VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নৱজাতকৰ জণ্ডিচ কিয় হয় ? জণ্ডিচ হ’লে শিশুটিৰ কি লক্ষণে দেখা দিব ?

voicedesk by voicedesk
July 12, 2024
in জীৱন
নৱজাতকৰ জণ্ডিচ কিয় হয় ?  জণ্ডিচ হ’লে শিশুটিৰ কি লক্ষণে দেখা দিব ?
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

বহু শিশুৰ জন্মৰ পিছত  জণ্ডিচৰ লক্ষণ দেখা দিয়ে। নৱজাতকৰ জণ্ডিচ ৰোগ ধৰা পৰিলে পিতৃ-মাতৃ  আতংকিত হৈ পৰে । শিশু চিকিৎসকৰ মতে নৱজাতকৰ শৰীৰত বিলিৰুবিনৰ মাত্ৰা বেছি হ’লে জণ্ডিচৰ লক্ষণ দেখা দিয়ে। কেঁচুৱাটোৰ শৰীৰ আৰু চকু হালধীয়া হৈ পৰে। অংগবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাত চিকিৎসকে শিশুটিক নীলা পোহৰৰ তলত ৰাখে ৷

 

নৱজাতকৰ জণ্ডিচ ৰোগ বহু কাৰণত হোৱা দেখা যায়। চিকিৎসকৰ মতে, যেতিয়ালৈকে শিশুটি মাতৃৰ গৰ্ভত থাকে তেতিয়ালৈকে ই মাতৃৰ ধমনীসমূহৰ পৰা অক্সিজেন লাভ কৰে। ৰক্তকণিকাবোৰে মাতৃৰ শৰীৰৰ পৰা ভ্ৰুণলৈ অক্সিজেন কঢ়িয়াই লৈ যায়। শিশুটি জন্ম হোৱাৰ পিছত নিজৰ হাওঁফাওঁৱে কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত অতিৰিক্ত ৰক্তকণিকাবোৰ ভাঙিবলৈ আৰম্ভ কৰে। যেতিয়া ৰক্তকণিকাবোৰ ভাঙি যায় তেতিয়া ইহঁতে বিলিৰুবিন নামৰ হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ এটা নিৰ্গত কৰে। বিলিৰুবিনৰ মাত্ৰা বেছি হ’লে ইয়াক জণ্ডিচ বুলি কোৱা হয়। ৰক্তকণিকা ভাঙি পেলোৱা বিলিৰুবিন যকৃতলৈ যায়। যকৃতে অতিৰিক্ত বিলিৰুবিন ফিল্টাৰ কৰি বাকীখিনি গোটেই শৰীৰত চলাচল কৰিবলৈ এৰি দিয়ে। কিন্তু নৱজাত শিশুৰ যকৃত পৰিপক্ক নহয়। গতিকে অতিৰিক্ত বিলিৰুবিন ফিল্টাৰ কৰি উলিয়াব নোৱাৰে। তাৰ পিছত শিশুটিত জণ্ডিচৰ লক্ষণ দেখা দিয়ে। অকালতে জন্ম লোৱা শিশুৰ জণ্ডিচ হোৱাৰ সম্ভাৱনা বেছি। মাক আৰু সন্তানৰ তেজৰ গ্ৰুপ বেলেগ হ’লেও এনে হ’ব পাৰে।

 

শিশুৰ শৰীৰত কি কি লক্ষণ দেখা যাব?

 

১)শিশুৰ ছাল, চকু হালধীয়া হৈ পৰিব।

২)বিলিৰুবিনৰ মাত্ৰা সাধাৰণতে জন্মৰ ৩ৰ পৰা ৭ দিনৰ ভিতৰত সৰ্বাধিক হয়, যেতিয়া এই সমস্যা আটাইতকৈ বেছি লক্ষ্যণীয় হয়।

৩) শিশুটিৰ ছালৰ যিকোনো অংশত যদি লাহে লাহে হেঁচা মাৰি ধৰে, যদি সেই ঠাইত হালধীয়া ৰঙৰ চিন থাকে, তেন্তে বুজিব লাগে যে শিশুটি জণ্ডিচ ৰোগত আক্ৰান্ত।

৪) হাতৰ তলুৱা, ভৰিতো হালধীয়া ৰঙৰ দাগ থাকিব।

৫)শিশুৰ প্ৰস্ৰাৱৰ ৰং পৰ্যবেক্ষণ কৰিব লাগে। যদি ইয়াৰ ৰং গাঢ় হালধীয়া হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

 

চিকিৎসকে কয় যে প্ৰসৱৰ পিছত সোনকালে জণ্ডিচ ধৰা পৰিলে চিকিৎসকে সোনকালে চিকিৎসা আৰম্ভ কৰে। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত যদি ৰোগৰ লক্ষণ ধৰা পৰে তেন্তে অভিভাৱকসকলে প্ৰায়ে বুজি নাপায়। তাৰ পিছত চিকিৎসা পলম হয়। জন্মৰ সাতদিন পিছত জণ্ডিচ ধৰা পৰিলে বিশেষ ভয় নাথাকে। কিন্তু বহু দেৰি হ’লেহে শিশুৰ মগজুত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ আৰম্ভ হয়। তেতিয়া ভয়ৰ কাৰণ হৈ পৰে।

 

Previous Post

আম্বানী পুত্ৰ অনন্ত-ৰাধিকাৰ আজি বিবাহ অনুষ্ঠান, হলিউডৰ তাৰকাৰ পৰা মুখ্যমন্ত্ৰীলৈকে হ’ব অতিথি , ব্যয় হ’ব ৩২০ নিযুত ডলাৰ

Next Post

কাম আৰম্ভ হোৱাৰ আগতেই গম্ভীৰৰ উজুতি, পচন্দৰ ফিল্ডিং প্ৰশিক্ষকৰ প্ৰস্তাৱ নাকচ ব’র্ডৰ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
কাম আৰম্ভ হোৱাৰ আগতেই গম্ভীৰৰ উজুতি, পচন্দৰ ফিল্ডিং প্ৰশিক্ষকৰ প্ৰস্তাৱ নাকচ ব’র্ডৰ

কাম আৰম্ভ হোৱাৰ আগতেই গম্ভীৰৰ উজুতি, পচন্দৰ ফিল্ডিং প্ৰশিক্ষকৰ প্ৰস্তাৱ নাকচ ব’র্ডৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7