VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পৰমেশ্বৰী দুৰ্গা দেৱীৰ মাহাত্ম্য

voicedesk by voicedesk
October 7, 2024
in শাৰদ বিশেষ, প্ৰবন্ধ
পৰমেশ্বৰী দুৰ্গা দেৱীৰ মাহাত্ম্য
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

 

 

দেৱতা সকলৰ পঞ্জীভূত অনুপম তেজ ৰাশি একত্ৰ হৈ সেই তেজঃপুঞ্জৰ পৰা আবির্ভূত হ’ল এক অনিন্দ্য সুন্দৰী দেৱীমূর্তি। শিবৰ তেজৰ পৰা দেৱীৰ মুখ আৰু যমৰ তেজৰ পৰা তেওঁৰ বাহু উৎপন্ন হ’ল। লগতে বিভিন্ন দেৱতাৰ তেজপুঞ্জৰ পৰা অন্যান্য অংগ-প্রতংগ উৎপন্ন হ’ল। দেৱতাসকলে অস্ত্র -শস্ত্র আৰু আ-অলংকাৰ উপহাৰ দি দেৱীক ৰণসজ্জাৰে সজ্জিত কৰি তুলিলে। লগে লগে দেৱীয়ে অট্টহাস্য কৰি ভীষণ গর্জনেৰে দশোদিশ কম্পিত কৰি অসুৰসকলৰ লগত যুদ্ধ আৰম্ভ কৰিলে। মহিষাসুৰ নিহত হ’ল আৰু দেৱতাসকলে শান্তিৰ নিশ্বাস ল’লে।

মহিষাসুৰৰ মৃত্যুৰ পিছত দেৱতাসকলে দেবী মহিষ মর্দিনীক স্তুতি কৰিবলৈ ধৰিলে-

‘দেব্যা যয়া ততমিদং জগদাত্মা শক্ত্যা। নিঃশেষ দেৱগণ শক্তি সমূহ মূর্ত্যা।।

তাম মবিকাম খিল দেৱ মহর্ষি পূজাং। ভক্ত্যা নতাঃ স্মবিদ ধাতু শুভানি সা নঃ।। (শ্রীশ্রী চণ্ডীৰ চতুর্থ অধ্যায়ৰ তিনি নং শ্লোক)

অর্থাৎ ইন্দ্রাদি দেৱতাসকলৰ শক্তিপুঞ্জৰ পৰা ঘনীভূত মূর্তি দেবী স্ব মায়া শক্তিৰ প্রভাৱত সমগ্র বিশ্ব পৰিব্যাপ্ত হৈ আছে, সমস্ত দেবতা আৰু ঋযিসকলৰ আৰাধ্যা অম্বিকাক আমি ভক্তি পূর্বক প্রণাম কৰো। তেওঁ আমাৰ সৰ্বতো প্ৰকাৰ মংগল সাধন কৰক।

দেৱতাসকলৰ প্রার্থনাত দেৱী মহিষ-মর্দিনী সন্তুষ্ট হৈ ক’লে- ব্রিয়তাং ত্রিদশং সর্বে

যদস্মত্তো হভিবাঞ্চিতম।

মোৰ ওচৰত তোমালোকৰ যি বাঞ্চনীয় তাকে প্রার্থনা কৰা। দেৱীৰ আশ্বাস পাই দেৱতাসকলে ক’লে-মা মহেশ্বৰী, আমাৰ শত্রু মহিষাসুৰক নিধন কৰি আপুনি আমাৰ যি উপকাৰ সাধন কৰিলে সেয়ে আমাৰ বাবে যথেষ্ট। তথাপিও কৃপা কৰি যদি আমাক বৰ প্রদান কৰে তেনেহ’লে আপোনাৰ ওচৰত এই বৰ প্ৰাৰ্থনা কৰো যে আমি যেতিয়াই আপোনাক স্মৰণ কৰিম তেতিয়াই যেন আপুনি আবির্ভূত। হৈ আমাক বিপদৰ পৰা উদ্ধাৰ কৰে।

দেরী মহামায়াই দেৱতাসকলৰ সেই ইচ্ছাক পূৰণ কৰিব বুলি প্রতিশ্রুতি দিলে। ভক্তসকলে আজিও দেৱীৰ দহোটা ৰূপকে পূজা কৰি আহিছে। দেৱীৰ দহোটা ৰূপ হ’ল কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ছিন্নমস্তা, ধূমাবতী, বগলামুখী, মাতংগী আৰু কমলা। পাশ্চাত্য পণ্ডিত ইৰিয়টে হিন্দুজিম আৰু বুদ্ধিজিম গ্রন্থত শক্তি পূজা সম্পর্কে উল্লেখ কৰিছে যে শক্তি হ’ল অনেক নাম আৰু ৰূপ বিশিষ্টা এক মাতৃ। সত্য, শিৱ আৰু সুন্দৰৰ সোতত বিশ্বৰ প্রতিখন ঠাইতে মাতৃশক্তি নিহিত হৈ আছে। এই শক্তি অখণ্ড, অনাদি আৰু শ্বাশ্বত। দেশে বিদেশে মাতৃৰূপে আৰাধ্যা মাতা দুর্গেশ্বৰী, দুর্গতি নাশিনী। পশু-পক্ষী, জীব-জন্তু সকলোৰে প্রতি মাতা দুর্গা কৰুণাময়ী।

‘দুর্গে দুর্গতি নাশিনী তুমি মা মংগল দায়িনী।।’

Previous Post

কোনবিধ শাক পাচলিয়ে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰে জানেনে ?

Next Post

ৰাতি টোপনি যোৱাৰ আগতে গাখীৰ খায় নেকি ?

Related Posts

প্ৰবন্ধ

পশ্চিম অসমৰ পুঁহ – মাঘৰ সংক্ৰান্তিত ‘ সোণাৰায় পূজা

January 13, 2025
অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত
প্ৰবন্ধ

অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত

December 24, 2024
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো

December 10, 2024
এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো

November 29, 2024
বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান
প্ৰবন্ধ

বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

November 26, 2024
আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন
প্ৰবন্ধ

আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন

October 16, 2024
Next Post

ৰাতি টোপনি যোৱাৰ আগতে গাখীৰ খায় নেকি ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7