VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দাঁতৰ আলু ফুলি উঠা বা তেজ ওলোৱা সমস্যাত ভুগি আছে নেকি? কেনেকৈ উপশম পাব পাৰি জানো আহক

voicedesk by voicedesk
November 2, 2024
in সংবাদ গুঞ্জন
দাঁতৰ আলু ফুলি উঠা বা তেজ ওলোৱা সমস্যাত ভুগি আছে নেকি? কেনেকৈ উপশম পাব পাৰি জানো আহক
0
SHARES
74
VIEWS
Share on FacebookShare on Twitter

দাঁতৰ আলু ফুলি উঠা বা তেজ ওলোৱা সমস্যাত ভুগি আছে নেকি?
কেনেকৈ উপশম পাব পাৰি জানো আহক

 

দাঁত কেবল খাদ্য বস্তু চোবাই খোৱাত সহায় কৰে এনে নহয়, মুখৰ সৌন্দৰ্য্য বজাই ৰখাত দাঁত দুপাৰীৰ অৱদান উল্লেখনীয়। কিন্তু বহুত সময়ত ব্ৰাছ কৰাৰ পিছত দাঁতৰ আলুৰ পৰা তেজ পৰাৰ সমস্যাই দেখা দিয়ে। ইয়াৰ প্ৰধান কাৰণ হ’ল মুখৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা। প্ৰকৃতপক্ষে দাঁতৰ আলুৰ প্ৰদাহৰ এটা লক্ষণ হ’ল আলুৰ পৰা তেজ পৰা। যাৰ ফলত দাঁতৰ বিষ, ‌নিশ্বাশত দুৰ্গন্ধ, দাঁতৰ সংবেদনশীলতাৰ দৰে নানা ধৰণৰ সমস্যা অনুভৱ কৰিবলৈ ধৰে। বেক্টেৰিয়াৰ সংক্ৰমণ, পুষ্টি গুণৰ অভাৱ, গৰ্ভাৱস্থা, ভিটামিন চি ‘ৰ অভাৱ, আৰু দাঁতত খাদ্য বস্তু লাগি দাঁতৰ আলু ফুলি যাব পাৰে। এই সমস্যা বোৰৰ পৰা হাত সাৰি থাকিবলৈ ঘৰুৱা কিছু পদ্ধতি আছে। দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বা ফুলি যোৱা আদি ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। ইউক্যালিপটাছ তেল :- ইউক্যালিপটাছ তেলে দাঁতৰ আলুৰ প্ৰদাহ কমাব পাৰে। এই তেল জীবাণুনাশক হিচাপে কাম কৰাৰ লগতে দুৰ্বল আলুক ঠিক কৰাত সহায় কৰে। তাৰোপৰি দাঁতৰ আলুৰ নতুন কোষ তৈয়াৰ কৰাটো সহায় হয়।

২)। নিমখ :- মুখৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিমখ পানী খুবেই উপকাৰী। কুহুমীয়া নিমখ পানীৰে কুলকুলি কৰিলে মুখৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায়ক হয়।

৩)। সৰিয়হৰ তেল :- এণ্টি মাইক্ৰবিয়েল বৈশিষ্ট্য সৰিয়হৰ তেলত থকা বাবে প্ৰদাহ কমোৱাৰ লগতে দাঁতৰ আলুৰ বিষ কমোৱাত সহায় কৰিব পাৰে। সৰিয়হৰ তেলৰ লগত এচিকুট নিমখ মিহলাই দাঁতৰ আলুত দিনত ৩/৪ বাৰ মালিচ কৰিব লাগে। এইদৰে নিমখ তেলেৰে দাঁতৰ আলু ঘঁহিলে অতি সোনকালে সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৪)। এল’ভেৰা জেল :- ঔষধি গুণেৰে সমৃদ্ধ এল’ভেৰা জেল প্ৰকৃততে এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল হিচাপে কাম কৰে। দাঁতৰ আলুৰ ফোলাভাব, আলুৰ পৰা তেজ ওলোৱা আৰু মুখৰ সংক্ৰমণৰ দৰে সমস্যা নোহোৱা কৰাত সহায় কৰে এল’ভেৰা জেলে।

৫)। হালধি :- হালধিত কাৰকিউমিন এণ্টি ইনফ্লেমেটৰি আৰু এণ্টি অক্সিডেণ্ট বৈশিষ্ট আছে। গৱেষণা অনুসৰি জানিবলৈ পোৱা যায় যে, হালধিয়ে দাঁতৰ আলুৰ প্ৰদাহ কমোৱাত সহায় কৰে।

নিয়মিত দাঁত ব্ৰাছ কৰাৰ লগতে এই নিয়ম সমূহ মানি চলিলে এই সমস্যা বোৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Previous Post

শশী ফুকনৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক

Next Post

গৰম ভাতৰ লগত ঘিউ মিহলাই খায় নেকি? ঘিউৰ লগত কি মিহলাই খালে বেছি উপকাৰ হয় জানো আহক

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
গৰম ভাতৰ লগত ঘিউ মিহলাই খায় নেকি?  ঘিউৰ লগত কি মিহলাই খালে বেছি উপকাৰ হয় জানো আহক

গৰম ভাতৰ লগত ঘিউ মিহলাই খায় নেকি? ঘিউৰ লগত কি মিহলাই খালে বেছি উপকাৰ হয় জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7