আজি শিক্ষকে বিগত ৩০মাহে বন্ধ থকা প্ৰাপ্য ১৯শতাংশ মৰগীয়া বানাচ শীঘ্ৰে মুকলি কৰাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ।
ইয়াৰ উপৰিও ২০১২চনতে নিযুক্তি লাভ কৰা শিক্ষকসকলে নিয়মীয়া শিক্ষকৰ সমমৰ্য্যদা লাভ কৰা নাই ।সমান কামৰ সমান মৰ্যদা প্ৰদান কৰাৰো দাবী জনায়।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত নিয়োজিত থকা শিক্ষকসকলে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ দাবী সমাধানত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছে।