VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“কল্পদ্ৰুম” কাব্যালোচনীৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস : চম্পা বড়ালৈ জীৱনযোৰা সাধনা বঁটা প্ৰদান

voicedesk by voicedesk
February 27, 2022
in সংবাদ গুঞ্জন
“কল্পদ্ৰুম” কাব্যালোচনীৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস : চম্পা বড়ালৈ জীৱনযোৰা সাধনা বঁটা প্ৰদান
0
SHARES
51
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : কবিতা বিষয়ক সদস্য ভিত্তিক আলোচনী “কল্পদ্ৰুম”ৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত কাৰ্যলয়ৰ বাকৰিত অনুষ্ঠিত হৈ যায়। কবি-লেখিকা বুলু কুমাৰী বড়াই আদৰণি ভাষণ দিয়াৰ পিছত প্ৰয়াত কবি ৰবীন্দ্ৰ চন্দ্র বৰা, অতুল কুমাৰ শৰ্মা আদি জ্ঞাত -অজ্ঞাত কবিৰ বিয়োগত এক মিনিট সময় মৌনতা অবলম্বন কৰে।

পিছতে “কল্পদ্ৰুম” ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত কুমাৰ অনুকূল দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য অৰ্পণ কৰে কবি যতীন শৰ্মা, ৰাতুল চন্দ্র গোস্বামী, দীপক শৰ্মা, অক্ষেন্দ্ৰ কুমাৰ সিংহ প্ৰভৃতিয়ে। কাব্যালোচনীখনিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কবি ড০ চিত্তৰঞ্জন দাস আৰু শিক্ষক তথা কবি ৰাতুল চন্দ্র গোস্বামীয়ে অংশলৈ কবিতাৰ আলোকসন্ধানি যাত্ৰাৰ ওপৰত বক্তব্য দাঙি ধৰে।

সভাতে গান্ধীবাদী বিশিষ্ট সমাজসেৱী, কবি, লেখিকা চম্পা বড়াক “জীৱনযোৰা সাধনা” বঁটা প্ৰদান কৰে। ‘কল্পদ্ৰুম’ৰ সম্পাদক বিনিতা দেৱী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠান ডা: হিৰকজ্যোতি দাসৰ গীতেৰে আৰম্ভ হয়। কল্পদ্ৰুম কালচাৰেল ইউনিটৰ কণ-কণ শিশুসকলে সমবেত সংগীত পৰিবেশনৰ অন্তত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত চিকিৎসকত ডা: হিৰকজ্যোতি দাস, কবি-সাংবাদিক দীপক শৰ্মা আৰু কবি ৰুদ্ৰ সিংহ মটকে অংশগ্ৰহণ কৰে।

ইয়াৰ পিছতে কবি মহিধৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত দীপক শৰ্মা, কমলজিৎ কলিতা, সবিতা দেৱী বৰুৱা, কাব্যশ্ৰী বৰপাত্ৰ, অনুৰাধা ৰাজখোৱা, সংগীতা মহন্ত, বিভাৰাণী দাস, ড০ চিত্তৰঞ্জন দাস, বুলু কুমাৰী বড়া, কুঞ্জলতা মেধি, ড০ অৰুণিমা বৰুৱা, ৰাতুল চন্দ্র গোস্বামী, মণিদীপা বৰ্মন, প্ৰমোদ চন্দ্র ঠাকুৰীয়া আদি কবিয়ে কবিতা পাঠ কৰে। ৰুম্পা ভদ্র, ত্ৰিদিপ বৰুৱা, ড০ কান্তা কাবেৰী দাস, জিতুমণি দাস আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

Previous Post

জানিব লগীয়া কথা – সাহসিকতাৰ বঁটাবোৰৰ বিষয়ে জানো আহক

Next Post

ধুনীয়া চকুযুৰি বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰাখি আৰু ধুনীয়া কৰাৰ আছে বহুতো কৌশল

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
ধুনীয়া চকুযুৰি বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰাখি আৰু ধুনীয়া কৰাৰ আছে বহুতো কৌশল

ধুনীয়া চকুযুৰি বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰাখি আৰু ধুনীয়া কৰাৰ আছে বহুতো কৌশল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7