে। গেছ পাইপত কোনো ধৰণৰ লিকেজ হৈছে নেকি পৰীক্ষা কৰক।

 

২) বাৰ্নাৰটো নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। ৰন্ধন গেছৰ শিখাৰ ৰং নীলা হ’ব লাগে। ৰঙা, হালধীয়া বা কমলা ৰঙৰ জুই দেখা পালে বুজিব যে গেছটো ভালদৰে জ্বলি থকা নাই। ৰান্ধিবলৈও বহু সময় লাগিব। ইয়াৰ ফলত গেছ অপচয় হ’ব। বাৰ্নাৰ লেতেৰা হ’লে এনে হয়। কুহুমীয়া পানীত কিছু সময় তিয়াই থৈ আপনি এখন  বাৰ্নাৰেৰে ঘঁহি দিব  পাৰে। যদি ইয়াৰ পাছতো সমস্যা সমাধান নহয়  তেন্তে বিশেষজ্ঞ কৰ্মচাৰীৰে যোগাযোগ কৰক ৷

৩) পাত্ৰ ঢাকি ৰান্ধিবলৈ চেষ্টা কৰক। যিকোনো ঢাকনি থকা পাত্ৰত  ৰন্ধা-বঢ়া কৰিলেও বহু গেছ ৰাহি হয়। লগতে সাধাৰণ পাত্ৰৰ পৰিৱৰ্তে যিমান পাৰি প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে। গেছৰ অপচয় কম হ’ব। গেছৰ অপচয় কম কৰিবলৈ প্ৰেচাৰ কুকাৰতকৈ ভাল একোৱেই নহয়।

৪) ৰন্ধাৰ আগতে সকলো সামগ্ৰী প্ৰস্তুত কৰি লওক। মছলা খুন্দি  লোৱাৰ পৰা আৰম্ভ কৰি শাক-পাচলি কটালৈকে সকলো কাম আগতীয়াকৈ কৰক ৷  যাৰ ফলত সময় আৰু গেছ দুয়োটা ৰাহি হয়। লগতে ৰন্ধা-বঢ়াত সঠিক পৰিমাণৰ পানী ব্যৱহাৰ কৰিবলৈ শিকক ৷

৫) ৰন্ধা-বঢ়া কৰা বাচনৰ তলভাগ পৰিষ্কাৰ হব লাগে। -পাত্ৰৰ তলত যদি লেতেৰা থাকে, তেন্তে তাপ বেছিকৈ লাগে আৰু  গেছৰ অপচয় হয় ৷ লগতে  ৰন্ধন পাত্ৰ শুকান হোৱাটোও নিশ্চিত কৰক। পাত্ৰটো ভিজি থাকিলেও তাপৰ অপচয় হয়।

৬)আঞ্জাত ব্যৱহাৰ কৰা পানী বৈদ্যুতিক কেটলিত  পৃথকে  গৰম কৰিব পাৰে। ৰন্ধা-বঢ়াৰ বাবে গৰম পানীয়ে সোনকালে  ৰন্ধাৰ লগতে গেছ ৰাহি কৰিব। ইয়াৰ বাহিৰেও চাহৰ পানী বা গৰম পানীৰ বাবে  পাৰিলে ইলেক্ট্ৰিক কেটলি ব্যৱহাৰ কৰক। গেছৰ খৰচতকৈ বিদ্যুতৰ খৰচ কম ৷

৭)ঘৰত মাইক্ৰৱেভ থাকিলে খাদ্য গৰম কৰিবলৈ অতিৰিক্ত গেছ খৰচ নকৰিব। ইয়াৰ উপৰিও আলু মাইক্ৰৱেভত ৰান্ধিব পাৰে। যদি আপুনি কেক বনাবলৈ ভাল পায় তেন্তে মাইক্ৰৱেভত কেনেকৈ বনাব লাগে শিকিব। কাৰণ এটা কেক বনাবলৈ  গেছত চল্লিশ-পঞ্চাশ মিনিটৰ প্ৰয়োজন হয় ৷ ইয়াৰ বাবে যথেষ্ট গেছ ব্যয় হয় ৷

Previous Post

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Next Post

নগাঁৱৰ উৰিয়াগাঁৱত গীতিকাৰ, প্ৰাক্তন অধ্যাপক গুণ শইকীয়াৰ “গীতত্ৰয়ৰ” উন্মোচন,শিল্পী গোলাপ বৰাৰ জন্মদিন পালন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
নগাঁৱৰ উৰিয়াগাঁৱত গীতিকাৰ, প্ৰাক্তন অধ্যাপক গুণ শইকীয়াৰ “গীতত্ৰয়ৰ” উন্মোচন,শিল্পী গোলাপ বৰাৰ জন্মদিন পালন

নগাঁৱৰ উৰিয়াগাঁৱত গীতিকাৰ, প্ৰাক্তন অধ্যাপক গুণ শইকীয়াৰ "গীতত্ৰয়ৰ" উন্মোচন,শিল্পী গোলাপ বৰাৰ জন্মদিন পালন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7