VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

Medical tourism ৰ ক্ষেত্ৰত অসমত নতুন সম্ভাৱনা

শিৱানী বৰা by শিৱানী বৰা
October 5, 2021
in অভিমত, মুখ্য সংবাদ
Medical tourism ৰ ক্ষেত্ৰত অসমত নতুন সম্ভাৱনা
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৰ দ্বাৰা গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ কৰ্কট হস্পিতালত PET MRI শাখাৰ উদ্বোধনে Medical tourism ত এক অনন্য মাত্ৰা প্ৰদান কৰিব। 

কিছু বছৰৰে পৰা আমাৰ দেশ ভাৰতবৰ্ষ medical tourism ৰ ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কম ব্যয়বহুল চিকিৎসা পদ্ধতিৰ বাবে প্লাষ্টিক চাৰ্জাৰী, চকু চিকিৎসা, New reproductive technology ৰ দ্বাৰা সন্তানহীনতা দূৰ কৰা আদিৰ বাবে ভাৰত কেন্দ্ৰ বিন্দু হৈ পৰিছে। 

আমাৰ অসমে পূৰ্বৰে পৰা স্বাস্থ্য পৰ্য্যটনত অৰিহণা যোগাই আহিছে। সুলভ মূল্যৰ চিকিৎসা সেৱাৰ বাবে বাংলাদেশ, ভূটান, নেপাল, ম্যানমাৰৰ পৰা বহুতো ৰোগীৰ পূৰ্বৰে অসমলৈ চিকিৎসাৰ বাবে আহিছে।

চৰকাৰৰ act east policy ৰ দ্বাৰা দক্ষিণ এছিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক উন্নত কৰি যাতায়ত ব্যৱস্থা সুস্থিৰ কৰিছিল। ইয়াৰ উপৰিও উড়ান আঁচনিৰ জৰিয়তে দেশৰ অন্য প্ৰান্তৰৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহৰ দুৰ্গম ঠাইত উৰাজাহাজৰ ব্যৱস্থা কৰা হৈছে। 

শেহতীয়াকৈ জ্যোতি আদিত্য সিন্ধিয়াই উত্তৰ পূবৰ দুৰ্গম ঠাইত বিমান বন্দৰ স্থাপন কৰিবলৈ বিশেষ পদক্ষেপ হাতত লৈছে। 

বিমান পৰিবহনৰ উন্নতিৰ লগে লগে অসমলৈ উত্তৰ পূবৰ লোকসকলৰ লগতে কাষৰীয়া দেশসমূহৰ পৰাও ৰোগীৰ সংখ্যা বাঢ়িব বুলি আশা কৰা হৈছে।

গুৱাহাটীৰ পৰা ঢাকাৰ সৈতে বাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে বাংলাদেশৰ পৰা বহুতো কেঞ্চাৰ ৰোগী অসমলৈ চিকিৎসাৰ বাবে অসমলৈ অহাৰ সংখ্যা কভিদ পৰিস্থিতিৰ পূৰ্বে যথেষ্ঠ বৃদ্ধি পাইছিল। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু নৰ্থ ইষ্ট কৰ্কট প্ৰতিষ্ঠানত বিদেশৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল। 

শেহতীয়াকৈ অসম চৰকাৰে নীতি আয়োগৰ সৈতে আলোচনা কৰি দেশ বিভাজনৰ পূৰ্বৰ ৰেল লাইনসমূহ পুনৰ মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে যাতায়ত ব্যৱস্থা অধিক সূচল হৈ পৰিব। যাৰ দ্বাৰা চিকিৎসা কৰিবলৈ অহা ৰোগীৰ সংখ্যা বৃদ্ধি পাব।

অসম চিকিৎসা ব্যৱস্থাত টাটা ট্ৰাষ্টৰ সহযোগত অসমত প্ৰথম আৰু ভাৰতৰ চতুৰ্থতম PET MRI শাখাৰ উদ্বোধনে নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। কভিদ পৰিস্থিতিৰ উন্নত হ’লে এইবাৰ কৰ্কট ৰোগৰ সুলভ চিকিৎসাৰ বাবে অন্য ৰাজ্যৰ পৰা অহাৰ লগতে বহুতো বিদেশী ৰোগী বৃদ্ধি পাব বুলি অসম আশাবাদী। অসম পৰ্যটন ক্ষেত্ৰ যথেষ্ঠ লাভবান হ’ব।

Previous Post

সমগ্র বিশ্বৰ বাবেই যেন এক আদৰ্শ হৈ পৰিছে ‘চাচাৰাম ৰে’লৱে জংচন’

Next Post

আই. চি. আই. জে.ৰ অনুসন্ধানত ফাদিল হোৱা পেণ্ডোৰা পেপাৰ্চৰ তথ্যই সমগ্র বিশ্বতে তুলিছে খলকনি

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
Next Post
আই. চি. আই. জে.ৰ অনুসন্ধানত ফাদিল হোৱা পেণ্ডোৰা পেপাৰ্চৰ তথ্যই  সমগ্র বিশ্বতে  তুলিছে খলকনি

আই. চি. আই. জে.ৰ অনুসন্ধানত ফাদিল হোৱা পেণ্ডোৰা পেপাৰ্চৰ তথ্যই সমগ্র বিশ্বতে তুলিছে খলকনি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7