VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি কৃষি বিভাগৰ বিষয়া ,কৰ্মচাৰী, আমোলাৰ বিৰুদ্ধে এজাহাৰ দাখিল গুৱাহাটীৰ যুৱকৰ

voicedesk by voicedesk
July 23, 2021
in ৰাজনীতি, মুখ্য সংবাদ
কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি কৃষি বিভাগৰ বিষয়া ,কৰ্মচাৰী, আমোলাৰ বিৰুদ্ধে এজাহাৰ দাখিল গুৱাহাটীৰ  যুৱকৰ
0
SHARES
536
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে সৰৱ হৈছে এজন যুৱক। বৃহস্পতিবাৰে মন্ত্ৰী অতুল বৰাকে ধৰি কৃষি বিভাগৰ বিষয়া,কৰ্মচাৰী আৰু আমোলাৰ বিৰুদ্ধে দিশপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে সুব্ৰত তালুকদাৰ নামৰ এই যুৱকজনে।

জানিব পৰা মতে বিগত সময়ত পি এম কিষাণ সন্মান নিধিৰ অধীনত ভুৱা হিতাধিকাৰীয়ে ধন আত্মহাত কৰাৰ কথা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পি এম কিষাণ সন্মান নিধিৰ অধীনত ধন লাভ কৰা ৰাজ্যৰ ৮,৩৫,২৬৪ গৰাকী ভুৱা হিতাধিকাৰীৰ সংখ্যাৰ তালিকা প্ৰকাশ কৰাৰ লগতে  প্ৰায় ৫৫৪ কোটি ১ লাখ ৭২ হাজাৰ  টকা আত্মহাতৰ তথ্যও প্ৰকাশ কৰিছে।

ইমান বৃ্হৎ পৰিমাণৰ ধনৰাশি চৰকাৰৰ ৰাজহৰ পৰা আত্মসাৎ কৰাটো এক ভয়ংকৰ অপৰাধ বুলি গণ্য কৰা যুৱকজনে এনেধৰণে ভুৱা হিতাধিকাৰী সৃষ্টিৰ আঁৰত  এক গভীৰ ষড়যন্ত্ৰ লুকাই থকাৰো সন্দেহ কৰাৰ লগতে ভুৱা কাগজ-পত্ৰ তৈয়াৰ কৰি এইসকল হিতাধিকাৰীয়ে চৰকাৰী বিষয়া- মন্ত্ৰী ৰ লগলাগি ৰাজহুৱা ধন আত্মসাৎ কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে। দাখিল কৰা এজাহাৰৰ ভিত্তিত ভয়ংকৰ অপৰাধ বিভাগীয় মন্ত্ৰী আৰু আমোলাৰ সহযোগ অবিহনে সম্ভৱ নহ‘য় বুলিও উল্লেখ কৰিছে যুৱক জনে।

ইয়াৰ পিছতে গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ  সুব্ৰত তালুকদাৰ নামৰ যুৱকজনে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত বিভাগীয় মন্ত্ৰী অতুল বৰা , কৃষি বিভাগৰ বিষয়া , কৰ্মচাৰী তথা উল্লেখিত ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিশপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে এজাহাৰকাৰী যুৱকজনে  ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত এই সকলো লোকৰ বিৰুদ্ধে ৪০৯,৪১৭,৪২০, ৪৬৮ ধাৰাত গোচৰ ৰজু কৰি প্ৰিভেনশ্যন অৱ কৰাপশ্যন এক্ট ৰ অধীনত তদন্ত কৰিবলৈ আহ্বান জনাইছে।

Previous Post

মানুহক শাৰীৰিক ,মানসিক শক্তি যোগান ধৰা টোপনিৰ আৱশ্যকতা আৰু সুস্থ শৰীৰৰ বাবে কিমান সময় টোপনিৰ প্ৰয়োজন, জানিবলৈ পঢ়ক

Next Post

ক’ভিড হৈ উঠাৰ পাচত কৰিবলগা শৰীৰৰ কিছু পৰীক্ষা-নিৰীক্ষা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ক’ভিড হৈ উঠাৰ পাচত কৰিবলগা শৰীৰৰ কিছু পৰীক্ষা-নিৰীক্ষা

ক’ভিড হৈ উঠাৰ পাচত কৰিবলগা শৰীৰৰ কিছু পৰীক্ষা-নিৰীক্ষা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7