সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় দুখন গ্ৰন্থ।কবি অনামিকা শইকীয়াৰ ‘বৰষুণজাকৰ সৈতে প্ৰেমালাপ’ আৰু ত্ৰিবেনী তালুকদাৰৰ ‘১০১টা অনুগল্পৰ সমাহাৰ’ শীৰ্ষক গ্ৰন্থদুখন উন্মোচন কৰা হয়।অংকুৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থদুখন উন্মোচন কৰে ক্ৰমে কবি বিপুল শর্মা, অঞ্জু সাণ্ডিল্যই।
উল্লেখ্য যে গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচনী শুভমুহূৰ্তত উপস্থিত থাকে প্ৰকাশক হোমেন নাথ, ড০ ৰবীন্দ্ৰ নাথ তালুকদাৰ।