VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিয় আজীৱন শত্ৰু সাপ আৰু নেউল ?

সাপ আৰু নেউলৰ যুঁজত বেছিকৈ কোন জয়ী হয় ?

voicedesk by voicedesk
January 5, 2023
in জীৱন
কিয় আজীৱন শত্ৰু সাপ আৰু নেউল ?
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

আমি সকলোৱে জানো যে সাপ আৰু নেউল  দুয়োটা প্ৰাণী এটা আনটোৰ যুগ যুগৰ শত্ৰু ৷ এই শত্ৰুতা বছৰ বছৰ ধৰি বহুতো প্ৰবচন আৰু প্ৰবাদৰ এক উৎস হৈ আহিছে। সাপ আৰু নেউলক কেন্দ্ৰ কৰি বহু আমোদজনক কাহিনীও আছে ৷ অৱশ্যে সাপ আৰু নেউলৰ মাজৰ এই শত্ৰুতা স্বাভাৱিক।

কিন্তু, আপুনি বাৰু  কেতিয়াবা ভাবিছেনে যে এই দুটা প্ৰাণীৰ মাজত কিয় যুগ যুগ ধৰি এনেকৈ শত্ৰুতা  চলি আহিছে যে ইহঁতৰ এটাই আনটোক দেখিলেই  আক্ৰমণ কৰে ৷  যিহেতু ইণ্টাৰনেটত এই  বেছিভাগ প্ৰশ্নৰেই উত্তৰ পোৱা যায়  সেয়েহে এই প্ৰশ্নটোৱেই  নিউজ ১৮ নামৰ সংবাদ মাধ্যমে জনপ্ৰিয় চাইট কিউৰা(Quora )ত পোষ্ট কৰিছিল আৰু তেওঁলোকৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ আটাইতকৈ মৌলিক উত্তৰটো আছিল যে সিহঁতৰ জীয়াই থকাৰ স্বাভাৱিক  প্ৰবৃত্তিৰ বাবেই ইহঁতৰ এটা আনটোৰ আজীৱন শত্ৰু । এই দুইবিধ প্ৰাণীৰ এটাই আনটোক দেখিলেই  আক্ৰমণ কৰে কাৰণ দুয়োটাই জীয়াই থাকিবলৈ বিচাৰে । সাপে নিজে  জীয়াই থাকিবৰ বাবে  নেউলক  মাৰি পেলাবলৈ  বিচাৰে আৰু  ঠিক তেনেদৰে নেউলটোৱেও  সাপক মাৰিব বিচাৰে যাতে নেউলটো নিজে  জীয়াই থাকিব পাৰে।

আনহাতে এই সন্দৰ্ভত আন এটা উত্তৰৰ পৰা এই কথা অনুমান কৰিব পাৰি যে নেউলৰ পোৱালিবোৰ প্ৰায়ে সাপৰ চিকাৰৰ বলী হয় । সাপে প্ৰায়ে নেউলৰ পোৱালীবোৰ খাই পেলাই আৰু সেয়েহে নেউলে সাপক আক্ৰমণ কৰি নিজৰ পোৱালিবোৰক  ইয়াৰ পৰা ৰক্ষা কৰে।

যিহেতু নেউলে সাপতকৈ  বেছি  ক্ষীপ্ৰতাৰে চলাচল কৰিব পাৰে  আৰু সেয়েহে  ই বেছিভাগ ক্ষেত্ৰতে নিজকে বচাবও পাৰে। বিশ্বাস কৰা হয় যে সাপ আৰু নেউলৰ যুঁজত ৮০ শতাংশ সময়ত নেউলেই জয়ী হয়। যিহেতু নেউলৰ শৰীৰত এচিটাইলক’লিন ৰিফ্লেক্স থাকে, সেয়েহে ই সাপৰ বিষত থকা নিউৰ’টক্সিনৰ পৰা সুৰক্ষিত হয়।আনহাতে  ইয়াৰ ডি এন এত থকা আলফা আৰু বিটা ব্লকাৰে ইয়াক সাপৰ বিষৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে।

Previous Post

পুনৰ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ, এছিয়া কাপৰ সূচী ঘোষণা, ভাৰতৰ গ্ৰুপত আৰু কোন কোন দেশে লাভ কৰিছে স্থান !!

Next Post

মানুহক সহায় কৰি নহয়, এইবাৰ বিতর্কৰে সংবাদ শিৰোনামত চনু সুদ, কোনে কৰিলে সতর্ক !!

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
মানুহক সহায় কৰি নহয়, এইবাৰ বিতর্কৰে সংবাদ শিৰোনামত চনু সুদ, কোনে কৰিলে সতর্ক !!

মানুহক সহায় কৰি নহয়, এইবাৰ বিতর্কৰে সংবাদ শিৰোনামত চনু সুদ, কোনে কৰিলে সতর্ক !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7