VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এক প্ৰগাঢ় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামী

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 29, 2021
in সংবাদ গুঞ্জন
এক প্ৰগাঢ় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামী
0
SHARES
138
VIEWS
Share on FacebookShare on Twitter

এক প্ৰগাঢ় ব্যক্তিত্ব। যি ব্যক্তিত্বত প্ৰাণ পাই উঠে এটা জাতি। ৰূপকথা আৰু ইতিহাসৰ মিলন ঘটাব পৰা মামনি ৰয়চম গোস্বামী এগৰাকী কৌশলী খনিকৰ।
১৯৪২ চনৰ ১৪ নৱেম্বৰত মামনি ৰয়চম গোস্বামীৰ জন্ম হৈছিল। তেওঁ পৰিচিত আছিল ইন্দিৰা গোস্বামী ৰূপে।জগলীয়াত শৈশৱতাই যেন গঢ় লৈ উঠিছিল অসাধাৰণ মানুহ গৰাকীৰ। ১৯৬৫ চনত মাধৱেন ৰয়চম আয়াংগাৰৰ লগত মামনি ৰয়চম গোস্বামী বিবাহ পাশত আৱদ্ধ হয়।প্ৰিয়তম পুৰুষ মাধৱেন আতৰি যোৱাৰ লগে লগে মামনি ৰয়চম গোস্বামী অকলশৰীয়া হৈ পৰে।অসহায় , অকলশৰীয়া মামনি ৰয়চম গোস্বামীয়ে নিজকে চম্ভালিবৰ বাবে যোগদান কৰিলে গোৱালপাৰাৰ সৈনিক স্কুলত।এগৰাকী আদৰ্শ শিক্ষয়িত্ৰী হোৱাৰ লগতে স্কুলৰ পৰিবেশতেই এগৰাকী পূৰ্ণ পৰ্যায়ৰ ঔপন্যাসিক হিচাপে পূৰ্ণতা পালে।
মামনি ৰয়চম গোস্বামী উপন্যাস শিল্পৰ এগৰাকী কৌশলী খনিকৰ। ৰূপ কথা আৰু ইতিহাসৰ মিলন ঘটাব পৰা এগৰাকী শক্তিশালী ঔপন্যাসিক । অটুট ৰাখিছে কাহিনীৰ শক্তিক , য’ত তথ্যই মুক্ত ভাবে ক্ৰিয়া কৰিছে কাল্পনিক জগত খনৰ সৈতে আৰু বাস্তৱতা ভেদ কৰিছে ৰূপ কথাৰ জগত খনে।
গাভৰু বিধৱা গৰাকীৰ যৌনতাৰ সাহসী উপস্থাপন আৰু তাইৰ তেজস্বী প্ৰতিবাদ লেখিকাৰ সমাজ মানসিকতাৰ শক্তিশালী প্ৰকাশেই নহয় , ই অতিকৈ মাৰ্জিত আৰু সুস্পষ্ট।
” দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা ” –হৈছে ৰক্ষণশীল সমাজত ব্ৰাহ্মণ বিধবা সকলৰ ওপৰত চলোৱা অমানবীয় অত্যাচাৰ আৰু প্ৰেম , বিবাহ তথা বিধৱা সকলৰ ক্ষেত্ৰত সমাজ খনে দেখুৱওা এক নিৰ্মম প্ৰকাশ।এখন সাহসী উপন্যাস হিচাপে ই সহজে পাঠকক মুগ্ধ কৰে।
ড° মামনি ৰয়চম গোস্বামী এগৰাকী শক্তিশালী ব্যক্তিত্বৰ পৰিচয় দিয়াৰ লগতে সংবেদনশীল পঢ়ুৱৈৰ হৃদয় স্পৰ্শ কৰিবলেৈ সক্ষম হোৱা সফল সাহিত্যিক।জীৱনৰ বিষাদ গাথাৰে সৃষ্টি উপন্যাসৰ কথামালাৰে তেওঁ প্ৰতিজন অসমীয়াৰে হৃদয়ত এখন সুকীয়া আসন দখল কৰাবলৈ সক্ষম হৈছিল।
২০১১ চনৰ ২৯ নৱেম্বৰত অসমৰত্ন মামনি ৰয়চম গোস্বামীৰ মৃত্যু হয়। জ্ঞানপীঠ বটাঁ বিজয়ী অনন্য ব্যক্তিত্বৰ অধিকাৰিণী মামনি ৰয়চম গোস্বামীৰ সোঁৱৰণত শ্ৰদ্ধাৰে একাজলী শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

Previous Post

অসমবাসীৰ বাবে চৰম লজ্জাজনক খবৰ

Next Post

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা দুজনৰ শৰীৰত ধৰা পৰিছে কভিদ ভাইৰাছৰ উপস্থিতি

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
এদিনত ১.২৮ কোটি ভেকচিন প্ৰদানেৰে অভিলেখ ভাৰতৰ

দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি অহা দুজনৰ শৰীৰত ধৰা পৰিছে কভিদ ভাইৰাছৰ উপস্থিতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7