VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজাৰাত গীত- কবিতাৰ নান্দনিক অনুষ্ঠান

দীপক শৰ্মা by দীপক শৰ্মা
January 27, 2022
in সংবাদ গুঞ্জন
আজাৰাত গীত- কবিতাৰ নান্দনিক অনুষ্ঠান
0
SHARES
108
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৭ জানুৱাৰী: গণৰাজ্য দিৱসৰ স’তে সংগতি ৰাখি ৰাভা লেখক মঞ্চ,অসমৰ সভাপতি ডা: শৰৎ চন্দ্র ৰাভাৰ আহ্বান মৰ্মে গুৱাহাটী পশ্চিম প্ৰান্তৰ একোলেণ্ড গেটৰ কৃষি পামৰ বাকৰিত গীত-কবিতাৰ এক নান্দনিক অনুষ্ঠান কালি অনুষ্ঠিত হয়। নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র হিৰকজ্যোতি শৰ্মাই কামৰূপী লোকগীত পৰিৱেশনৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অসম জনকৃষ্টি সমাজৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰবীণ চন্দ্র দাসে কয়- “মাটিৰ স’তে সংপৃক্ত থকা সাহিত্য ষুগজয়ী।

বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, ফণী শৰ্মা, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি আজি জগত সভাত বন্দিত। মাটিৰ স’তে তেখেত সকলৰ সম্পর্ক আছিল।” বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ মৃণাল কুমাৰ বৰাই কয়- “লোকগীত, লোককথা, লোকসংস্কৃতিসমূহ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰত আমি গুৰুত্বাৰোপ কৰিব লাগে। গীত-কবিতাটো লোককথা থাকিব লাগে।” বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক, সমালোচক দীপক শৰ্মাই কয়- “কৃষক-শ্ৰমিকৰ কথা থকা সাহিত্যও বিশ্ববিশ্ৰুত।

মাটিৰ গোন্ধ থকাৰ লগতে যিবোৰ সাহিত্যত সমাজ সংস্কাৰৰ কথা থাকে সেইবোৰ সাহিত্য সকলোতে উল্লেখনীয় হৈ পৰে।” গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ প্ৰাক্তন সঞ্চালক ৰাধাচৰণ ৰাভাই কয়- কবি, সাহিত্যিক, শিল্পীসকলে গ্ৰাম্যাঞ্চলৰ চহা জীৱনৰ কথা চিন্তা কৰি তেখেত সকলৰ সৃষ্টিৰাজিত মনোনিবেশ কৰিব লাগে। সভাত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডেনিশ ৰাভা, বিশিষ্ট কবি-চিত্ৰশিল্পী ৰতন কুমাৰ ৰায় হাজং, খানাপাৰাস্থিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক ডা: প্ৰশান্ত ৰাভা, কন্ঠশিল্পী লীলাধৰ ৰাভা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ প্ৰচাৰ সম্পাদক তথা শিক্ষক ৰঞ্জিৎ মহন্ত, কবি কৌশিক কলিতা প্ৰভৃতিয়ে অংশ লয়।

বিভিন্ন জনে গীত, কবিতা পৰিবেশন কৰি অনুষ্ঠান ভাগি সোণত সুৱগা কৰি তোলে।

Previous Post

আজি বিশিষ্ট সাহিত্যিক, নাট্যকাৰ, অনুবাদক, জ্ঞানদাভিৰাম বৰুৱাৰ স্মৃতি দিৱস

Next Post

বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ সাধাৰণ সভা

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ সাধাৰণ সভা

বালিসত্র সংস্কৃতি সুৰক্ষা মঞ্চৰ সাধাৰণ সভা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7