VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেয় তাৰিখৰ ৪৬ বছৰ পিছত পুথিভঁৰাললৈ ঘূৰাই দিয়া হয় এখন উপন্যাস

১৯৭৬ চনৰ ৮ ছেপ্টেম্বৰত পুথিভঁৰাললৈ ঘূৰাই দিয়াৰ কথা আছিল উপন্যাসখন

voicedesk by voicedesk
May 30, 2022
in সংবাদ গুঞ্জন
দেয় তাৰিখৰ ৪৬ বছৰ পিছত পুথিভঁৰাললৈ ঘূৰাই দিয়া হয় এখন উপন্যাস
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

১৯৭০ৰ দশকত ইয়াৰ দেয় তাৰিখৰ ৪৬ বছৰ পিছত  কিতাপ এখন কেনেদৰে পুথিভড়ালটোলৈ ঘূৰি আহিল সেই কথা জনাই সামাজিক মাধ্যম প্লেটফৰ্ম ফেইচবুকত কেইখনমান  ফটো শ্বেয়াৰ কৰিছে  ওকলাহোমাৰ ‘ওৱাচো লাইব্ৰেৰী’য়ে ৷ওকলাহোমাৰ ওৱাচো লাইব্ৰেৰীয়ে লেখক মলি কোনৰ  ‘এনি এনি’নামৰ উপন্যাসখন দেয় তাৰিখৰ ৪৬ বছৰৰ  পিছত লাভ কৰিছে। লাইব্ৰেৰীটোৱে কিতাপখনৰ এটা স্নেপশ্বট সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে ইয়াৰ ভিতৰত থকা এখন কাৰ্ডো ফেচবুকত শ্বেয়াৰ কৰিছে। উল্লেখযোগ্য যে ১৯৭৬ চনৰ ৮ ছেপ্টেম্বৰত কিতাপখন ঘূৰাই দিয়াৰ কথা আছিল পুথিভঁৰাললৈ  ।

লাইব্ৰেৰীটোৱে ফটোবোৰ ফেচবুকত শ্বেয়াৰ কৰাৰ লগতে এটা শিৰোনাম দিছিল, “যিজনে এনি এনিৰ এই প্ৰতিলিপিটো আমাক ঘূৰাই দিছিল তেওঁক ধন্যবাদ! এই কিতাপখন ১৯৭৬ চনৰ ৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় পুথিভঁৰাললৈ ঘূৰি অহাৰ কথা আছিল। ঘূৰি আহিছে মাত্ৰ ৪৬ বছৰৰ পিছত।”

২৭ মে’ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰা  এই পোষ্টে  এতিয়ালৈকে ৰাইজৰ যথেষ্ট সহাৰি  লাভ কৰিছে। লগতে বহু পামকৰ  মন্তব্যও লাভ কৰিছে পোষ্টটোৱে।

 

Previous Post

২০২১-২২ বৰ্ষৰ ইউপিএছচি অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল ঘোষণা

Next Post

আই পি এলত জয়ী হৈ গুজৰাট টাইটানছে কিমান টকা লাভ কৰিলে জানেনে ? বাটলাৰক কিয় দিয়া হ’ল ৬০ লাখ টকাৰ প্ৰাইজমাণি

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
আই পি এলত আচৰণ বিধি উলংঘা কৰি পাৰিশ্ৰমিকৰ ২০ শতাংশ জৰিমনা ভৰিব লগা হ’ল এইজন তাৰকা ক্ৰিকেটাৰ !

আই পি এলত জয়ী হৈ গুজৰাট টাইটানছে কিমান টকা লাভ কৰিলে জানেনে ? বাটলাৰক কিয় দিয়া হ’ল ৬০ লাখ টকাৰ প্ৰাইজমাণি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7