VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কি আছে অসম বিধান সভাত উথাপিত পশু সুৰক্ষা বিধেয়ক ২০২১ অত? জানিবলৈ পঢ়ক

voicedesk by voicedesk
July 15, 2021
in সমাজ
কি আছে অসম বিধান সভাত উথাপিত পশু সুৰক্ষা বিধেয়ক ২০২১ অত? জানিবলৈ  পঢ়ক
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

অসম পশু সুৰক্ষা আইন ,১৯৫০ বাতিলৰ প্ৰস্তাৱেৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধান সভাৰ মজিয়াত উত্থাপন কৰে নতুন গো- সুৰক্ষা বিধেয়েক ২০২১ । এই বিধেয়কৰ যোগেদি চৰকাৰৰ দায়িত্ববাহী বিষয়াৰ অনুমতি অবিহনে গো-ধন পৰিবহনৰ ক্ষেত্ৰতো আহি পৰিব বাধ্যবাধকতা । অসম বিধান সভাৰ প্ৰথম দিনটোতেই উথাপন হোৱা বিধেয়কখনত কেইবাটাও গুৰুত্বপূৰ্ণ দফা সন্নিবিষ্ট আছে।

এই বিধেয়কখন আইনত পৰিণত হলে হিন্দু , জৈন ,শিখ বা গো-মাংস ভক্ষণ নকৰা ঠাইত  আন সম্প্ৰদায় লোকৰ বসতি অঞ্চলত গো-মাংস কাটি বিক্ৰী বা গো হত্যা কৰিব নোৱাৰিব। সেইদৰে কোনো ধৰ্মীয় অনুষ্ঠান যেনেকৈ মন্দিৰ, সত্ৰ আদিৰ পৰা ৫ কিল’মিটাৰ ব্যাসাৰ্ধত গো- মাংস বিক্ৰীৰ নিষেধাজ্ঞা জাৰি কৰা হ’ব।

অৰ্থাৎ চৰকাৰীভাৱে দায়িত্ব অৰ্পন কৰা  কোনো পশুপালন বিষয়াই অনুমতি প্ৰদান কৰিলেহে যিকোনো ঠাইত  গো-মাংস বিক্ৰী কৰিব পাৰিব। গো –মাংস কটা বা বিক্ৰী কৰা এই সম্পূৰ্ণ বিষয়টো পশুপালন বা পশু চিকিৎসা বিষয়াৰ অনুমতি সাপেক্ষে কাৰ্যকৰী হ’ব।

ইয়াৰলগতে বিধেয়ক খনত এই কথাও স্পষ্ট কৰি দিয়া হৈছে যে, গো হত্যা কৰি মাংস বিক্ৰী কৰা নিৰ্দিষ্ট গৃ্হ থাকিব লাগিব। সেই নিৰ্দিষ্ট গৃ্হৰ বাহিৰত গো মাংস বিক্ৰী কৰিব নোৱাৰিব । ইয়াৰলগতে ৰাজ্যৰ ভিতৰে-বাহিৰে গো- ধন  সৰবৰাহৰ ক্ষেত্ৰতো অনুমতি থাকিব লাগিব।

যদিও কৃষি কৰ্মৰ ক্ষেত্ৰত গো-ধন সৰবৰাহ কৰিলে অনুমতিৰ প্ৰয়োজন নাথাকে। একেদৰে জিলাৰ ভিতৰত পঞ্জীকৃত জীৱ-জন্তু বিক্ৰীৰ বাবে নিলে পৰিবহনৰ ক্ষেত্ৰত কোনো অনুমতিৰ প্ৰয়োজন নাথাকিব। যদিও পঞ্জীকৃত বজাৰত গো-ধন বিক্ৰীৰ তথ্য বজাৰ কমিটীয়ে ৰাখিব লাগিব। আৰু  যদিহে এই তথ্য সমূহ কমিটীয়ে ৰাখিব নোৱাৰে তেন্তে তেনে বজাৰৰ অনুজ্ঞা পত্ৰ বাতিল কৰা হ‘ব ।

লগতে অবৈধভাৱে সৰবৰাহ কৰিবলৈ অনা সকলো গো- ধন জব্দ কৰি সেই ধনৰ মূল্য নিৰ্ধাৰণ কৰি গো- শালত গতাই দিয়া হ’ব । উল্লেখ্যে যে, এই সকলো নিয়ম উলংঘন কৰিলে উলংঘনকাৰীয়ে নুন্যতম ৩ বছৰৰ পৰা ৮ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব।

অন্যথা ৩ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত জৰিমণা ও কাৰাবাস দুয়োটা নিয়মেই প্ৰয়োগ কৰা হ’ব। যদিও  বিধেয়কখন উত্থাপন কৰা দিন ধৰি  সৰ্বত্ৰে চৰ্চা হৈছে যে,অনা হিন্দু লোক সকলে এই সমগ্ৰ বিধেয়ক খন এতিয়া  কি ধৰণে গ্ৰহণ কৰে !  

Previous Post

তুলসীৰ ১০ টা বিস্ময়কৰ ঔষধি গুণ

Next Post

ফ্ৰাঞ্চৰ কপীৰাইট আইন উলংঘাঃ গুগলে ভৰিব লাগিব কোটি টকাৰ জৰিমনা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ফ্ৰাঞ্চৰ কপীৰাইট আইন উলংঘাঃ গুগলে ভৰিব লাগিব কোটি টকাৰ জৰিমনা

ফ্ৰাঞ্চৰ কপীৰাইট আইন উলংঘাঃ গুগলে ভৰিব লাগিব কোটি টকাৰ জৰিমনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7