VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰুক্মিণী নগৰত “উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ” সম্পন্ন

voicedesk by voicedesk
February 15, 2022
in সংবাদ গুঞ্জন
ৰুক্মিণী নগৰত “উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ” সম্পন্ন
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: সাতসৰী সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থাৰ উদ্যোগত মহানগৰীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত “উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ” নামৰ এটি নান্দনিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সাতসৰীৰ সভানেত্রী তথা লেখিকা ড০ মন্দিৰা বৰুৱাই সঞ্চালনা কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে সাতসৰীৰ সম্পাদিকা মালাশ্ৰী লস্কৰ বৰাই।

অনুষ্ঠানত যশস্বী কন্ঠশিল্পী তথা অৱসৰী ইতিহাস বিভাগৰ অধ্যাপিকা ড০ অনিমা চৌধুৰী, “আৰোহণ” ৰ মুৰব্বী প্ৰীতি শইকীয়া, অনু ভূঞা, দীপ্তি গোস্বামী, পবিত্র শৰ্মা, জ্যোৎস্না ভাগৱতী, মীৰা দাস চহৰীয়া, ড০ কণিকা দত্ত, চামিম আহমেদ, গীতা ভৰালীক “সাতসৰী”ৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ভালেমান কবি, শিল্পীয়ে কবিতা আবৃত্তি, গীত-মাত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

সভাতে “সাতসৰী”ৰ নতুন সমিতিখন ড০ মন্দিৰা বৰুৱাক সভানেত্রী আৰু মালাশ্ৰী লস্কৰ বৰাক সম্পাদিকা হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে।

Previous Post

অসমৰ ডিজিটেল সংবাদৰ সুৰক্ষা আৰু ভৱিষ্যতৰ বাবে ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰাম’ গঠন

Next Post

পৌৰসভা নিৰ্বাচন-২০২২ : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
পৌৰসভা নিৰ্বাচন-২০২২ : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

পৌৰসভা নিৰ্বাচন-২০২২ : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভা নিৰ্বাচনৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7