VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্যতিক্ৰমী ৰূপত দিশপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন

voicedesk by voicedesk
January 25, 2022
in সংবাদ গুঞ্জন
0
SHARES
124
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দিশপুৰ শাখাৰ  নতুন বছৰৰ প্ৰথমখন সভা যোৱা ২৪ জানুৱাৰীৰ  বিয়লি ৫ বজাৰ পৰা ৭ বজালৈ গুগুল মীট যোগে এক ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত হয়।সভানেত্ৰী ড সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যই বন্তি প্ৰজ্বলেনেৰে সভাখন শুভাৰম্ভ কৰে। আদৰণি গীত “চিৰ চেনেহী মোৰ ভাষা জননী” পৰিৱেশনৰে সভাখন আৰম্ভ কৰা হয়। সভাপতি ড°সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যৰ বলিষ্ঠ পদক্ষেপত আৰু সম্পাদিকা নীতা চক্ৰৱৰ্তীৰ নিষ্ঠাৰে গতানুগতিকতাৰ পৰা ফালৰি কাটি এক গঠনমূলক দৃষ্টিভংগীৰে সভা খন অনুষ্ঠিত হয়। সভাখনত উপন্যাসৰ ওপৰত আলোচনা কৰা হয়। প্ৰতি গৰাকী সদস্যাই  নিজৰ ভাল লগা উপন্যাস সম্পৰ্কে অতি সুন্দৰকৈ বাখ্যা কৰে আৰু ভাল লগাৰ কাৰণ দৰ্শায়। এই সভাখনত সদস্যাসকলে  আলোচনা কৰা উপন্য়াস কেইখন হ’ল –

পুস্পলতা বৰা  (লক্ষীনন্দন বৰা দেৱৰ —-“মদাৰ গছৰ পাণ”)

মীনাক্ষি ডেকা  (মৃণাল কুমাৰ দেৱৰ—“বকুল ফুলৰ দৰে”)

মীনা কুমাৰী  (মামনি ৰয়চম গোস্বামীৰ —-” আধা লেখা দস্তাবেজ”)

মামনি শৰ্মা  ( ড° মৃদুল চন্দ্ৰ শৰ্মাৰ —–(“সোণালী সুতাৰ সপোন”)

কল্পনা বৰুৱা (শৰ্মিষ্ঠা প্ৰীতমৰ —“পৰাণ নিগৰে”)

কল্পনা শৰ্মা  ( নিৰ্মলপ্ৰভা বৰদলৈৰ —– “জীৱন জীৱন বৰ অনুপম”)

নীতা চক্ৰৱৰ্তী ( বেবী হালদাৰৰ “আলো আঁধাৰি”ৰ অসমীয়া অনুবাদ গীতা দত্ত বৰঠাকুৰৰ “অমানিশাৰ পোহৰ”)

ড°সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য   (A thousand splendid suns by khaled Hosseni.and the kite Runner )

সভানেত্ৰী ড°সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য আৰু উপ সভানেত্ৰী পুস্পলতা বৰাই উপন্যাস কেইখনৰ ওপৰত মতামত আগবঢ়ায়। সদস্যা মীনাক্ষি ডেকা আৰু মীনা কুমাৰীয়ে বিশেষ মন্তব্য দাঙি ধৰে। পুস্পলতা বৰুৱাই সকলোকে শলাগৰ শৰাই আগবঢ়ায়।

Previous Post

এ ডি জি পি হীৰেন চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা আৰক্ষী পদক

Next Post

উত্তৰ প্ৰদেশত কংগ্ৰেছৰ মোক্ষম আঘাত, দল ত্যাগ এইজন শী্র্ষ নেতাৰ

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
উত্তৰ প্ৰদেশত কংগ্ৰেছৰ  মোক্ষম আঘাত, দল ত্যাগ এইজন শী্র্ষ নেতাৰ

উত্তৰ প্ৰদেশত কংগ্ৰেছৰ মোক্ষম আঘাত, দল ত্যাগ এইজন শী্র্ষ নেতাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7