VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আহকছোন জানোঁ গেছৰ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –

voicedesk by voicedesk
January 9, 2023
in জীৱন
আহকছোন জানোঁ  গেছৰ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –
0
SHARES
64
VIEWS
Share on FacebookShare on Twitter

আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ গেছৰ ষ্ট’ভ বা চৌকা ৷ কিয়নো  ইয়াৰ অবিহনে ৰন্ধা-বঢ়া কৰাটো ৱেই যে কঠিন। পাকঘৰত ইয়াৰ  ব্যৱহাৰক কেতিয়াও নুই কৰিব নোৱাৰি । এই ষ্ট’ভৰ  ওপৰতে আমাৰ  সকলো ধৰণৰ খাদ্য ৰন্ধা হয় ৷ অৱশ্যে  বিশেষকৈ গাখীৰ আৰু তেল পৰি  আমাৰ গেছ বাৰ্ণাৰৰ ভেণ্ট বন্ধ হৈ পৰে।যাৰ বাবে  জুইৰ শিখা সম্পূৰ্ণৰূপে  ওলাব নোৱাৰে আৰু আমাৰ  ৰন্ধা-বঢ়াত পলম হোৱাৰ লগতে  গেছৰো অপচয় হয়।

আহকছোন জানোঁ  গেছ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –

গেছ বাৰ্ণাৰটোৰ ছিদ্ৰ সমূহ বন্ধ  হ’লে  ইয়াক চাফা কৰাৰ কথা ভাবিলেই ভাগৰ লাগে  কাৰণ ইয়াৰ  সৰু সৰু ছিদ্ৰবোৰ  চাফা কৰাটো এক অতি কঠিন কাম৷  অৱশ্যে  কিছুমান সহজ ঘৰুৱা উপায়েৰে বাৰ্ণাৰটো সহজেই পৰিষ্কাৰ কৰিব পাৰি।

ইয়াৰ বাবে আমাক প্ৰয়োজন ‘বগা ভিনেগাৰ’-লেতেৰা বাৰ্ণাৰবোৰ বগা ভিনেগাৰেৰে  সহজেই  পৰিষ্কাৰ কৰিব পাৰি ৷  ইয়াৰ বাবে প্ৰায় একাপ ভিনেগাৰ লৈ এটা বাটিত ঢালি দি এচামুচ বেকিং চোডা দিব লাগে আৰু গেছ বাৰ্ণাৰটো ৰাতিটো তিয়াই ৰাখিব লাগে । ইয়াৰ ফলত তেলজাতীয়  লেতেৰা বোৰ কোমল হৈ পৰিব  যাক  ৰাতিপুৱা এটাত ব্যৱহাৰ নোহোৱা টুথব্ৰাছেৰে সহজে চাফা  কৰি পেলাব পাৰি।

আনহাতে খোৱা চৌদাৰ দ্বাৰাও পৰিষ্কাৰ কৰিব পাৰি বাৰ্ণাৰ৷ বেকিং পাউদাৰ ব্যৱহাৰ কৰি গেছ বাৰ্ণাৰটো নতুনৰ দৰে জিলিকাই তুলিব পাৰে। কিয়নো বেকিং পাউদাৰেৰে বাৰ্ণাৰ পৰিষ্কাৰ কৰাটো অতি সহজ । ইয়াৰ বাবে সৰু পাত্ৰ এটাত কুহুমীয়া পানী লৈ  তাত নেমু এটা চেপি লওক৷  তাৰ পিছত এচামুচ বা  দুচামুচ বেকিং পাউদাৰ আৰু অলপ লিকুইড ডিটাৰজেন্ট মিহলাই দিব। এতিয়া গেছ বাৰ্ণাৰটো এই পানীত ২০ মিনিটমান ডুবাই ৰাখি  তাৰ পিছত টুথব্ৰাছৰ সহায়ত পৰিষ্কাৰ কৰক দেখিব ই পুনৰ  নতুন হৈ উঠিছে ।

নেমু আৰু নিমখেৰেও  গেছ বাৰ্ণাৰ পৰিষ্কাৰ  কৰিব পাৰি। প্ৰথমে নেমু এটা আধা কাটি পানীত উতলাই লওক। এতিয়া বাৰ্ণাৰটো সেই পানীত কেইবা ঘণ্টা ধৰি ডুবাই ৰাখক। পৰৱৰ্তী সময়ত  একেটা নেমুৰ বাকলিত  নিমখ লগাই গেছ বাৰ্ণাৰটো  পৰিষ্কাৰ কৰক। এই পদ্ধতিও  অতি ফলপ্ৰসূ ।

Previous Post

আজি বলীউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ফাৰহান আখতাৰৰ ৪৯ সংখ্যক জন্মদিন

Next Post

কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম অধিবেশনৰ সামৰণি, উপাধি প্ৰদান

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম অধিবেশনৰ সামৰণি, উপাধি প্ৰদান

কামপুৰত নগাঁও জিলা সাহিত্য সভাৰ সপ্তবিংশতিতম অধিবেশনৰ সামৰণি, উপাধি প্ৰদান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7