VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ‘ব পাৰে উদ্যোগপতি ৰতন টাটা!

voicedesk by voicedesk
August 13, 2021
in ৰাজনীতি, সমাজ
দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ‘ব পাৰে উদ্যোগপতি ৰতন টাটা!
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

২০২২ চনৰ জুলাই মাহত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰিব। আৰু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব সেইলৈ দেশজুৰি আৰম্ভ হৈছে চৰ্চা।

নতুন ৰাষ্ট্ৰপতিৰ সন্ধানত থকা সময়তে ইন্টাৰনেটত চৰ্চা চলিছে যে দেশৰ নতুন ৰাষ্ট্ৰপতি হ’ব টাটা গ্ৰুপৰ স্বত্বাধিকাৰী তথা উদ্যোগপতি ৰতন টাটা।

টুইটাৰ হেছটেগত ইতিমধ্যে একাংশই ‘‘Ratan Tata 4 President”বুলি কেম্পেইন আৰম্ভ কৰিছে।

বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অক্টোবৰত ৭৬ বছৰত ভৰি দিব।আৰু ৭৫ বছৰ উৰ্ধৰ ব্যক্তিক কোনো পদ দিয়াৰ বিৰাধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।যদিও ভাৰতীয় সংবিধান অনুসৰি কোনো এজন ব্যক্তি দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাত বাধা নাই।

এতিয়া দেশৰ শাসক-বিৰাধী উভয় পক্ষৰ মাজত ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কুচকাৱাছ চলিছে যদিও অৱশ্যে ৰতন টাটাৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই ।

দেশৰ অধিক সংখ্যক লোকে ৰতন টাটা পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো কামনা কৰিছে। যিহেতু ৰতন টাটা হৈছে এনে এজন উদ্যোগপতি যি কেৱল ব্যৱসায়ৰ লগতে দেশৰ জনসাধাৰণৰ প্ৰতিটো সমস্যাৰ কথা চিন্তা কৰি আহিছে।

উল্লেখযোগ্য যে ৰতন টাটাই ভাৰতৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে কম দামত ক্ৰয় কৰিব পৰাকৈ টাটা নেন’ গাড়ী নিৰ্মাণ কৰিছিল।যাতে এটা সৰু পৰিয়াল সুৰক্ষিতভাৱে ভ্ৰমণ কৰিব পাৰে।

ইয়াৰোপৰি সাধাৰণ জীৱনশৈলী ভাল পোৱা টাটা বহুতো সামাজিক কামত জড়িত হৈ আছে।বিভিন্ন দুৰ্যোগৰ সময়ত দেশবাসীক সহায়ৰ হাত আগবঢ়োৱা টাটাক বহুতে এজন ব্যৱসায়ী বুলি নকৈ এজন সমাজকৰ্মী বুলি কবলৈ বেছি ভাল পায়।

Previous Post

প্ৰতিমাহে দহ হাজাৰ টকাকৈ পেঞ্চন পাব স্বামী আৰু স্ত্ৰীয়েঃ কোন আঁচনিত পোৱা যাব এই সুবিধা জানিবলৈ পঢ়ক

Next Post

জীয়াই থাকিবৰ বাবে অক্সিজেনৰ প্ৰয়োজন নহয় এইবিধ জীৱক

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
জীয়াই থাকিবৰ বাবে অক্সিজেনৰ প্ৰয়োজন নহয় এইবিধ জীৱক

জীয়াই থাকিবৰ বাবে অক্সিজেনৰ প্ৰয়োজন নহয় এইবিধ জীৱক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7