VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

 যুগ যুগ ধৰি  শ শ শিলৰ পাত্ৰ পৰি থকা ক’ত আছে এই ৰহস্যময় ঠাই ?

কোন দেশত আছে এই ‘প্লেন অৱ জাৰ’?

voicedesk by voicedesk
January 23, 2023
in সংবাদ গুঞ্জন
 যুগ যুগ ধৰি  শ শ শিলৰ পাত্ৰ পৰি থকা ক’ত আছে এই ৰহস্যময় ঠাই ?
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ পৃথিৱীতে এনে বহু ৰহস্য আছে  যিবোৰৰ বিষয়ে আজিলৈকে কোনেও একো জানিব পৰা নাই।   দক্ষিণ এছিয়াৰ দেশ লাওছত আছে তেনে এক ৰহস্য  য’ত যুগ যুগ ধৰি  শ শ শিলৰ পাত্ৰ পৰি থকা দেখা পোৱা গৈছে।এই শিলৰ বাচনবোৰক ‘প্লেন অৱ জাৰ’ অৰ্থাৎ ‘পাত্ৰৰ সমতল’ বুলি কোৱা হয়।দেশখনৰ  মাটিত থকা ডাঙৰ ডাঙৰ শিলৰ পাত্ৰবোৰ এতিয়াও ৰহস্যৰ আৱৰ্তত যি সমগ্ৰ পৃথিৱীবাসীকে আচৰিত কৰি তোলে।

লাওছৰ ছিয়াংখুৱাং প্ৰদেশত ৯০তকৈও অধিক এনে ঠাই আছে য’ত ৪০০ৰো অধিক  শিলৰ এনে পাত্ৰ আছে। এনে বহু পাত্ৰৰ ঢাকনিও  শিলৰ। কোৱা হয় যে এই পাত্ৰবোৰৰ উচ্চতা একৰ পৰা তিনি মিটাৰলৈকে ৷লাইফষ্টাইল নামা নামৰ  এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা  প্ৰতিবেদনত অনুসৰি  ১৯৬৪ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাৰ বায়ুসেনাই ছিয়াংখুৱাং প্ৰদেশত ২৬ কোটিতকৈও অধিক ক্লাষ্টাৰ বোমা নিক্ষেপ কৰিছিল যদিও ইয়াৰে কেইবা নিযুত বোমা বিস্ফোৰণ হোৱা নাছিল আৰু তেতিয়াৰ পৰাই  এই বিস্ফোৰণ নোহোৱা বোমা সমূহেই আজিও দেশখনৰ বহু অঞ্চলত

শিলৰ পাত্ৰৰ দৰে পৰি আছে । অৱশ্যে চৰকাৰে ইতিমধ্যে কিছুমান ঠাইৰ পৰা এই বোমাবোৰ আঁতৰাই পেলাইছে। প্ৰত্নতত্ত্ববিদসকলৰ মতে এই হাজাৰ হাজাৰ ৰহস্যময় শিলৰ পাত্ৰসমূহ  লৌহ যুগৰ।

যদিও সেই সময়ত এইবোৰ কিয় তৈয়াৰ কৰা হৈছিল তাৰ ৰহস্য এতিয়াও স্পষ্ট হোৱা নাই তথাপি  কিছুমান বিজ্ঞানীৰ মতে আকৌ মানুহৰ অন্তেষ্টি ক্ৰিয়াৰ সময়ত  এইবোৰক  কলহ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।এই ৰহস্যময় আৰু অনন্য স্থান ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ  তালিকাত অন্তৰ্ভুক্ত। লাওছ চৰকাৰে বহু আগতেই ইয়াৰ বাবে আবেদন কৰিছিল আৰু  তাৰ পিছতেই  ২০১৯ চনৰ ৬ জুলাইত এই ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হয়।

Previous Post

দেশ আৰু বিশ্বৰ ইতিহাসত ২৩ জানুৱাৰীৰ তাৰিখত লিপিবদ্ধ হোৱা কেইটামান গুৰুত্বপূৰ্ণ ঘটনাৰ সবিশেষ-:

Next Post

কেনেকৈ এই আকৰ্ষণীয় মৌ-চাক তৈয়াৰ কৰিবলৈ সক্ষম হয় এই বিশেষ প্ৰজাতিৰ মৌ-মাখি?

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
কেনেকৈ এই আকৰ্ষণীয়  মৌ-চাক তৈয়াৰ কৰিবলৈ সক্ষম হয় এই বিশেষ প্ৰজাতিৰ মৌ-মাখি?

কেনেকৈ এই আকৰ্ষণীয় মৌ-চাক তৈয়াৰ কৰিবলৈ সক্ষম হয় এই বিশেষ প্ৰজাতিৰ মৌ-মাখি?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7