VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বেল পৱিত্ৰ ঔষধি গছ হোৱাৰ উপৰিও বেলপাতৰ আছে বহুতো উপকাৰী গুণ

voicedesk by voicedesk
October 9, 2024
in সংবাদ গুঞ্জন
0
SHARES
61
VIEWS
Share on FacebookShare on Twitter

বেল এবিধ পৱিত্ৰ ফল। বেল হৈছে এক সুস্বাদু ঔষধি গুণেৰে ভৰপূৰ পুষ্টিকৰ ফল। পকা বেল মিঠা -সুগন্ধি আৰু শীতল হোৱাৰ লগতে শক্তিদায়ক আৰু বিভিন্ন ৰোগ প্ৰতিষেধক। বেলপাত ভগৱান শিৱৰ সৈতে সম্পৰ্ক থকা এবিধ পাত। ভগৱান শিৱৰ বেলপাত প্ৰিয় বাবে এই পাতেৰে শিৱক পূজা কৰা হয়। বেলপাত পূজাত ব্যৱহাৰ হ’লেও ইয়াৰ বহুত উপকাৰীতা আছে। বেলপাত তিনিপতীয়া বাবে ইয়াক ত্ৰিপত্ৰ আৰু সুগন্ধিযুক্ত হোৱা বাবে গন্ধ পত্ৰও বোলা হয়। বেলৰ উপকাৰীতাৰ বিষয়ে আমি প্ৰায় সকলোৱে জানো কিন্তু বেল পাতৰো যে উপকাৰ আছে সেই বিষয়ে জানো আহক আমাৰ এই প্ৰতিবেদন যোগে ——-

১) চকুৰ কাৰণে বেলপাত উপকাৰী। গ্ৰীষ্মকালত প্ৰায় ভাগ লোকেই চকুৰ সংক্ৰমণ জৰিত ৰোগত ভোগা দেখা যায়। এই সংক্ৰমণৰ ফলত চকুৰ খজুৱতিও হয়। চকুৰ খজুৱতি দূৰ কৰিবলৈ জালুকৰ সৈতে নিমখ মিহলি কৰি বেলপাত খালে যথেষ্ট আৰোগ্য লাভ কৰিব পাৰি।

২) মুখৰ ঘা’ৰ বাবেও বেলপাত উপকাৰী। কেতিয়াবা আমাৰ মুখৰ ভিতৰত ঘা ‘ হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বেলপাত আৰু সেউজীয়া ধনীয়াৰ পাত মিহলি কৰি পেষ্ট বনাই খালে আৰাম পোৱা যায়।

৩) গেষ্টিকৰ সমস্যাৰ বাবেও বেলপাত উপকাৰী। গেছৰ সমস্যা দূৰ কৰিবৰ বাবে জালুকৰ সৈতে নিমখ মিহলি কৰি বেলপাত খালে যথেষ্ট উপকাৰ পোৱা যায়।

৪) ঠাণ্ডা দিনত কাঁহত আক্ৰান্ত হ’লে বেল পাতৰ ৰসৰ সৈতে মৌ মিহলি অৰি খালে কাঁহ নিৰাময় হয়।

৫) গাৰ পৰা বেয়া গোন্ধ ওলালে বা ঘাম জনিত কাৰণত গা গোন্ধালে বেলপাতৰ ৰস উলিয়াই পানীত মিশ্ৰণ কৰি ল’ব লাগে। গা ধোৱাৰ আগতে মিশ্যণ খিনি গা’ত ভালদৰে মালিচ কৰি আধাঘণ্টা পিছত ঠাণ্ডা পানীৰে গা ধুই দিব লাগে। এনে কৰিলে গা’ৰ গোন্ধ নোহোৱা হয়।

৬) মূৰৰ বিষত বেলপাত পিহি কপালত প্ৰলেপ দিলে বিষ নিৰাময় হয়। আৰু বেলপাতৰ ৰসৰ লগত চেনি মিহলাই সেৱন কৰিলে গাঠিৰ বিষ নোহোৱা হয়।

৭) জ্বৰত ৰোগীয়ে প্ৰলাপ বকিলে বেলপাত পিহি মূৰত ভৰণ দিলে সুফল পোৱা যায়।

৮) বেলপাতৰ ৰসৰ লগত অকণমান সৈন্ধৱ লৱণ মিহলাই খালে যকৃতৰ ৰোগ উপশমত সহায়ক হয়।

৯) বহুমূত্ৰ ৰোগীয়ে এখিলা সতেজ বেলপাতৰ ৰসৰ লগত আধা চামুচ মৌ জল মিহলাই দিনত দুইবাৰ সেৱন কৰিলে সুফল লাভ কৰিব পাৰে।

১০) অৰ্শ ৰোগীয়ে ৩/৪ টা মান বেলপাত কঁকালত বান্ধি ৰাখিলে তেজ পৰা বন্ধ হোৱাৰ লগতে অৰ্শ ৰোগ নিৰাময় হয়।

১১) বেলপাত ঘিউত ভাজি সেই ঘিউৰে কপালত মালিচ কৰিলে বহুদিনীয়া মূৰৰ বিষ ভাল হয়।

১২) নিউমোনিয়া , বাত বিষ , বুকুৰ বিষ আদিত বেলপাতৰ ৰস প্ৰতিদিনে ১ চামুচকৈ ২ বাৰ ১ সপ্তাহ সেৱন কৰিলে সুফল পোৱা যায়।

বেল এবিধ পৱিত্ৰ গছ হোৱাৰ উপৰিও পাত , ফুল , শিপা আৰু ফল সকলোতেই ঔষধি গুণেৰে ভৰপূৰ হোৱা বাবে প্ৰতেকৰ ঘৰতে একোজোপা বেল গছ থকাটো অতি প্ৰয়োজনীয়।

Previous Post

ৰাতি টোপনি যোৱাৰ আগতে গাখীৰ খায় নেকি ?

Next Post

শ্ৰীশ্ৰী চণ্ডী

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post

শ্ৰীশ্ৰী চণ্ডী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7