VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?

voicedesk by voicedesk
March 20, 2023
in জীৱন
ওজন বাঢ়িলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়! ৬০ বছৰৰ পিছত ওজন কমাবলৈ কি কৰিব?
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

এটা নিৰ্দিষ্ট বয়সৰ পিছত শৰীৰৰ বিপাকীয় হাৰ তুলনামূলকভাৱে কমি যায়। গতিকে হঠাৎ ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। অতিৰিক্ত ওজনৰ ফলত ভৰিৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হয়। অতিৰিক্ত ওজনৰ বাবে কলেষ্টেৰল, হৃদৰোগ, বৃক্কৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে ৬০ বছৰ বয়সৰ পিছতো ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়।

 

কিন্তু মানুহে এটা নিৰ্দিষ্ট বয়সৰ পিছত ওজন কমাব পৰা আশা প্ৰায় এৰি দিয়ে। ২০, ৩০, ৪০ বছৰীয়া লোকে সহজেই ওজন কমাব পাৰে, কিন্তু ৬০ বছৰৰ পিছত ই যথেষ্ট কঠিন হৈ পৰে। কাৰণ তেওঁলোকৰ বাবে বেছি কষ্ট কৰি ওজন কমাব পৰা নাযায়। আকৌ কঠোৰ  ব্যায়াম কৰিব নোৱাৰি, হাড়ৰ ওপৰত চাপ পৰিব পাৰে । কিন্তু এইটো জনাটো ভাল যে ৬০ বছৰৰ পিছতো ওজন কমাব পৰা যায়। আৰু এই বয়সতো কিছুমান সহজ ব্যায়াম নিৰাপদ। জানি লওক সেইবোৰ কি।

 

১) খোজ কঢ়া: বয়সৰ পিছত হঠাৎ দৌৰিলে হাড়ৰ গাঁঠিত চাপ পৰিব পাৰে। আঘাত পোৱা বা দুৰ্ঘটনা হোৱাৰ আশংকাও বৃদ্ধি পায়। কিন্তু খোজ কঢ়াটো তুলনামূলকভাৱে নিৰাপদ। এই বয়সত খোজ কঢ়াটোৱেই আটাইতকৈ ভাল কাৰ্ডিঅ’ ব্যায়াম। প্ৰতিদিনে আধা ঘণ্টা খোজ কাঢ়িলে বহু শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

 

২) পিলাটেছ (Pilates)ঃ যিকোনো আঘাতৰ পৰা সুস্থ হ’বলৈ পিলাটেছ হ’ল সৰ্বোত্তম উপায়। বৃদ্ধৰ হাড় সুস্থ কৰি ৰাখিবলৈ, খোজ কঢ়াৰ শৈলী শুদ্ধ কৰি ৰাখিবলৈ, শৰীৰক নমনীয় কৰি তুলিবলৈ পিলাটেছৰ পৰামর্শ দিয়া হয় ৷ নিয়মিতভাৱে পিলাটেছ কৰিলে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ বৃদ্ধি পায় আৰু ডিঙি আৰু কঁকালৰ বিষৰ দৰে সমস্যা হ্ৰাস পায়। এই বিশেষ পদ্ধতিত কেৱল ষ্ট্ৰেচিঙৰ ওপৰত গুৰুত্ব দিয়া হয়, বহুত সঁজুলিৰ ওপৰত নহয়।

 

৩) ব্যায়াম : বয়সৰ লগে লগে অতি গধুৰ ওজন তুলিব পৰা ক্ষমতা কমি যাব পাৰে। কিন্তু শৰীৰৰ ওজনৰ ৱৰ্কআউট নিৰাপদে কৰিব পাৰি। নিয়মিতভাৱে স্কোৱাট, লাঞ্জেছ বা ক্ৰাঞ্চ কৰিব পাৰে। কিন্তু নিশ্চিতভাৱে প্ৰশিক্ষকৰ পৰামৰ্শৰ পৰা আৰম্ভ কৰক।

 

৪) খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়া: এই সময়ত খাদ্যাভ্যাসৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে। প্ৰটিন সমৃদ্ধ খাদ্য খাদ্য বেছিকৈ ৰাখিব লাগে। খাদ্যত চেনি আৰু চৰ্বিযুক্ত খাদ্য যিমান কম হ’ব সিমানেই ভাল।

 

৫) পৰ্যাপ্ত টোপনি: ওজন কমাবলৈ দিনটোত সাত-আঠ ঘণ্টা শুব লাগিব। যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি মাৰে তেন্তে আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পাব আৰু তেতিয়াহে আপুনি ওজন কমাই ৰাখিব পাৰিব।

 

বৃদ্ধ বয়সত অতি সোনকালে ওজন কমাবলৈ টান! এই সময়ত ক্ৰমান্বয়ে ওজন কমালে ভাল। বহু সময়ত বিভিন্ন চেষ্টাৰ পিছতো ওজন কমাব পৰা নাযায়, তেনে ক্ষেত্ৰত হতাশ নহব ৷

Previous Post

আমেৰিকাৰ পৰা আমদানি কৰা আধুনিক টিপিএছ ৭৭ ৰাডাৰ ভাৰত সীমান্তত স্থাপন পাকিস্তানৰ , কিয় লৈছে এই পদক্ষেপ !!

Next Post

বৰফে ঢাকিছে দাৰ্জিলিং, শুভ্ৰ আচ্ছাদনত হৈছে ৰূপৰ ৰাণী

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
বৰফে  ঢাকিছে দাৰ্জিলিং, শুভ্ৰ আচ্ছাদনত হৈছে ৰূপৰ ৰাণী

বৰফে ঢাকিছে দাৰ্জিলিং, শুভ্ৰ আচ্ছাদনত হৈছে ৰূপৰ ৰাণী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7