VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতৰ এইখন চিকিৎসালয়ত ৰবটৰ দ্বাৰা কৰোৱা হ’ব মেদবহুলতা অপাৰেচনঃ পঢ়ক আৰু জানক

voicedesk by voicedesk
August 30, 2021
in বিজ্ঞান, সমাজ
ভাৰতৰ এইখন চিকিৎসালয়ত ৰবটৰ দ্বাৰা কৰোৱা হ’ব মেদবহুলতা অপাৰেচনঃ পঢ়ক আৰু জানক
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ জনসাধাৰণে অতি সোনকালেই লাভ কৰিব চিকিৎসাৰ ক্ষেত্ৰত এক বিশেষ সুবিধা। চিকিৎসাৰ ক্ষেত্ৰত এক নতুন আৱিষ্কাৰ হৈছে ৰবটৰ দ্বাৰা চাৰ্জাৰী কৰা পদ্ধতি। উল্লেখ্য যে পাটনা (Indira Gandhi Institute of Medical Sciences-IGIMS) ত মেদবহুলতাৰ চিকিৎসাৰ বাবে অপাৰেচন কৰোৱা হ’ব ৰবটৰ দ্বাৰা। এই ধৰণৰ চাৰ্জাৰীৰ বাবে এক সম্পূৰ্ণ পৃথক অপাৰেচন থিয়েটাৰৰ ব্যৱস্থা কৰা হৈছে IGIMS ত।

Indira Gandhi Institute of Medical Sciences-IGIMS

উল্লেখ্য যে এই সংস্থাৰ মুখ্য নিৰ্দেশক ড. এন আৰ বিশ্বাসে ৰবটিক চাৰ্জাৰীৰ বাবে অনুস্থিত হোৱা এক কৰ্মশালাত এই কথা সদৰি কৰে। ৰবটিক চাৰ্জাৰীৰ “slim gastrectomy method ”ৰ সহায়ত খুব কম সময়ৰ ভিতৰত কৰিব পাৰি এই অপাৰেচন।

প্ৰাপ্ত তথ্য মতে ৰোগীয়ে এই চাৰ্জাৰীৰ পাচত কেৱল ওজন হ্ৰাস কৰাই নহয় , আন বহুতো ৰোগৰ পৰাও আৰোগ্য লাভ কৰে। সেই চাৰ্জাৰীৰ বিশেষজ্ঞ সকলৰ মতে জনসাধাৰণক এই চাৰ্জাৰীৰ ক্ষেত্ৰত বিশেষভাৱে অৱগত কৰা হ’ব যাতে এই চিকিৎসাৰ সুবিধা ল’ব পাৰে।

Previous Post

টকিঅ’ পেৰা অলিম্পিকত ভাৰতৰ প্ৰথম সোণঃবিশ্ব ৰেকৰ্ড গঢ়িলে শ্বুটিং চেম্পিয়ন অবনীয়ে

Next Post

এক লাখ নিযুক্তি দিবলৈ সাজু অসম চৰকাৰঃ মাজত মাত্ৰ কেইটামান মুহূৰ্ত

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
এক লাখ নিযুক্তি দিবলৈ সাজু অসম চৰকাৰঃ মাজত মাত্ৰ কেইটামান মুহূৰ্ত

এক লাখ নিযুক্তি দিবলৈ সাজু অসম চৰকাৰঃ মাজত মাত্ৰ কেইটামান মুহূৰ্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7