VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

Wife is Wise Investment For Ever

ববিতা শইকীয়া by ববিতা শইকীয়া
September 1, 2022
in সংবাদ গুঞ্জন
Wife is Wise Investment For Ever
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

অতীজৰে পৰা ‘Wife’ সকলক লৈ বহু আমোদজনক, ধেমেলীয়া, তৰল জাতীয় মন্তব্য প্ৰচলিত হৈ আহিছে। সময়ে সময়ে নাৰীবাদী সকলে ইয়াৰ বিৰুদ্ধে মাত মাতি আহিছে যদিও সামাজিকভাৱেই হওক বা পুৰুষৰ গ্ৰুপ বিলাকতেই হওক Wife ক লৈ তৰল আলোচনা আৰু কৌতুকৰ অন্ত নাই। গল্প, কবিতা, চিনেমা আদি সকলোতে wife শব্দটোৰ প’ষ্টমৰ্টেম হৈয়ে আছে। যিকি নহওক এইবাৰ আদালতৰ ৰায়দানত ও Wife ক লৈ কৰা লঘূ মন্তব্যই অতি দৃষ্টিকটুভাৱে ঠাই পাইছে।
২৪ আগষ্টত কেৰেলা উচ্চ ন্যায়ালয়ে এখন বিবাহ বিচ্ছেদ সম্পৰ্কীয় আবেদন নাকচ কৰি ৰায়দান দিয়ে। মহামান্য বিচাৰপতিয়ে ৰায়দানত উল্লেখ কৰি কয় যে আজিৰ প্ৰজন্মই বিবাহক বোজা বুলি ভাৱে। বিবাহৰ বান্ধোনত বান্ধ খোৱাতকৈ লিভ্‌ ইন টুগেদাৰ কৰিবলৈহে ভাল পায়। উল্লেখযোগ্য যে এজন ব্যক্তিয়ে তেওঁক পত্নীয়ে অত্যাচাৰ কৰা বুলি বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰিছিল। অৱশ্যে আদালতে পত্নীয়ে অত্যাচাৰ কৰাৰ কোনো প্ৰমাণ লাভ নকৰিলে। তাৰ পৰিৱৰ্তে অন্য তিৰোতাৰ সতে বিবাহিত পুৰুষজনৰ অবৈধ সম্পৰ্কৰ কথাহে উন্মোচিত হ’ল। তাকে বৰ্ণনা কৰিবলৈ গৈ আদালতে ৰায়টোত উল্লেখ কৰিলে যে পূৰ্বতে যি “Wife is Wise Investment Forever” বুলি প্ৰচাৰিত প্ৰবাদ আছিল , এতিয়াৰ প্ৰজন্মই “Wife is Worry Invited For Ever” বুলিহে ভাৱিবলৈ লৈছে।

“Wife is Wise Investment For Ever” অথবা “Worry Invited For Ever” যিয়েই নহওক মহামান্য আদালতে ৰায়দান দিওঁতে এনে ‘বক্তব্য’ অন্তৰ্ভূক্ত কৰাটো কিমান সমীচিন?? সাধাৰণ মানুহৰ এনে ভাৱধাৰাক উলাই কৰিব পাৰিলেও একোজন ‘লৰ্ডশ্বিপ’ য়ে যদি এনে লঘূ কথা কয়, নাৰীৰ মৰ্যদা ক’ত থাকিল? তথাকথিত নাৰীবাদী সকল ক’লৈ গ’ল??

Previous Post

এজন মানুহে সদায় এখনকৈ পঢ়িলেও ১২০০০কিতাপ পঢ়িবলৈ মুঠতে লাগিব ৩৩ বছৰ

Next Post

ড্ৰাগছৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ বাবে আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বঁটা বিতৰণ

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন
সংবাদ গুঞ্জন

ডেফ’ডিল ফাউণ্ডেশ্যন স্কুলৰ প্ৰাক্ খ্ৰীষ্টমাছ উদযাপন

December 24, 2024
কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন
সংবাদ গুঞ্জন

কটন বিশ্ববিদ্যালয়ত এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ উন্মোচন

December 22, 2024
Next Post
ড্ৰাগছৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ বাবে আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বঁটা বিতৰণ

ড্ৰাগছৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ বাবে আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বঁটা বিতৰণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7