VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পানীপথত ৬৩০ একৰ এলেকাত একত্ৰিত প্ৰায় ৫ লাখ লোক

ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা গভীৰ নিশালৈকে উপলব্ধ ভক্তসকলৰ খাদ্য

পূৰ্বালি শৰ্মা বৰদলৈ by পূৰ্বালি শৰ্মা বৰদলৈ
November 19, 2022
in সমাজ
পানীপথত ৬৩০ একৰ এলেকাত একত্ৰিত প্ৰায় ৫ লাখ লোক
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

পানীপথৰ ভোদোৱাল মাজৰীত একেলগে লাখ লাখ লোকৰ সমাগম। এক অদম্য ভক্তিবোধেৰে তীৰ্থভূমিলৈ পৰিৱৰ্তিত হৈছে যেন পানীপথ । অঞ্চলটোৰ ৬৩০ একৰ এলেকাত একত্ৰিত হৈছে প্ৰায় ৫ লাখ লোক ৷

সমলখাৰ ভোদ্ৱাল মাজৰীত অৱস্থিত এই আধ্যাত্মিক স্থানত চলি থকা ৭৫ সংখ্যক সন্ত নিৰংকাৰী সমাজত দিনক দিনে বৃদ্ধি পাইছে ভক্তৰ সমাগম। অনুমান কৰা হৈছে যে শেহতীয়াকৈ পাঁচ লাখৰো অধিক ভক্ত তাত উপস্থিত হৈছে। শ শ কিলোমিটাৰ দূৰৰ পৰা, ডেকা-বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি অন্ধ আৰু ভিন্ন ক্ষমতাসম্পন্ন লোকলৈকে সকলো ইয়াত একত্ৰিত হৈছে ৷ ৬৩০ একৰ এলেকাত একত্ৰিত হৈছে প্ৰায় ৫ লাখ লোক যেন বসতি স্থাপন কৰা হৈছে এখন নতুন  চহৰত ।

জানিব পৰা মতে  আজি আৰু কাইলৈ ​​আৰু অধিক বৃদ্ধি পাইছে ভক্তৰ সংখ্যা। প্ৰায় ২৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বসবাস কৰা ভক্তসকলে  দেওবাৰে বন্ধৰ দিনটোৰ ইয়াত  অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত ভক্তৰ  সংখ্যা প্ৰায় সাত লাখ হ’ব পাৰে বুলিও অনুমাণ কৰা হৈছে ।

উল্লেখযোগ্য যে  ইয়ালৈ অহা ভক্তসকলৰ বাবে থকাৰ পৰা আৰম্ভ কৰি খাদ্য-পানীয়লৈকে সকলো ব্যৱস্থা কৰা হৈছে।আনহাতে  চাৰিটা ব্লকত ভাগ কৰা হৈছে গোটেই অঞ্চলটো । প্ৰতিটো ব্লকতে প্ৰস্তুত কৰা হৈছে লংগাৰ। য’ত ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা আৰম্ভ হৈ গভীৰ নিশালৈকে খাদ্য উপলব্ধ হয়। ইয়াত  প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪০০ কুইণ্টলতকৈও  অধিক চাউল, ২৫০ কুইণ্টলতকৈ অধিক দালি, ৭ লাখতকৈ অধিক ৰুটি । ইফালে প্ৰতিটো ব্লকতে  খোলা হৈছে কেণ্টিন। এই কেণ্টিন বোৰত ভক্তসকলে ৰেহাই মূল্যত চাহ, কফি, পানী, ব্ৰেড পকোৰা আদি লাভ কৰে।

প্ৰতিদিনে দিনৰ ১.৩০ বজাত  আৰম্ভ হোৱা  সৎসংগ কাৰ্যসূচীত সতগুৰু মাতা সুদীক্ষা মহাৰাজ জীৱন সংগী ৰমিতৰ সৈতে মঞ্চত বহে। আনহাতে মঞ্চৰ দুয়োকাষে তেওঁৰ দৰ্শন পাবলৈ  ভক্তৰ দীঘলীয়া শাৰী। প্ৰতি ঘণ্টাত ভক্তৰ সংখ্যা বাঢ়ে যদিও  কোনো হুলস্থুল আৰু কাজিয়াও নোহোৱাকৈয়ে সকলোৱে পৰম অনুশাসনেৰে শাৰী পাতি থিয় হৈ নিজৰ সময়লৈ অপেক্ষা কৰে।

এই সমাৱেশত অংশ ল’বলৈ আৰু সতগুৰুৰ দৰ্শন কৰিবলৈ দেশৰ  দিব্যাংগ সকলো আহি সমবেত হৈছে। ইয়াৰে কিছুমান সম্পূৰ্ণ অন্ধ আৰু কিছুমান খোজ কাঢ়িব নোৱাৰা।   একে সময়তে প্ৰাক্তন সেনাবাহিনীয়েও ব্ৰহ্মযান লৈ নিজৰ সেৱা আগবঢ়াইছে এই বৃহৎ সমাৱেশত।

আজি  সমাগমৰ চতুৰ্থ দিনটোত অনুষ্ঠিত কৰা হৈছে বিভিন্ন  কাৰ্যসূচী । দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হৈ  ৰাতি আঠ বজালৈকে চলিব এই সৎসংগ কাৰ্য্যসূচী । ইফালে দুঘণ্টীয়া বহুভাষিক কবি দৰবাৰো আজিৰ কাৰ্য্যসূচীৰ এক  গুৰুত্বপূৰ্ণ অংশ। ইয়াত বহু কবিয়ে নিজৰ অনুভৱ বিভিন্ন ভাষাত প্ৰকাশ কৰিছে। এই কবি সন্মিলনৰ বিষয়  ‘আধ্যাত্মিকতা আৰু মানৱতা’। য’ত দুপৰীয়া উপস্থিত হয় বিধানসভাৰ অধ্যক্ষ জ্ঞানচান্দ গুপ্তা ।

Previous Post

নামৰ বাবেই   অতি বিখ্যাত ভাৰতৰ কেইখনমান হোটেল

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7