VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মিতভাষৰ স্ৰষ্টালৈ জন্মদিনৰ শুভকামনা

আজি নগেন শইকীয়াৰ ৮৪সংখ্যক ওপজাদিন

voicedesk by voicedesk
February 11, 2022
in সংবাদ গুঞ্জন
মিতভাষৰ স্ৰষ্টালৈ জন্মদিনৰ শুভকামনা
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

অসমৰ স্বনামধন্য ব্যক্তি অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী স্বৰূপ,মিতভাষৰ জন্মদাতা, সাহিত্য অকাডেমী নগেন শইকীয়াৰ আজি ৮৪সংখ্যক ওপজাদিন ৷ ১৯৩৯চনৰ ১১ফেব্ৰুৱাৰীত অসমৰ গোলাঘাটত জন্ম গ্ৰহণ কৰিছিল অসমৰ সাহিত্য জগতৰ এজন উজ্জ্বল জোতিষ্ক নগেন শইকীয়াই ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে কাৰ্য্যনিৰ্বাহ কৰা নগেন শইকীয়া ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈকে ৰাজ্যসভাৰ সদস্য আছিল আৰু ১৯৯০চনৰ পৰা ১৯৯২ চনলৈকে উচ্চ সদনৰ  উপ-সভাপতিৰ দায়িত্বত  আছিল তেওঁ ৷ এগৰাকী শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা নগেন শইকীয়াই বিভিন্ন সময়ত নিজৰ কৰ্মনিষ্ঠাৰে অসমৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানলৈ অৱদান আগবঢ়াইছে ৷ সময়ে সময়ে অসমীয়া সাহিত্যৰ বিভিন্ন বিষয়ৰ ওপৰত ইংলেণ্ড,আমেৰিকাকে আদি কৰি ভিন ভিন স্থানত তেওঁ প্ৰদান কৰা বহুমূলীয়া ভাষণে নতুন প্ৰজন্মকো যথেষ্ট উপকৃত কৰি আহিছে ৷

তেওঁৰ ভালেসংখ্যক অসমীয়া চুটি গল্প,উপন্যাস,প্ৰবন্ধ,ৰচনা আৰু গ্ৰন্থ অসমীয়া সাহিত্য জগতলৈ এক অনবদ্য অৱদান ৷ ১৯৯৭চনত নগেন শইকীয়াক ‘এন্ধাৰত নিজৰ মুখ’ নামৰ চুটি গল্প সংকলনৰ বাবে  নিৰ্বাচিত ভাৰতীয় সাহিত্যিক সকললৈ আগবঢ়োৱা  সাহিত্য অকাডেমীৰ সৰ্বোচ্চ সন্মান সাহিত্য  অকাডেমী বঁটাৰে সন্মানিত কৰা হয় ৷আনহাতে ২০০৭চনত তেওঁক প্ৰদান কৰা হয় অসম উপত্যকা বঁটা ৷ তেওঁ সৃ্ষ্টি কৰা ‘মিতভাষ’ অসমীয়া সাহিত্য জগতলৈ এক অভূতপূৰ্ব সংযোজন ৷

অসমৰ বাবে অসমীয়া জাতিৰ বাবে গৌৰৱ ,নৱপ্ৰজন্মৰ পিতৃস্বৰূপ নগেন শইকীয়াদেৱৰ  সু-স্বাস্থ্য কামনা কৰি তেওঁৰ ওপজা দিনটোত যাচিলোঁ অযুত শুভকামনা

Previous Post

পুনৰ টাটা ছনছৰ অধ্যক্ষ হ’ব এন চন্দ্ৰশেখৰণ

Next Post

বাজেটৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ৰাহুল গান্ধীক কি কথা সোঁৱৰাই দিলে সীতাৰমণে ?

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
বাজেটৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ৰাহুল গান্ধীক কি কথা সোঁৱৰাই দিলে সীতাৰমণে ?

বাজেটৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি ৰাহুল গান্ধীক কি কথা সোঁৱৰাই দিলে সীতাৰমণে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7