VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নলবাৰীৰ নিজ পকোৱাত আতচবাজীৰ কাৰখানত অগ্নিকাণ্ড, ৰঙিয়াৰ যুৱকৰ মৃত্যু

voicedesk by voicedesk
October 16, 2023
in মুখ্য সংবাদ, সংবাদ গুঞ্জন
নলবাৰীৰ নিজ পকোৱাত আতচবাজীৰ কাৰখানত অগ্নিকাণ্ড, ৰঙিয়াৰ যুৱকৰ মৃত্যু

fire isolated over black background

0
SHARES
97
VIEWS
Share on FacebookShare on Twitter

 

নলবাৰীৰ নিজ পকোৱা গাওঁত শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ এটা আতচবাজী কাৰখানাত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ আজি পুৱাই সংঘটিত হয় এই ঘটনা ৷ এই ঘটনাত এজন যুৱকৰ অগ্নিদগ্ধ হৈ এজন যুৱকৰ মৃত্যু হয় ৷ মৃত যুৱক শিৱম বুলি জানিব পৰা গৈছে ৷ মৃত শিৱমৰ ঘৰ ৰঙিয়াত ৷ হৰিহৰ বৈশ্য নামৰ এজন লোক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৷ পুৱা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই ঘটনা ৷

 

উল্লেখ্য যে দিপাৱলী উপলক্ষে নলবাৰীৰ আতচবাজী প্ৰতিষ্ঠানসমূহত ব্যস্ততা বৃদ্ধি পাইছে ৷ সেইদৰে নলবাৰীৰ নিজ পকোৱাত ফিফটি-ফিফটি নামৰ প্ৰতিষ্ঠানটোৰ কর্মচাৰীসকল পুৱাৰে পৰা অতচবাজী নির্মাণত ব্যস্ত হৈ আছিল ৷ ইয়াৰ মাজতে হঠাৎ প্ৰতিষ্ঠানটোত অগ্নিকাণ্ড সংঘটিত হয় আৰু ই ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ পৰৱর্তী সময়ত অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ লগতে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অঞ্চলটোত কেইবাটায়ো এনে প্ৰতিষ্ঠান আছে বুলি জানিব পৰা গৈছে ৷

 

 

 

 

Previous Post

নৱৰাত্ৰিত উখল মখল শক্তিপীঠ কামাখ্যা, সজাই-পৰাই তোলা হৈছে মন্দিৰ , আজি ব্ৰহ্মচাৰিণী পূজা

Next Post

বিশ্বকাপৰ মাজত ভাল খবৰ, ১২৮ বছৰৰ পাছত অলিম্পিকত অন্তভুর্ক্ত হ’ল ক্ৰিকেট

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
বিশ্বকাপৰ মাজত ভাল খবৰ, ১২৮ বছৰৰ পাছত অলিম্পিকত অন্তভুর্ক্ত হ’ল  ক্ৰিকেট

বিশ্বকাপৰ মাজত ভাল খবৰ, ১২৮ বছৰৰ পাছত অলিম্পিকত অন্তভুর্ক্ত হ’ল ক্ৰিকেট

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7