VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন: ২৯ডিচেম্বৰৰ পৰা ১২দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

voicedesk by voicedesk
December 17, 2021
in সংবাদ গুঞ্জন
অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন: ২৯ডিচেম্বৰৰ পৰা ১২দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

আজি অসম গ্ৰন্থমেলাৰ লাইখুটা স্থাপন। চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত শুকুৰবাৰে পৰম্পৰাগত ৰীতি-নীতিৰে গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰা হয়।অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই প্ৰথমবাৰলৈ যৌথভাৱে অসম গ্ৰন্থমেলা আয়োজন কৰিছে।
২৯ডিচেম্বৰ পৰা ৯জানুৱাৰীলৈ ১২দিনীয়াকৈ অনুষ্ঠিত হ’বলগা অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, উপাধ্যক্ষ সুমন্ত চলিহা, বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী প্ৰমুখ্যে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ বিষয়ববীয়া।

লাইখুঁটা স্থাপনত উপস্থিত থাকি বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কয়-গ্ৰন্থমেলাত অসমৰ মানুহ উপচি পৰিব তাত সন্দেহ নাই।অসমীয়া গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰাবলৈ ৰাইজক আহ্বান।পিছত যাতে অসমীয়া গ্ৰন্থতকৈ ইংৰাজী গ্ৰন্থৰ বিক্ৰী বেছি হল বুলি শুনিবলগীয়া নহয় তাৰ বাবে অসমবাসীক আহ্বান জনায়।

গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয়ে চৰকাৰক ৰাইজে প্ৰমাণ দিয়ক অসমীয়া ভাষাৰ জনপ্ৰিয়তা বৰ্তমানো থকা বুলি- চৌধুৰীয়ে কয়।

আনহাতে,অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়- গুৱাহাটী গ্ৰন্থমেলা ক্ষেত্ৰৰ নাম আছে।যোৱা বৰ্ষত অভিলেখ সৃষ্টি কৰিছিল গ্ৰন্থ বিক্ৰীয়ে’।

অসম গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট সাহিত্যিক।

ইফালে গ্ৰন্থমেলাত বাংলাদেশৰ বহুকেইটা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণৰ বাবে যোগাযোগ কৰি থকা বুলি জানিব দিয়ে।লগতে দিল্লী, কলিকতাৰো এখনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিব।

Previous Post

দ্বিতীয়বাৰলৈ জামিন আৱেদন নাকচ ৰৌনক আলি হাজৰিকাৰ

Next Post

কটনৰ প্ৰাক্তন অধ্যাপক মহেশ চন্দ্ৰ ভূঞাৰ বিয়োগ: বিশ্ববিদ্যালয় চৌহদত শিক্ষামন্ত্ৰী, অধ্যাপক- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ শেষ বিদায়

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
কটনৰ প্ৰাক্তন অধ্যাপক মহেশ চন্দ্ৰ ভূঞাৰ বিয়োগ: বিশ্ববিদ্যালয় চৌহদত শিক্ষামন্ত্ৰী, অধ্যাপক- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ শেষ বিদায়

কটনৰ প্ৰাক্তন অধ্যাপক মহেশ চন্দ্ৰ ভূঞাৰ বিয়োগ: বিশ্ববিদ্যালয় চৌহদত শিক্ষামন্ত্ৰী, অধ্যাপক- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ শেষ বিদায়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7