VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি সমগ্ৰ বিশ্বই পালন কৰে ‘বিশ্ব চুনামি সজাগতা দিৱস’

জাপানীজ ভাষাত ‘চু’ মানে বন্দৰ আৰু ‘নামি’ শব্দৰ অৰ্থ হৈছে ঢৌ

voicedesk by voicedesk
November 5, 2021
in মুখ্য সংবাদ, সংবাদ গুঞ্জন, সমাজ
আজি সমগ্ৰ বিশ্বই পালন কৰে ‘বিশ্ব চুনামি সজাগতা দিৱস’
0
SHARES
144
VIEWS
Share on FacebookShare on Twitter

জাপানীজ ভাষাত ‘চু’ মানে বন্দৰ আৰু ‘নামি’ শব্দৰ অৰ্থ হৈছে ঢৌ ৷চুনামি হৈছে সাগৰ তলিত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌৰ এক ভয়ংকৰ ৰূপ৷

বিশ্বত চুনামি সজাগতা সৃষ্টি কৰাৰ বাবে এই দিনটো উদযাপন কৰা হয়৷  ইউ এন এচেম্বলিয়ে ২০১৫ চনৰ ডিচেম্বৰত  বিশ্বৰ বিভিন্ন দেশ ,আন্তঃৰাষ্ট্ৰীয় সংগঠন আদিক চুনামি সজাগতা বৃদ্ধি কৰি জনসাধাৰণক সাম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে ৫ নৱেম্বৰৰ দিনটো ‘বিশ্ব চুনামি সজাগতা  দিৱস ‘ হিচাপে পালন কৰিবলৈ আহ্বান জনায়৷

৷ইউ এন ডাইজেষ্টাৰ ৰিক্স ৰিডাক্সন চমুকৈ ইউ এন ডি আৰ আৰে  ইউনাইটেড নেচনৰ সহযোগিতাত  ‘বিশ্ব চুনামি সজাগতা দিৱস’ পালন কৰিবলৈ  সমগ্ৰ বিশ্বকে জনায়৷

প্ৰকৃতাৰ্থত এই ‘বিশ্ব চুনামি সজাগতা দিৱস’ৰ উদ্ভাৱন হৈছিল জাপানত ৷ কেইবাবাৰো চুনামিৰ  কৱলত পৰি  হাজাৰ হাজাৰ জীৱন অকালতে হেৰাই যোৱাৰ ফলত ভৱিষ্যতে এই বিপদৰ পৰা মানুহক কেনেকৈ ৰক্ষা কৰিব পাৰি নাইবা এই ক্ষেত্ৰত কেনেকৈ সজাগতাৰ সৃষ্টি কৰিব পাৰি তাৰ চিন্তা কৰিয়েই এই দিনটো উদযাপন কৰাৰ বাবে তেওঁলোকে   সকলোকে আহ্বান জনায়৷

Previous Post

জ’ বাইডেনৰ দীপাৱলী উদ্‌যাপন

Next Post

আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটাৰ তালিকাত তিনি গৰাকী ভাৰতীয় কিশোৰ

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
Next Post
আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটাৰ তালিকাত তিনি গৰাকী ভাৰতীয় কিশোৰ

আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটাৰ তালিকাত তিনি গৰাকী ভাৰতীয় কিশোৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7