VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বালিসত্ৰ সৎসঙ্গী সত্ৰৰ ৰাজহুৱা সৱাহ মহোৎসৱত লক্ষাধিক আৰিয়া প্ৰজ্বলন ভক্তৰ

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
February 13, 2022
in সংবাদ গুঞ্জন
বালিসত্ৰ সৎসঙ্গী সত্ৰৰ  ৰাজহুৱা সৱাহ মহোৎসৱত লক্ষাধিক আৰিয়া প্ৰজ্বলন ভক্তৰ
0
SHARES
83
VIEWS
Share on FacebookShare on Twitter

ঐতিহ্যমণ্ডিত সভা মহোৎসৱত জনসমুদ্ৰ, লোকে-লোকাৰণ্য হৈ পৰিল সত্ৰ সংস্কৃতিৰ কঠিয়াতলী বালিসত্ৰ ।

জয় বংশীগোপাল ধ্বনিৰে মুখৰ হৈ পৰিল বালিসত্ৰৰ আকাশ-বতাহ ।

ৰঙিয়া মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সত্ৰৰ প্ৰায় ছয়শ বছৰীয়া ৰাজহুৱা সৱাহ মহোৎসৱে লক্ষ-লক্ষ ভক্তৰ মানসিক সুখ-স্বাচ্ছন্দা দিয়াৰ লগতে সমগ্ৰ অঞ্চলৰ বিভিন্ন ধৰ্ম, ভাষা, গোষ্ঠী নিৰ্বিশেষে জনসাধাৰণৰ প্ৰেম-ভাতৃত্ববোধৰ সাতামপুৰুষীয়া এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে । মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ চাৰি প্ৰধানচাৰ্যৰ অন্যতম হৰিচৰণ মিশ্ৰৰ বংশধৰ মুৰাৰি মিশ্ৰই ষোল্লশ শতিকাত প্ৰতিষ্ঠা কৰা ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সত্ৰত বিগত প্ৰায় ছয়শ বছৰ ধৰি পৰম্পৰাগতভাৱে এই সৱাহ মহোৎসৱ অনুষ্ঠিত হৈ আহিছে । সত্ৰখনৰ আচাৰ্য সন্তভুষণদেৱৰ বাৰ্ষিক শ্ৰাদ্ধৰ লগত সংগতি ৰাখি প্ৰতি বছৰে মাঘ মাহৰ শুক্লা ভৈমি একাদশী তিথিত অনুষ্ঠিত হোৱা এই সৱাহ মহোৎসৱত হৃৎপিণ্ড স্বৰূপ আৰিয়া উৎসৱত ভক্তসকলে কৃষ্ণপ্ৰেমত মগ্ন হৈ মহাপ্ৰভূ বংশীগোপালৰ নামত মুখবিহীন বিশেষ আকৃতিৰ চাকি জ্বলালে নিজৰ মনোবাঞ্চা পুৰণ হয় বুলি চলি অহা জনশ্ৰুতিৰ ফলত সৱাহ মহোৎসৱত ভক্তৰ সংখ্যা যথেষ্ঠ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

Previous Post

সোণাৰিৰ লুখুৰাসনত নৃশংস হত্যাকাণ্ড

Next Post

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত নিচামুক্ত ৰঙিয়া শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত নিচামুক্ত ৰঙিয়া শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত নিচামুক্ত ৰঙিয়া শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7