VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেনেদৰে যত্ন ল’লে পুৰণি ষ্টীলৰ ৰন্ধন সামগ্ৰী নতুনৰ দৰে জিলিকি উঠিব?

voicedesk by voicedesk
July 12, 2024
in জীৱন
কেনেদৰে যত্ন ল’লে পুৰণি ষ্টীলৰ ৰন্ধন সামগ্ৰী নতুনৰ দৰে জিলিকি উঠিব?
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

আপুনি প্ৰতিদিনে ষ্টীলৰ বাচন-বৰ্তন ব্যৱহাৰ কৰাৰ পাছত ইয়াৰ সঠিক যত্ন লৈছেনে? দাইল, তাৰিকাৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পাত্ৰসমূহত গাঢ় বাদামী ৰঙৰ দাগ দেখা যায় ৷  ইয়াৰ বাহিৰেও জুইৰ শিখাৰ বাবে পাত্ৰটোৰ তলত ক’লা দাগ পৰে। বাচন-বৰ্তনবোৰ ভালদৰে চাফা নকৰিলে ষ্টীলৰ বাচনবোৰ অতি সোনকালে ক’লা পৰিব পাৰে। বহুতে ভাবে যে ষ্টীলৰ বাচন-বৰ্তনবোৰ চকচকীয়া কৰি ৰখাটো অত্যন্ত কঠিন কাম। গতিকে এতিয়া বহু ঘৰত ষ্টীলতকৈ কাঁচৰ বাচন বেছি ব্যৱহাৰ কৰা হয়। সঠিক যত্ন আৰু চাফা কৰিলে ষ্টীলৰ ৰন্ধন সামগ্ৰী নতুন বাচনৰ দৰে জিলিকি উঠিব। কেনেদৰে ষ্টীলৰ বাচনবোৰ পৰিস্কাৰ কৰিব ?

 

১) ৰন্ধা পিছত আমি গৰম খাদ্য ষ্টীলৰ পাত্ৰটোত ঢালি দিওঁ। গতিকে খোৱাৰ পিছতো বাচনবোৰ গৰম হৈ আছে নেকি পৰীক্ষা কৰক। বাচনবোৰ ঠাণ্ডা হোৱাৰ পিছতহে ধুব লাগে।

 

২) ষ্টীলৰ পাত্ৰত ৰন্ধা সময়ত জুইৰ শিখা বেছি ওখকৈ ৰাখিব নালাগে। প্ৰথমতে তাপ বঢ়াই তাৰ পিছত কমাই দিব। জুইৰ শিখা কমাই ৰাখিলে বাচন-বৰ্তন জ্বলি নাযায়।

 

৩) ষ্টীলৰ বাচনত ৰান্ধি থাকোঁতে পাত্ৰত আগতীয়াকৈ নিমখ নিদিব । ইয়াৰ ফলত বাচন-বৰ্তন সোনকালে নষ্ট হ’ব। প্ৰথমে আন উপাদান দিব, তাৰ পিছত নিমখ দিব।

 

৪) যদি আপুনি মিঠা আৰু টেঙা চাটনি বা টেঙা যিকোনো বস্তু ৰান্ধে বা ৰন্ধা-বঢ়াত ভিনেগাৰ ব্যৱহাৰ কৰে তেন্তে প্ৰথমে বাচন ধুই লওক। পিছত ধুব বুলি ভাবি বাচনবোৰ এৰি নাযাব।

 

৫) বহুদিন ব্যৱহাৰ কৰি থকা বাচনটোৰ ৰং লেতেৰা হৈ যাব। ইয়াৰ বাহিৰেও বাচনবোৰত ক’লা বা গাঢ় বাদামী ৰঙৰ দাগ পৰিব। এই দাগবোৰ আঁতৰাই বাচন-বৰ্তনবোৰ চিকচিকিয়া দেখাবলৈ বেকিং চোডা আটাইতকৈ উত্তম উপায়। পানী গৰম কৰি তাত দুই-তিনি চামুচ বেকিং চোডা ঢালি দিব। এইবাৰ ষ্টীলৰ বাচনবোৰ তাত কমেও ৩ ঘণ্টা তিয়াই থওক। যদি আপুনি ইয়াক আৰু বেছি দেৰি ৰাখিব পাৰে, তেন্তে সেয়া বৰ ভাল। দেখিব, বাচনটো নতুনৰ দৰে হৈ পৰিছে ।

 

৬) ষ্টীলৰ কেৰাহীখন যিমানেই লেতেৰা নহওক কিয় তাত  দাগ পৰিবই। এই দাগবোৰ আঁতৰাবলৈ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। ভিনেগাৰৰ বটলৰ এক চতুৰ্থাংশ লৈ বাকীখিনি গৰম পানীৰে ভৰাই লওক। ভালদৰে মিহলাই সেই মিশ্ৰণত  পাত্ৰটো আধা ঘণ্টা তিয়াই থওক। ইয়াৰ পিছত বাচন-বৰ্তন ধুই শুকান কাপোৰেৰে ভালদৰে মচি দিব।

 

৭) বাচন ধোৱাৰ পিছত শুকান কাপোৰেৰে মচি থব লাগে ৷

 

৮) বাচনত মামৰ পৰিলে সেই  ঠাইত  নিমখ ছটিয়াই দিব। ইয়াৰ পিছত সেই ঠাইত অলপ নেমুৰ ৰস দিব। কেইঘণ্টামান এনেকৈ থৈ দিব। ইয়াৰ পিছত ভালদৰে ঘঁহিলে ষ্টীলৰ বাচন-বৰ্তনবোৰ একেবাৰে জিলিকি উঠিব।

 

Previous Post

কাম আৰম্ভ হোৱাৰ আগতেই গম্ভীৰৰ উজুতি, পচন্দৰ ফিল্ডিং প্ৰশিক্ষকৰ প্ৰস্তাৱ নাকচ ব’র্ডৰ

Next Post

দেশৰ বাবে ১১ নম্বৰ জাৰ্চি পিন্ধিলেও ইংলেণ্ডৰ ফডেনে ক্লাবৰ হৈ ৪৭ নম্বৰ জার্চী কিয় পিন্ধে ?

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
দেশৰ বাবে ১১ নম্বৰ জাৰ্চি পিন্ধিলেও ইংলেণ্ডৰ ফডেনে ক্লাবৰ হৈ ৪৭  নম্বৰ জার্চী কিয় পিন্ধে  ?

দেশৰ বাবে ১১ নম্বৰ জাৰ্চি পিন্ধিলেও ইংলেণ্ডৰ ফডেনে ক্লাবৰ হৈ ৪৭ নম্বৰ জার্চী কিয় পিন্ধে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7