VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

কাব্যগ্ৰন্থৰ ৰচয়িতা কেৰেলা চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ,আই এ এছ বিষয়া প্ৰণৱ জ্যোতি নাথ

voicedesk by voicedesk
April 11, 2022
in সংবাদ গুঞ্জন
‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক  কাব্যগ্ৰন্থ উন্মোচন
0
SHARES
97
VIEWS
Share on FacebookShare on Twitter

৯ এপ্ৰিল ২০২২ তাৰিখে  গুৱাহাটী টাউন  ক্লাবত বিয়লি চাৰি বজাত এখন গাম্ভীৰ্য্যপূৰ্ণ সভাত কেৰেলা চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ,আই এ এছ বিষয়া প্ৰণৱ জ্যোতি নাথৰ ‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক এখনি কাব্যগ্ৰন্থ উন্মোচন কৰা হয় ৷ উন্মোচনী অনুষ্ঠানটিত অসমৰ বিশিষ্ট কবি,অনুবাদক আনিছ উজ জামানে কাব্যগ্ৰন্থ খন উন্মোচন কৰি  কয় যে,এই কাব্যগ্ৰন্থত সুকীয়া আৰু উপলক্ষিত কাহিনী বৰ্ণিত হৈছে ৷ ‘

আন এগৰাকী উন্মোচক বিশিষ্ট কবি ,নিবন্ধকাৰ ,সমীৰ তাঁতীয়ে কয় যে,’আত্মাৰ অনুৰণন সামাজিক অনুৰণন হ’ব পাৰে আৰু এয়েই কবিতাৰ মৰ্ম’ ৷ আনহাতে কবি ,সমালোচক প্ৰাণজিৎ বৰাই গ্ৰন্থখনৰ ভূয়সী প্ৰশংসা কৰি কয় যে,কবিতাসমূহে অসম আৰু ওড়িশাৰ মাজত সাংস্কৃতিক সেতুবন্ধন গঢ়ি তোলাৰ লগতে জটিলতাৰ আৱৰ্তৰ সময়ত ৰূপকল্প ধৰি ৰাখিছে ৷ আই পি এছ বিষয়া হীৰেন নাথে কবিগৰাকীৰ শৈশৱৰ কথা ৰসাল ভাৱে বৰ্ণনা কৰি বিশ্লেষণাত্মক আৰু সংবেদনশীল কবিগৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি বক্তব্য প্ৰদান কৰে ৷ কবি প্ৰণৱ জ্যোতি নাথৰ পত্নী তথা ওড়িশা চৰকাৰৰ প্ৰশাসনীয় বিষয়া ডক্তৰ মমতাৰাণী নায়কে ‘শালভঞ্জিকা’ৰ তাৎপৰ্য বাখ্যা কৰি কয় যে, ‘ই হ’ল এক অনন্য ভাস্কৰ্য, যি বহু কবি,শিল্পীক যুগে যুগে অনুপ্ৰেৰণা যোগাই আহিছে ‘৷

কবিগৰাকীৰ পিতৃ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীনেশ্বৰ নাথে অসমীয়া মাধ্যমত পঢ়ুওৱা পুত্ৰৰ শৈক্ষিক উত্তৰণৰ বিষয়ে দুআষাৰ কথা কয় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা উন্মোচনী অনুষ্ঠানটোত বেটুপাত শিল্পী পংকজ পৰাণ ,আৰ্হি পাঠক আৰু হৰেকৃষ্ণ দাসক সম্বৰ্ধনা জনোৱা হয় ৷ জ্যোতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কাব্যগ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে লেখক তথা সাংবাদিক অংকুৰ ডেকাই ৷

উল্লেখযোগ্য যে অসম সন্তান সুকবি প্ৰণৱজ্যোতি নাথে ওড়িয়া আৰু মালায়লম গীতত কণ্ঠদান কৰি এগৰাকী গায়ক হিচাপেও বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

Previous Post

গাখীৰৰ লগত খিচমিচ খায় নেকি? গাখীৰৰ লগত খিচমিচ মিহলালে কি হয় জানেনে?

Next Post

ঝাৰখণ্ডত ৰ’পৱেত কেবল কাৰৰ সংঘৰ্ষত নিহত ২ , ১৬ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিল যাত্ৰী

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
ঝাৰখণ্ডত ৰ’পৱেত  কেবল কাৰৰ সংঘৰ্ষত নিহত  ২ , ১৬ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিল যাত্ৰী

ঝাৰখণ্ডত ৰ’পৱেত কেবল কাৰৰ সংঘৰ্ষত নিহত ২ , ১৬ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকিল যাত্ৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7