VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি ৰাষ্ট্ৰীয় কৃষি দিৱস: কিয় পালন কৰা হয় !

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 23, 2021
in সমাজ
আজি ৰাষ্ট্ৰীয় কৃষি দিৱস: কিয় পালন কৰা হয় !
0
SHARES
107
VIEWS
Share on FacebookShare on Twitter

আজি ৰাষ্ট্ৰীয় কৃষক দিৱস। ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চৌধুৰী চৰণ সিঙৰ স্মৃতিত ২০০১ চনৰ পৰা প্ৰতি বছৰে ২৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।
উত্তৰ প্ৰদেশৰ মিৰাটৰ নূৰপুৰত ১৯০২ চনৰ ২৩ ডিচেম্বৰত চৌধুৰী চৰণ সিঙৰ জন্ম হৈছিল। তেওঁ খেতিয়ক পৰিয়ালৰ সন্তান আছিল । সেইবাবে তেওঁ খেতিয়কৰ সমস্যা সমূহ ভালদৰে বুজিব পাৰিছিল।চৌধুৰী চৰণ সিঙে মাজে মাজে সভা পাতি আলোচনাৰ জৰিয়তে কৃষকক উৎসাহিত কৰিছিল।
চৌধুৰী চৰণ সিং আছিল ভূমি সংস্কাৰৰ আঁৰৰ প্ৰধান ব্যক্তি। তেওঁ কৃষিখণ্ডৰ উন্নতিৰ বাবে দেশৰ আটাইতকৈ ডাঙৰ কৃষি ৰাজ্য উত্তৰ প্ৰদেশৰ পৰিৱৰ্তন আনিছিল।
কূষিখণ্ডৰ বাবে তেওঁৰ কামবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল
ঋণ মুক্তি বিধেয়ক (১৯৩৯)
এই আইন খনৰ জৰিয়তে ঋণী কৃষক সকলে ধন বা ঋণ দাতাৰ পৰা সকাহ পাইছিল। এই আইন খনৰ বাবে কৃষক সকলৰ দ্বাৰা সংঘটিত আত্মহত্যাৰ সংখ্যাৰ ওপৰতো ইতিবাচক প্ৰতিফলন ঘটাইছিল।
ভূমি ধাৰণ আইন (১৯৬০)
চৰণ সিঙ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোতে এই পৰিৱৰ্তনশীল আইন খন কাৰ্যকৰী হৈছিল। আইন খনে এজন ব্যক্তিৰ ভূমি ধাৰণৰ সীমা নিৰ্ধাৰণ কৰি ৰাজ্যখনত একোতা নিশ্চিত কৰিছিল।
চৌধুৰী চৰণ সিঙে ৰাজ্য খনৰ কৃষি মন্ত্ৰী হৈ থাকোতে ১৯৫০ ৰ জমিদাৰী বিলুপ্তি আইনৰ বাবেও কাম কৰিছিল।
১৯৮০ চনৰ ১৪ জানুৱাৰীত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। ৰাজঘাটত তেওঁৰ বাবে উৎসৰ্গিত এটা স্মাৰক নিৰ্মান কৰা হৈছিল আৰু ইয়াক “কিষান ঘাট” বুলি কোৱা হয়।
চৰণ সিঙে কৃষকৰ লগতে কৃষিক্ষেত্ৰ খনক আগুৱাই লৈ যোৱাৰ অৰিহনাক স্বীকৃতি দিবলৈ তেখেতৰ ওপজা দিনটোক ৰাষ্ট্ৰীয় কৃষি দিৱস হিচাপে উদযাপন কৰা হয়। আজি এই বিশেষ দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

Previous Post

পাঞ্জাৱৰ আদালতত ভয়ংকৰ বিস্ফোৰণ, নিহত দুজন

Next Post

কপিল দেৱৰ পৰা প্ৰকাশ পাডুকনলৈকেঃ কোন কোন উপস্থিত থাকিল ৮৩ ৰ প্ৰিমিয়াৰত

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
কপিল দেৱৰ পৰা প্ৰকাশ পাডুকনলৈকেঃ কোন কোন  উপস্থিত থাকিল ৮৩ ৰ প্ৰিমিয়াৰত

কপিল দেৱৰ পৰা প্ৰকাশ পাডুকনলৈকেঃ কোন কোন উপস্থিত থাকিল ৮৩ ৰ প্ৰিমিয়াৰত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7