VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ আতৰোৱাই নহয়! মধুৰিআমৰ পাত খালে কিধৰণে লাভান্বিত হ’ব আপুনি ?

voicedesk by voicedesk
August 7, 2024
in জীৱন
দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ আতৰোৱাই নহয়! মধুৰিআমৰ পাত খালে কিধৰণে লাভান্বিত হ’ব আপুনি ?
0
SHARES
925
VIEWS
Share on FacebookShare on Twitter

কম বেছি পৰিমাণে সকলোৱে জানে যে পুষ্টিৰ ক্ষেত্ৰত মধুৰিআম কিমান উপকাৰী। কিন্তু বহুতেই এই কথা নাজানে যে মধুৰিআমৰ পাত গুণগত মানৰ ফালৰ পৰা কম নহয়।  দাঁতৰ বিষ হ’লে মধুৰিআমৰ পাত চোবালে উপশম পোৱা যায় । মধুৰিআম পাতৰ সৈতে সিজোৱা পানীয়ে মাউথৱাছৰ বিকল্প হিচাপে অতি উত্তম কাম কৰে। যদি মুখগহ্বৰত বেক্টেৰিয়াৰ সংক্ৰমণ হয়, তেন্তে এই পাতে নিয়ন্ত্ৰণ কৰিব পাৰে। মধুৰিআমৰ পাতৰ আন বহুতো গুণ আছে। আপুনি জানেনে সেইবোৰ কি?

 

১) হজম শক্তিত সহায় কৰে

শিশুৰ বদহজম বা ডায়েৰিয়া হ’লে মধুৰিআমৰ পাতৰ সিজোৱা পানী ঘৰুৱা ঔষধ হিচাপে সেৱন কৰিব পাৰি। কোমল পাত চোবাইলেও একে কাম কৰে।

২) তেজৰ শর্কৰা নিয়ন্ত্ৰণ

মধুৰিআমৰ পাতত থকা ফেনলিকে অতিৰিক্ত শর্কৰা শোষণ কৰাত বাধা দিয়ে। গতিকে ডায়েবেটিছ ৰোগীয়ে এই পাত চোবালে লাভান্বিত হ’ব ৷

৩) ওজন নিয়ন্ত্ৰণ কৰে

মধুৰিআমৰ পাতত আঁহৰ পৰিমাণ বেছি। এই আঁহে অন্ত্ৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে। ফলত বিপাকীয় ক্ৰিয়া উন্নত হয়। বিপাকীয় ক্ৰিয়া ভাল হ’লে চৰ্বি সোনকালে শৰীৰত জমা নহয় ৷

৪) নতুন চুলি গজাবলৈ

চুলি সৰাৰ হাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি ? মধুৰিআমৰ পাতে চুলিৰ গুৰি মজবুত কৰাত সহায় কৰে। নিয়মিতভাৱে মধুৰিআম পাতৰ সিজোৱা পানীৰে মূৰ ধুলে চুলিৰ গুৰিবোৰে পুষ্টিকৰ উপাদান লাভ কৰে। নতুন চুলিও গজে।

৫)ছালৰ যত্ন

মধুৰিআম পাতত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে। যিটো ছালৰ যত্নতো অতি ফলপ্ৰসূ। মধুৰিআমৰ পাতে ছালৰ উজ্জ্বলতা পুনৰ ঘূৰাই অনা আৰু ক’লা দাগ আঁতৰোৱাতো সহায় কৰে।

Previous Post

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

Next Post

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7